প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰৰ বিৰুদ্ধে আছে বহু অভিযোগ-প্ৰতিঅভিযোগ। পিছে ব্যতিক্ৰম নহয় বিজেপি চৰকাৰো। এসময়ত তৰুণ গগৈৰ বিৰুদ্ধে অভিযোগ আছিল সূতা-কম্বলক লৈ। কিন্তু এতিয়া সূতা কম্বলৰ ৰাজনীতি নহয়, বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উঠিছে নগদ টকাৰে কৰা ৰাজনীতি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ