• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ জনতালৈ উপহাৰ! ১১ আগষ্ঠত মুক্তি লাভ কৰিব ‘গদৰ-২’য়ে

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ জনতালৈ উপহাৰ! ১১ আগষ্ঠত মুক্তি লাভ কৰিব ‘গদৰ-২’য়ে

3 years ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

1 minute ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

16 minutes ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

39 minutes ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

1 hour ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

2 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

3 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

3 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

4 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

5 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

5 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

7 hours ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ জনতালৈ উপহাৰ! ১১ আগষ্ঠত মুক্তি লাভ কৰিব ‘গদৰ-২’য়ে

editor by editor
August 9, 2023
in বিনোদন, বিশ্ব, ভাৰত
0
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ জনতালৈ উপহাৰ! ১১ আগষ্ঠত মুক্তি লাভ কৰিব ‘গদৰ-২’য়ে
0
SHARES
259
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১১ আগষ্ঠত মুক্তি পাব বহু প্ৰতীক্ষিত ছবি ‘গদৰ-২’। ছানী দেওল আৰু আমিশা পেটেলৰ অভিনীত ‘গদৰ-২’য়ে শুকুৰবাৰে মুক্তি লাভ কৰিব। দেশৰৃ সকলো ছবিগৃহতেই মুক্তি দিয়া হ’ব ‘গদৰ-২’। ‘গদৰ-২’ মুক্তিৰ প্ৰাকক্ষণতেই আটাৰি-ৱাঘা সীমান্তত ভাৰত আৰু পাক সেনাৰ এক অনুষ্ঠানত উপস্থিত হয় ‘গদৰ-২’ৰ দুই তাৰকা অভিনেতা। আমিশা পেটেল আৰু ছানী দেউলে ভাৰত পাক সেনাৰ সৈতে বাৰ্তালাপতো মিলিত হয়।

২০০১ চনৰ ১৫ জুনত মুক্তি পাইছিল ‘গদৰ’য়ে। ২২ বছৰ পাছত আকৌ ৰূপালী পৰ্দাত ছানী আৰু অমিশা। মুক্তিৰ পূৰ্বেই ছানী দেউলে ভাৰত পাক সীমান্তৰ ৱাঘা বৰ্ডাৰত উপস্থিত হৈ ‘গদৰ’ৰ বিশেষ ডাইলগ, ‘হিন্দুস্তান জিন্দাবাদ থা, জিন্দাবাদ হে ঔৰ জিন্দাবাদ ৰহেগা।’ ৰে সকলোকে সম্ভাষণ জনায়। ২২ বছৰ পূৰ্বৰ সেই উত্তেজনা পুনৰ যেন ঘূৰি আহিছে। সেই সময়ত প্ৰায় ১৮ কোটি টকাৰে তৈয়াৰ কৰা ছবিখনে বক্স অফিচত কালেকছন কৰিছিল ১৩৩ কোটি টকা। বৃহৎ লাভৰ পাছতেই পুনৰ এইবাৰ পৰিচালক অনিল শৰ্মাই মুকলি ছবিখনৰ দ্বিতীয় পাৰ্ট।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’
বিশ্ব

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

August 23, 2026
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী
বিশ্ব

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

August 23, 2026
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!
বিনোদন

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

August 22, 2026
Next Post
লংকা হনুমানে ধ্বংস কৰা নাছিল, লংকা ধ্বংস কৰিছিল ৰাৱনৰ অহংকাৰে, মোদীজীয়েও মণিপুৰত কেৰচিন ছটিওৱাৰ কাম কৰিছে, তেওঁ হিন্দুস্থানবাসীৰ হৃদয়ৰ শব্দ নুশুনে, তেওঁ কেৱল আদানীৰ হৃদয়ৰ শব্দহে শুনেঃ ৰাহুল গান্ধী

লংকা হনুমানে ধ্বংস কৰা নাছিল, লংকা ধ্বংস কৰিছিল ৰাৱনৰ অহংকাৰে, মোদীজীয়েও মণিপুৰত কেৰচিন ছটিওৱাৰ কাম কৰিছে, তেওঁ হিন্দুস্থানবাসীৰ হৃদয়ৰ শব্দ নুশুনে, তেওঁ কেৱল আদানীৰ হৃদয়ৰ শব্দহে শুনেঃ ৰাহুল গান্ধী

মহিলা সাংসদক উদ্দেশ্যি অভৱ্য আচৰণ! নাম নোলোৱাকৈ ৰাহুলক টাৰ্গেট মন্ত্ৰী স্মৃতি ইৰাণীৰ, এই অভিযোগেই বিপদ আনিব নেকি সাংসদ ৰাহুলৰ?

মহিলা সাংসদক উদ্দেশ্যি অভৱ্য আচৰণ! নাম নোলোৱাকৈ ৰাহুলক টাৰ্গেট মন্ত্ৰী স্মৃতি ইৰাণীৰ, এই অভিযোগেই বিপদ আনিব নেকি সাংসদ ৰাহুলৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.