• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাতেই ছাৰখাৰ এমবাপেৰ দেশ! প্ৰেমৰ চহৰত এতিয়া কেৱল হিংসা, কিয় হিংসা কমা নাই ফ্ৰান্সত?

হঠাতেই ছাৰখাৰ এমবাপেৰ দেশ! প্ৰেমৰ চহৰত এতিয়া কেৱল হিংসা, কিয় হিংসা কমা নাই ফ্ৰান্সত?

3 years ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

6 minutes ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

13 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

13 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

14 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

14 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

15 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

16 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

16 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

17 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

18 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

18 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

হঠাতেই ছাৰখাৰ এমবাপেৰ দেশ! প্ৰেমৰ চহৰত এতিয়া কেৱল হিংসা, কিয় হিংসা কমা নাই ফ্ৰান্সত?

editor by editor
July 9, 2023
in বিশ্ব, লেখা
0
হঠাতেই ছাৰখাৰ এমবাপেৰ দেশ! প্ৰেমৰ চহৰত এতিয়া কেৱল হিংসা, কিয় হিংসা কমা নাই ফ্ৰান্সত?
0
SHARES
5.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰেমৰ চহৰ, শিক্ষাৰ চহৰ৷ খুবেই গৰ্বেৰে বিশ্বত নিজা পৰিচয় দিয়া এখন চহৰ৷ ইউৰোপৰ এই চহৰ বিগত ১৫ দিনতেই ছাৰখাৰ৷ ইউৰোপৰ ফ্ৰান্সত এতিয়া কেৱল মৃত্যু বিভীষিকা৷

অগ্নিগৰ্ভা হৈ আছে ফ্ৰান্স। বিগত দুসপ্তাহ পূৰ্বে পেৰিছৰ ট্ৰেফিক আইন অমান্য কৰাৰ অভিযোগত এগৰাকী ১৭বছৰ বয়সীয়া তৰুণক লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে। তাৰপাছৰে পৰাই ফ্ৰান্সৰ পৰিস্থিতি উত্তপ্ত হৈ আছে। এই ঘটনাৰ প্ৰতিবাদতেই ফ্ৰান্সৰ ৰাজপথত একাধিক লোক নামি পৰিছে। এই হিংসাত্মক ঘটনাৰ প্ৰায় কেইবাটাও দিন পাৰ হৈছে। ১৩০০ৰো অধিক বিক্ষোভকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তাৰপিছতো কিয় শান্ত কৰিব পৰা নাই ফ্ৰান্সৰ জনতাক?

বৰ্তমানলৈ ১৩১১ জন প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ হৈছে৷ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে বাৰে বাৰে শান্ত হ’বলৈ আহ্বান জনাইছে জনতাক৷ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে কৈছে, ‘এই চহৰ প্ৰেমৰ চহৰ, এই চহৰ কবিতাৰ চহৰ৷ ইয়াত এনে উত্তেজনা, অশান্তিকৰ পৰিবেশে শোভা নাপায়৷ এনেকৈ ফ্ৰান্সক শেষ কৰি নেপেলাব৷’ ৰাষ্ট্ৰপতি ইমানুৱেল মাকৰে ফ্ৰান্সৰ জনতাক শান্ত হ’বলৈ আহ্বান জনাই যেন ভাগৰি পৰিছে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ফ্ৰান্সৰ ৰাস্তাত ইমানুৱেল চৰকাৰৰ তৰফৰ পৰা নতুনকৈ প্ৰায় ৪৫ হাজাৰ আৰক্ষী মোতায়েন কৰা হৈছে। ইয়াৰে মাজত কেৱল মাত্ৰ পেৰিছতেই ৫হাজাৰ সেনা মোতায়েন কৰা হৈছে। ইতিমধ্যে প্ৰতিবাদকাৰীয়ে বহু দোকান, বজাৰ জ্বলাই দিছে। বন্দুকৰ দোকানো লুটপাত কৰিছে। প্ৰতিবাদকাৰীয়ে বৰ্তমানলৈ প্ৰায় ৬০০ চৰকাৰী ভৱন ভাঙি পেলাইছে। প্ৰায় ২ হাজাৰ গাড়ীও জ্বলাই দিছে প্ৰতিবাদকাৰীয়ে। ইয়াৰোপৰি ফ্ৰান্সৰ প্ৰায় ৪ হাজাৰ ঠাইত জুই লগাই দিছে প্ৰতিবাদকাৰীয়ে।

প্ৰতিবাদকাৰীয়ে নষ্ট কৰিছে ফ্ৰান্সৰ মাৰ্ছ চহৰৰ বৃহত্তম গ্ৰন্থাগাৰো৷ ছাই হৈ গৈছে গ্ৰন্থাগাৰৰ বেছিভাগ গ্ৰন্থই৷ তৰুণ প্ৰজন্মৰ মাজত এতিয়া বিক্ষোভৰ উত্তেজনা৷ এমবাপেৰ দেশত এতিয়া অগ্নি নিৰ্বাপন কৰিবলৈ কোনো নাই৷ বৰং প্ৰতিদিনেই ন ন স্থানত বিক্ষোভ আৰু হিংসা৷ ৰাস্তালৈ ওলাবলৈ ভয় কৰিছে সাধাৰণ জনতাই৷

২৭জুনত আৰক্ষীৰ গুলীত নিহত কিশোৰটোৰ বাবেই এখন দেশ ছাৰখাৰ হৈ যাব সেই কথা হয়তো ভাৱিব পৰা নাছিল ফ্ৰান্স প্ৰশাসনে। পেৰিছৰ এই ঘটনাত এতিয়ালৈকে আহত হৈছে ৩০০ৰো অধিক আৰক্ষী। বিক্ষোভকাৰীৰ মাজত বেছিভাগেই তৰুণ প্ৰজন্মৰ বুলি জনাইছে ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতি ইমানুৱেলে দেশৰ অভিভাৱকক হাতজোৰ কৰি অনুৰোধ জনাইছে, তেওঁলোকে যাতে সন্তানক এই হিংসাত্মক কাৰ্যৰ পৰা আঁতৰাই ৰাখে। অৱশ্যে এই বিক্ষোভ কেৱল এদিনীয়া ক্ষোভ নহয়। ৰাষ্ট্ৰপতি ইমানুৱেলৰ চৰকাৰে দীৰ্ঘদিন ধৰি ফ্ৰান্সত বসৱাস কৰি অহা মুছলমান জনতাৰ ওপৰত চলাই অহা উৎপীৰণৰহে বহিপ্ৰকাশ বুলি জনাইছে প্ৰতিবাদকাৰী জনতাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান
জীৱনশৈলী

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

August 21, 2026
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ
বিশ্ব

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

August 20, 2026
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!
বিনোদন

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

August 20, 2026
Next Post
‘ভালকৈ পঢ়াশুনা কৰা চাকৰি দিয়াৰ দায়িত্ব মোৰ!’ মুখ্যমন্ত্ৰীয়ে ক’লে এটকাও নোলোৱাকৈ আৰু ২২ হাজাৰ চাকৰি দিয়াৰ কথা

‘ভালকৈ পঢ়াশুনা কৰা চাকৰি দিয়াৰ দায়িত্ব মোৰ!’ মুখ্যমন্ত্ৰীয়ে ক’লে এটকাও নোলোৱাকৈ আৰু ২২ হাজাৰ চাকৰি দিয়াৰ কথা

চীন যদি ডালে ডালে, ভাৰত কিন্তু পাতে পাতে! চীনৰ দৰে ভাৰতেও বিশ্বত মেলিছে টকা জাল

চীন যদি ডালে ডালে, ভাৰত কিন্তু পাতে পাতে! চীনৰ দৰে ভাৰতেও বিশ্বত মেলিছে টকা জাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.