১৮ বন্যহস্তীৰ মৃত্যুসদৃশ ঘটনাৰ পুনৰাবৃত্তি হ’ব নেকি কাজিৰঙাত? কাঞ্চনজুৰিৰ এনিমেল কৰিড’ৰত অবাধ খননৰ ফলত প্ৰকাণ্ড প্ৰকাণ্ড খাল। বাৰিষা কাজিৰঙাৰ বন্য জীৱ খালত পৰি মৃত্যুৰ আশংকা।