• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭৫ নে ৭৬? স্বৰাজৰ বয়সক লৈ চৰ্চা

৭৫ নে ৭৬? স্বৰাজৰ বয়সক লৈ চৰ্চা

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

4 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

4 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

5 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

6 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

7 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

7 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

8 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

8 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

9 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

9 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

9 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৭৫ নে ৭৬? স্বৰাজৰ বয়সক লৈ চৰ্চা

৭৫ নে ৭৬? স্বৰাজৰ বয়সক লৈ চৰ্চা

editor by editor
August 14, 2022
in অসম, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত, লেখা, শিক্ষা
0
৭৫ নে ৭৬? স্বৰাজৰ বয়সক লৈ চৰ্চা
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ কাইলৈ দেশে পালন কৰিব স্বাধীনতা দিৱস৷ পূৰ্বতকৈ যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে এইবাৰ আয়োজন কৰা হৈছে এই উৎসৱ৷ ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ অধীনত ১৩ আগষ্টৰ পৰাই উৰুওৱা হৈছে ৰাষ্ট্ৰীয় পতাকা৷ নতুন দিল্লী লালকিল্লাৰ পৰা আৰম্ভ কৰি গাঁৱে গাঁৱে স্বাধীনতা দিৱসৰ ব্যাপক আয়োজন চলিছে৷ এনে সময়তে চৰ্চা চলিছে স্বাধীনতাৰ সংখ্যাক লৈ৷ এয়া ৭৫ সংখ্যক নে ৭৬সংখ্যক তাকে লৈ সামাজিক মাধ্যমতো আৰম্ভ হৈছে আলোচনা৷
দৰাচলতে, ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা হিচাপ কৰিলে দেশে স্বাধীনতাৰ ৭৫টা বছৰ সম্পূৰ্ণ কৰিব৷ অৰ্থাৎ ১৫ আগষ্ট ২০২২ৰ পৰা আৰম্ভ হ’ব স্বাধীনতাৰ ৭৬ সংখ্যক বৰ্ষ৷
তেন্তে চৰ্চাৰ ভিত্তি কি?
প্ৰকৃততে বিগত বৰ্ষত অৰ্থাৎ ২০২১ চনত যেতিয়া দেশে ৭৫ বৰ্ষত ভৰি দিছিল তেতিয়া বছৰজোৰাকৈ স্বাধীনতাৰ অমৃত মহোৎসৱ পালনৰ সিদ্ধান্ত লৈছিল কেন্দ্ৰীয় চৰকাৰে৷ ২০২১ চনৰ ১৫ আগষ্টৰ পৰা দেশত চলি আছে স্বাধীনতাৰ অমৃত মহোৎসৱ৷ সোমবাৰৰ পৰা পালন দেশৰ স্বাধীনতাৰ ৭৬ সংখ্যক বছৰ আৰম্ভ হ’ব৷ এই চৰ্চাৰ মাজতে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়েও এই বিষয়ে প্ৰকাশ কৰিছে জাননী৷ জাননীখনত প্ৰকাশিত অনুসৰি ৭৫ সংখ্যক বছৰ সম্পূৰ্ণ কৰি দেশে ভৰি দিব স্বাধীনতাৰ ৭৬ সংখ্যক বছৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
Next Post
ৰাকেশ ঝুনঝুনৱালা । ৫ হাজাৰ টকাৰ পৰা ৫.৫ বিলিয়ন ডলাৰলৈ বৃহৎ যাত্ৰা । ভাৰতীয় শ্বেয়াৰ বজাৰৰ যাদুকৰ আৰু নাই

ৰাকেশ ঝুনঝুনৱালা । ৫ হাজাৰ টকাৰ পৰা ৫.৫ বিলিয়ন ডলাৰলৈ বৃহৎ যাত্ৰা । ভাৰতীয় শ্বেয়াৰ বজাৰৰ যাদুকৰ আৰু নাই

আত্মনিৰ্ভৰশীল ভাৰত! স্বাধীনতা দিৱসত প্ৰথমবাৰ লালকিল্লাত দেশত নিৰ্মিত বন্দুকৰ গৰ্জন

আত্মনিৰ্ভৰশীল ভাৰত! স্বাধীনতা দিৱসত প্ৰথমবাৰ লালকিল্লাত দেশত নিৰ্মিত বন্দুকৰ গৰ্জন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.