• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাকেশ ঝুনঝুনৱালা । ৫ হাজাৰ টকাৰ পৰা ৫.৫ বিলিয়ন ডলাৰলৈ বৃহৎ যাত্ৰা । ভাৰতীয় শ্বেয়াৰ বজাৰৰ যাদুকৰ আৰু নাই

ৰাকেশ ঝুনঝুনৱালা । ৫ হাজাৰ টকাৰ পৰা ৫.৫ বিলিয়ন ডলাৰলৈ বৃহৎ যাত্ৰা । ভাৰতীয় শ্বেয়াৰ বজাৰৰ যাদুকৰ আৰু নাই

4 years ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

31 minutes ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

58 minutes ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

1 hour ago
চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

2 hours ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

2 hours ago
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

13 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

14 hours ago
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

14 hours ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

15 hours ago
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

16 hours ago
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

16 hours ago
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাকেশ ঝুনঝুনৱালা । ৫ হাজাৰ টকাৰ পৰা ৫.৫ বিলিয়ন ডলাৰলৈ বৃহৎ যাত্ৰা । ভাৰতীয় শ্বেয়াৰ বজাৰৰ যাদুকৰ আৰু নাই

ৰাকেশ ঝুনঝুনৱালা । ৫ হাজাৰ টকাৰ পৰা ৫.৫ বিলিয়ন ডলাৰলৈ বৃহৎ যাত্ৰা । ভাৰতীয় শ্বেয়াৰ বজাৰৰ যাদুকৰ আৰু নাই

editor by editor
August 14, 2022
in জীৱনশৈলী, নিয়োগ, প্ৰযুক্তি, বাণিজ্য, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ৰাকেশ ঝুনঝুনৱালা । ৫ হাজাৰ টকাৰ পৰা ৫.৫ বিলিয়ন ডলাৰলৈ বৃহৎ যাত্ৰা । ভাৰতীয় শ্বেয়াৰ বজাৰৰ যাদুকৰ আৰু নাই
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ আজি ১৪ আগষ্টৰ পুৱা হঠাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ভাৰতীয় শ্বেয়াৰ বজাৰৰ যাদুকৰ হিচাপে পৰিচিত ৰাকেশ ঝুনঝুনৱালাই৷ কেৱল ভাৰততেই নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু ছিংগাপুৰৰ শ্বেয়াৰ বজাৰতো ৰাকেশ ঝুনঝুনৱালা বিগবুল হিচাপে পৰিচিত আছিল৷ কেৱল শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰি কম সময়ত অভাৱনীয় সফলতা লাভ কৰা বাবে ৰাকেশ ঝুনঝুনৱালা লাভ কৰিছিল এই ব্যতিক্ৰমী পৰিচয়৷ ভাৰতীয় শ্বেয়াৰ বজাৰত এইগৰাকী বিশেষজ্ঞৰ জন্ম হৈছিল মুম্বাই মহানগৰত ১৯৬০ চনৰ ৫ জুলাইত৷ মুম্বাই মহানগৰত কলেজীয়া শিক্ষা সমাপ্ত কৰি ৰাকেশ ঝুনঝুনৱালাই বিজনেছ ইক’নমী বিষয়ত উচ্চ শিক্ষা লাভ কৰিছিল ইংলেণ্ডৰ কেমব্ৰীজ বিশ্ববিদ্যালয়ত৷ ভাৰতলৈ উভতি আহি তেওঁ কিছুদিন চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল৷ কিন্তু সেই কামত সন্তুষ্টি লাভ কৰা নাছিল ৰাকেশ ঝুনঝুনৱালাই৷ আৰু সেই বাবে ১৯৮৫ চনত মাত্ৰ ৫ হাজাৰ টকাৰে ভাৰতৰ ইকুইটি মাৰ্কেটত আৰম্ভ কৰিছিল বিনিয়োগৰ ব্যৱসায়৷ সেয়াই আৰম্ভণি৷

তাৰ পাছত আৰু তেওঁ উভতি চাবলগীয়া নহ’ল৷ ভাৰতীয় শ্বেয়াৰ বজাৰত নিয়মীয়া ট্ৰেডিং অৰ্থাৎ শ্বেয়াৰৰ কিনা-বেচা কৰি অতি কম সময়তে লাভ কৰিছিল সফলতা৷ ১৯৮৯ চনত তেওঁ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা ধনৰ পৰিমাণ হয়গৈ ২৫ লাখ টকা৷ সেই সময়তে তেওঁৰ জৰিয়তে শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছিল ভাৰতৰ বহুকেইগৰাকী পুঁজিপতি ব্যৱসায়ী৷ ৰাকেশ ঝুনঝুনৱালাই স্থাপন কৰা ৰেয়াৰ এণ্টাৰপ্ৰাইজেছ নামৰ ব্ৰ’কিং হাউছৰ পৰাও তেওঁ অৰ্জন কৰিছিলে যথেষ্ট লাভ৷ পাছলৈ তেওঁ VIP ইণ্ডাজষ্ট্ৰীছ, এপটেক কম্পিউটাৰ, DLF হাউছিং, TITAN কোম্পানী, স্পাইচজেট আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীছত বহু হেজাৰ কোটি টকা বিনিয়োগ কৰিছিল৷ কেৱল টাইটান কোম্পানীতে ৰাকেশ ঝুনঝুনৱালাই ৭,২৯৪.৮০ কোটি টকা বিনিয়োগ কৰিছিল৷ একেদৰে itc, wippro আৰু ongcতো বহু হেজাৰ কোটি টকাৰ বিনিয়োগ কৰিছিল এইগৰাকী ব্যৱসায়ীৰ৷ এই সমূহ বিনিয়োগৰ উপৰিও মুম্বাইত থকা তেওঁৰ বাসভৱনটোৰ মূল্য ১৭৬ কোটি টকা৷ ইয়াৰোপৰি জয়পুৰ, নতুন দিল্লী আৰু বাংগালুৰুত আছে তেওঁৰ ৬টাকৈ বিলাসী বাসভৱন৷ এনে একোটা ভৱনৰ মূল্য ১৯৫ কোটি টকাতকৈও বেছি৷ মৃত্যুৰ কিছুদিন পূৰ্বে ৰাকেশ ঝুনঝুনৱালাই আৰম্ভ কৰিছিল বিমান পৰিবহণৰ ব্যৱসায়৷ আকাশ এয়াৰৱেজ নামৰ এই বিমান পৰিবহণ সংস্থাটোৰ বাবে ৭ হাজাৰ কোটি টকা বিনিয়োগ কৰিবলৈ পৰিকল্পনা হৈছিল ৰাকেশ ঝুনঝুনৱালাই৷

এইবোৰ উপৰিও বিলাসী বাসভৱনৰ প্ৰতিও আছিল তেওঁৰ ভীষণ দুৰ্বলতা৷ আৰু সেইবাবে কেৱল বাসভৱন ক্ৰয় কৰাৰ বাবে তেওঁ ব্যয় কৰিছিল ১৫০০ কোটি টকা৷ কিন্তু তেওঁৰ মৃত্যুৱে যেন ব্যৱসায়িক যাত্ৰাত হঠাৎ জটি পেলালে৷ তাৰ লগে লগে ভাৰতীয় শ্বেয়াৰ বজাৰতো এক বৰ্ণিল অধ্যায়ৰ সমাপ্তি ঘটিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস
অসম

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

May 7, 2026
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে
জীৱনশৈলী

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

May 7, 2026
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত
জীৱনশৈলী

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

May 7, 2026
চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম
জীৱনশৈলী

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

May 7, 2026
Next Post
আত্মনিৰ্ভৰশীল ভাৰত! স্বাধীনতা দিৱসত প্ৰথমবাৰ লালকিল্লাত দেশত নিৰ্মিত বন্দুকৰ গৰ্জন

আত্মনিৰ্ভৰশীল ভাৰত! স্বাধীনতা দিৱসত প্ৰথমবাৰ লালকিল্লাত দেশত নিৰ্মিত বন্দুকৰ গৰ্জন

মুকেশ আম্বানীৰ পৰিয়াললৈ তিনিটাকৈ মৃত্যুৰ ভাবুকি! কোনে দিলে এই ভাবুকি?

মুকেশ আম্বানীৰ পৰিয়াললৈ তিনিটাকৈ মৃত্যুৰ ভাবুকি! কোনে দিলে এই ভাবুকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.