• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুকেশ আম্বানীৰ পৰিয়াললৈ তিনিটাকৈ মৃত্যুৰ ভাবুকি! কোনে দিলে এই ভাবুকি?

মুকেশ আম্বানীৰ পৰিয়াললৈ তিনিটাকৈ মৃত্যুৰ ভাবুকি! কোনে দিলে এই ভাবুকি?

4 years ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

48 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

2 hours ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

3 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

4 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

5 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

5 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

6 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

6 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

7 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

7 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

8 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মুকেশ আম্বানীৰ পৰিয়াললৈ তিনিটাকৈ মৃত্যুৰ ভাবুকি! কোনে দিলে এই ভাবুকি?

editor by editor
August 15, 2022
in বাণিজ্য, ভাৰত
0
মুকেশ আম্বানীৰ পৰিয়াললৈ তিনিটাকৈ মৃত্যুৰ ভাবুকি! কোনে দিলে এই ভাবুকি?
0
SHARES
7.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ আগশাৰী উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়াললৈ মৃত্যুৰ ভাবুকি প্ৰদান কৰি তিনিটাকৈ ফোন কল আহিছে৷

১৫ আগষ্ট সোমবাৰে উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়াললৈ তিনিটা ভাবুকিৰ ফোন আহে। কোনে আৰু ক’ৰ পৰা এই ভাবুকি প্ৰদান কৰি ফোন কল তিনিটা কৰিছে সেই তথ্য এতিয়াও প্ৰকাশ পোৱা নাই৷

ডিবি মাৰ্গ আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তথ্য লাভৰ চেষ্টা চলাইছে। মুম্বাই আৰক্ষীয়ে এক বিবৃতিত কয় যে, ‘‘ৰিলায়েন্স ফাউণ্ডেচনে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়াললৈ ভাবুকিভৰা ফোনকল সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। চিকিৎসালয়খনত তিনিটাতকৈ অধিক ফোন আহিছিলল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।’’

লগতে পঢ়ক ৰাকেশ ঝুনঝুনৱালা । ৫ হাজাৰ টকাৰ পৰা ৫.৫ বিলিয়ন ডলাৰলৈ বৃহৎ যাত্ৰা । ভাৰতীয় শ্বেয়াৰ বজাৰৰ যাদুকৰ আৰু নাই

উল্লেখ্য যে যোৱা বছৰ মুকেশ আম্বানীৰ মুম্বাই বাসগৃহ ‘এন্টিলিয়া’ৰ বাহিৰত ২০ টা বিস্ফোৰক জেলেটিন ষ্টিকসহ এখন স্ক’ৰপিঅ’ বাহন উদ্ধাৰ কৰা হৈছিল৷ মুম্বাই আৰক্ষীৰ শীৰ্ষ বিষয়া শচীন ভাজেৰ নেতৃত্বাধীন মুম্বাইৰ অপৰাধ চোৰাংচোৱা ইউনিটে উক্ত স্থানত উপস্থিত হৈ সমগ্ৰ ঘটনাটো তদন্ত আৰম্ভ কৰিছিল৷ ইয়াৰ পিছতে মুম্বাই আৰক্ষীয়ে মুকেশ আম্বানীৰ নিৰাপত্তা অধিক কটকটয়া কৰিছিল৷

ইফালে তাৰ কিছুদিন পিছতে থানেস্থিত এজন ব্যৱসায়ী মানসুখ হীৰেনৰ ৰহস্যজনক মৃত্যুৰ পিছতে গোচৰটো এনআইএৰ হাতত অৰ্পণ কৰা হয়। আম্বানীৰ বাসগৃহৰ বাহিৰত উদ্ধাৰ হোৱা স্ক’ৰপিঅ’ বাহনখনৰ গৰাকী আছিল হীৰেন।

অৱশ্যে গৰাকীয়ে দাবী কৰিছিল যে এসপ্তাহ পূৰ্বে তেওঁৰ বাহনখন চুৰি হৈছিল। ২০২১ চনৰ ৫ মাৰ্চত থানেৰ এটা খালত উদ্ধাৰ হৈছিল তেওঁৰ মৃতদেহ।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assammukesh ambanimumbai policeniaReliance Foundationreliance industries
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা
অপৰাধ

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

September 19, 2026
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য
জীৱনশৈলী

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

September 19, 2026
Next Post
ভাৰতৰ দৰে ১৫ আগষ্টত বিশ্বৰ আৰু কেইখন দেশ স্বাধীন হৈছিল?

ভাৰতৰ দৰে ১৫ আগষ্টত বিশ্বৰ আৰু কেইখন দেশ স্বাধীন হৈছিল?

প্ৰেমিকলৈ প্ৰেমিকাৰ এটা মেচেজ! ইয়াৰ বাবেই ৬ ঘণ্টা বিলম্ব ইণ্ডিগ’ বিমানৰ উৰণ

প্ৰেমিকলৈ প্ৰেমিকাৰ এটা মেচেজ! ইয়াৰ বাবেই ৬ ঘণ্টা বিলম্ব ইণ্ডিগ’ বিমানৰ উৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.