• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকলৈ প্ৰেমিকাৰ এটা মেচেজ! ইয়াৰ বাবেই ৬ ঘণ্টা বিলম্ব ইণ্ডিগ’ বিমানৰ উৰণ

প্ৰেমিকলৈ প্ৰেমিকাৰ এটা মেচেজ! ইয়াৰ বাবেই ৬ ঘণ্টা বিলম্ব ইণ্ডিগ’ বিমানৰ উৰণ

4 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

2 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

3 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

3 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

3 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

4 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

5 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

6 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

7 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

7 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

8 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

9 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰেমিকলৈ প্ৰেমিকাৰ এটা মেচেজ! ইয়াৰ বাবেই ৬ ঘণ্টা বিলম্ব ইণ্ডিগ’ বিমানৰ উৰণ

editor by editor
August 15, 2022
in বিবিধ, ভাৰত
0
প্ৰেমিকলৈ প্ৰেমিকাৰ এটা মেচেজ! ইয়াৰ বাবেই ৬ ঘণ্টা বিলম্ব ইণ্ডিগ’ বিমানৰ উৰণ
0
SHARES
29.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্ণাটকৰ মাঙ্গালুৰুৰ এটা অতি আমোদজনক লগতে চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ ঘটনাটো যোৱা দেওবাৰে অৰ্থাৎ ১৪ আগষ্টত মাঙ্গালুৰুৰ পৰা মুম্বাই অভিমুখী এখন ইণ্ডিগ’ বিমানত সংঘটিত হয়৷ আৰু উক্ত ঘটনাটোৰ বাবে সংশ্লিষ্ট বিমানখনৰ উৰণ ৬ ঘণ্টা বিলম্ব ঘটে৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা ঘটনা অনুসৰি মাঙ্গালুৰু পৰা মুম্বাই অভিমুখী এখন ইণ্ডিগ’ বিমানত এহাল যুৱক-যুৱতী উঠিছিল৷ যুৱকজন মুম্বাই আৰু যুৱতীগৰাকীয়ে বাঙ্গালুৰুলৈ যাত্ৰা কৰাৰ কথা আছিল৷ দুয়ো বন্ধু-বান্ধৱী আছিল৷ দুয়োজনে বিমানখনত ধেমালিতে নিৰাপত্তাজনিত বিষয়ৰ কথা হাঁহি তামাছা কৰি আছিল৷

দুয়ো বন্ধু-বান্ধৱীৰ ধেমালি কথা-বতৰাৰ মাজে মাজে যুৱকজনে প্ৰেমিকালৈ হোৱাটছএপত মেচেজ কৰিও আছিল৷ আৰু তেওঁলোকৰ সকলো আদৱ-কায়দা যুৱকজনৰ কাষৰ সহযাত্ৰীগৰাকীয়ে নিৰীক্ষণ কৰি আছিল৷

লগতে পঢ়ক মুকেশ আম্বানীৰ পৰিয়াললৈ তিনিটাকৈ মৃত্যুৰ ভাবুকি! কোনে দিলে এই ভাবুকি?

ঠিক তেনেতে ১৮৫ গৰাকী যাত্ৰীৰে ভৰি থকা বিমানখনত ঘটিল চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনাটো৷ যুৱকজনৰ হোৱাটছএপত সিটো মূৰৰ পৰা মেচেজ কৰি থকা প্ৰেমিকাই এটা মেচেজ প্ৰেৰণ কৰে৷ মেচেজটোত লিখা হৈছিল ‘তুমি বা বোমাৰু…!’

১৪ বি চিটত বহি থকা সহযাত্ৰীজনে দেখিলে যে ১৩এ চিটত বহি থকা যুৱজনলৈ ‘তুমি বা বোমাৰু…’ বুলি এটা মেছেজ আহিছে। মেচেজটো দেখা লগে লগে যাত্ৰীজনে যুৱকজনক বোমাৰু নেকি বুলি শংকিত হৈ এই বিষয়ে ক্ৰু সদস্যসকলক অৱগত কৰে।

ইয়াৰ লগে লগে বিমানখনৰ ভিতৰত চাঞ্চল্যৰ সৃষ্টিৰ লগতে হুলস্থূল হ’বলৈ আৰম্ভ কৰে৷ আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰা হয় আৰু যুৱক-যুৱতীহালক আৰক্ষীয়ে আটক কৰি কে’বাঘণ্টা ধৰি জেৰা চলায়৷

লগতে পঢ়ক আত্মনিৰ্ভৰশীল ভাৰত! স্বাধীনতা দিৱসত প্ৰথমবাৰ লালকিল্লাত দেশত নিৰ্মিত বন্দুকৰ গৰ্জন

ইফালে এই ঘটনাৰ বাবে বিমানখনৰ উৰণ বিলম্বই নহয় প্ৰায় ৬ ঘণ্টালৈ বন্ধ ৰাখি বিমানখনত থকা ১৮৫ গৰাকী যাত্ৰীৰ সকলো লাগেজ নিৰাপত্তাৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰে৷  অৱশ্যে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে যুৱক-যুৱতীহালৰ পৰা কোনো আপত্তিজনক সামগ্ৰী আৰু তথ্য লাভ কৰিবলৈ সক্ষম নহ’ল৷

সংশ্লিষ্ট বিমানখনে প্ৰায় ৬ ঘণ্টাৰ পিছত সন্ধিয়া ৫ বজাত মুম্বাই অভিমুখে উৰা মাৰে৷ অৱশ্যে যুৱকগৰাকীৰ লগতে যুৱতীগৰাকীও বিমানত উৰা মাৰিব নোৱাৰিলে৷ আৰক্ষীয়ে দুয়োকে যাত্ৰা কৰিবলৈ নিদিলে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khbarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIndigo flight
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
Next Post
বৃহদান্ত্ৰৰ প্ৰদাহ ৰোগ বা আইবিডি বিষয়ে জানো আহক…

বৃহদান্ত্ৰৰ প্ৰদাহ ৰোগ বা আইবিডি বিষয়ে জানো আহক…

অত্যুৎসাহী দেশভক্ত! ২ লাখ টকা  ব্যয়েৰে বাহনত ত্ৰিৰংগা অংকন কৰিলে কোনে?

অত্যুৎসাহী দেশভক্ত! ২ লাখ টকা ব্যয়েৰে বাহনত ত্ৰিৰংগা অংকন কৰিলে কোনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.