• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অত্যুৎসাহী দেশভক্ত! ২ লাখ টকা  ব্যয়েৰে বাহনত ত্ৰিৰংগা অংকন কৰিলে কোনে?

অত্যুৎসাহী দেশভক্ত! ২ লাখ টকা ব্যয়েৰে বাহনত ত্ৰিৰংগা অংকন কৰিলে কোনে?

4 years ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

35 minutes ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

1 hour ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

2 hours ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

2 hours ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

3 hours ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

4 hours ago
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

4 hours ago
দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

5 hours ago
এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

6 hours ago
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

7 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

অত্যাধিক মৰমে ধ্বংস কৰে সংসাৰ! এই ৫ টিপছেৰে সংগীক ৰাখক নিজৰ কাষত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অত্যুৎসাহী দেশভক্ত! ২ লাখ টকা ব্যয়েৰে বাহনত ত্ৰিৰংগা অংকন কৰিলে কোনে?

editor by editor
August 15, 2022
in বিবিধ, ভাৰত
0
অত্যুৎসাহী দেশভক্ত! ২ লাখ টকা  ব্যয়েৰে বাহনত ত্ৰিৰংগা অংকন কৰিলে কোনে?
0
SHARES
955
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতে পূৰ্ণ উল্লাসেৰে উদযাপন কৰিছে স্বাধীনতাৰ ৭৫ বছৰীয়া ‘আদাজী কা অমৃত মহোৎসৱ’ (স্বাধীনতা দিৱস ২০২২)৷ সমগ্ৰ দেশ যেন ‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষ্যে ত্ৰিৰংগাৰ ৰঙত তিতিছে। চৌদিশে এক উত্তেজনা আৰু উৎসাহৰ পৰিবেশ।

কাশ্মীৰৰ পৰা কন্যাকুমাৰলৈকে তুংগত উঠিছে ‘হৰ ঘৰ ত্ৰিৰংগাৰ অভিযান’। স্বাধীনতাৰ এই মহান উৎসৱত প্ৰতিজন দেশবাসীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰিছে৷ ভাৰত চৰকাৰে চলাই থকা এই পদক্ষেপক লৈ সজাগতা বিয়পোৱাৰ স্বাৰ্থত গুজৰাটৰ এজন ব্যক্তিয়ে জাছন-ই-আজাদীৰ এক অনন্য পদ্ধতি গ্ৰহণ কৰিছে। ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানৰ বাবেই এই লোকজনে নিজৰ বাহনখন(Tricolour On Car) ত্ৰিৰংগাৰ থিমলৈ সলনি কৰিছে।

গুজৰাটৰ লোকজনৰ নাম সিদ্ধাৰ্থ দোশী বুলি জানিব পৰা গৈছে৷ সংবাদ সংস্থা এ এন আইৰ মতে, এই সিদ্ধাৰ্থ গুজৰাটৰ চুৰাটৰ বাসিন্দা। গুজৰাটৰ পৰা দিল্লীলৈ অহা সিদ্ধাৰ্থই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব বিচাৰিছে।

#WATCH | Delhi: A youth from Gujarat spent Rs 2 lakhs to revamp his car on the theme of #HarGharTiranga

“To make people aware of the campaign, I drove from Surat (Gujarat) to Delhi in my car in 2 days… we want to meet PM Modi & HM Amit Shah,” said Sidharth Doshi pic.twitter.com/yC34603HaY

— ANI (@ANI) August 14, 2022

লগতে পঢ়ক প্ৰেমিকলৈ প্ৰেমিকাৰ এটা মেচেজ! ইয়াৰ বাবেই ৬ ঘণ্টা বিলম্ব ইণ্ডিগ’ বিমানৰ উৰণ

কোৱা হৈছে যে ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানৰ দ্বাৰা প্ৰভাৱিত হৈ সিদ্ধাৰ্থই নিজৰ গাড়ীত দুই লাখ টকা ব্যয় কৰিছে। ইয়াৰ বাবে সিদ্ধাৰ্থই এখন গাড়ী চলাই গুজৰাটৰ পৰা দিল্লী পালেহি। তেওঁৰ গাড়ীত ২ লাখ টকা খৰচ কৰি বনাইছে ত্ৰিৰংগা। সিদ্ধাৰ্থই কয় যে, তেওঁ এই অভিযানৰ বিষয়ে মানুহক সজাগ কৰি তুলিছে।

এতিয়া ছচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে এই গাড়ীখনৰ ভিডিঅ’। জানিবলগীয়া যে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ অধীনত ১৫ আগষ্টলৈ দেশত ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযান চলি আছে। এই অভিযানৰ অধীনত মোদী চৰকাৰে দেশবাসীক নিজৰ ঘৰত ত্ৰিৰংগা উত্তোলন কৰিবলৈ আহ্বান জনাইছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalAzadi ka Amrit Mahutsavbest news channel in assamBest news channel of assamBest News Portal in AssamTriranga
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ
জীৱনশৈলী

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

May 27, 2026
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?
জীৱনশৈলী

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

May 27, 2026
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?
অসম

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

May 27, 2026
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ
জীৱনশৈলী

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

May 27, 2026
Next Post
আকৌ চৰ্চাত বিতৰ্কিত এছ আই জোনমণি ৰাভা! সদ্য কাৰামুক্ত জোনমণি ৰাভা কিয় আকৌ চৰ্চাত?

আকৌ চৰ্চাত বিতৰ্কিত এছ আই জোনমণি ৰাভা! সদ্য কাৰামুক্ত জোনমণি ৰাভা কিয় আকৌ চৰ্চাত?

শোকাৱহ! জাতীয় পতাকা ৰক্ষা কৰিবলৈ গৈ প্ৰাণ দিলে ৩ ভাতৃ-ভগ্নীয়ে

শোকাৱহ! জাতীয় পতাকা ৰক্ষা কৰিবলৈ গৈ প্ৰাণ দিলে ৩ ভাতৃ-ভগ্নীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.