• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ চৰ্চাত বিতৰ্কিত এছ আই জোনমণি ৰাভা! সদ্য কাৰামুক্ত জোনমণি ৰাভা কিয় আকৌ চৰ্চাত?

আকৌ চৰ্চাত বিতৰ্কিত এছ আই জোনমণি ৰাভা! সদ্য কাৰামুক্ত জোনমণি ৰাভা কিয় আকৌ চৰ্চাত?

3 years ago
কি ভিটামিন বেছি খালে কিডনি নষ্ট হ’ব পাৰে? কিডনি ফেইলাৰৰ পৰা ৰক্ষা পাবলৈ কি কৰিব?

কি ভিটামিন বেছি খালে কিডনি নষ্ট হ’ব পাৰে? কিডনি ফেইলাৰৰ পৰা ৰক্ষা পাবলৈ কি কৰিব?

8 hours ago
বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

9 hours ago
এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

10 hours ago
কাইলৈৰ ৰাশিফলঃ ৰবি যোগৰ সৈতে বৈধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সুখৰ দিন ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ ৰবি যোগৰ সৈতে বৈধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সুখৰ দিন ৫ৰাশিৰ

10 hours ago
চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

11 hours ago
গণেশৰ প্ৰিয় এই ৩ৰাশি, টকাৰ গাদীত শুব পৰাকৈ সুখ দিয়ে গণেশে, য’তেই হাত দিয়ে সেয়াই সোণ হৈ পৰে

গণেশৰ প্ৰিয় এই ৩ৰাশি, টকাৰ গাদীত শুব পৰাকৈ সুখ দিয়ে গণেশে, য’তেই হাত দিয়ে সেয়াই সোণ হৈ পৰে

12 hours ago
মঙ্গলৰ গোচৰত বেয়া সময় এই ৫ৰাশিৰ, যিকোনো কামতেই ভাৱিচিন্তি আগবাঢ়ক, অন্যথা বিপদ আপোনাৰেই

মঙ্গলৰ গোচৰত বেয়া সময় এই ৫ৰাশিৰ, যিকোনো কামতেই ভাৱিচিন্তি আগবাঢ়ক, অন্যথা বিপদ আপোনাৰেই

13 hours ago
পুৱাই গৰম চাহ নাখালে টোপনি নাভাঙে? খালী পেটত চাহ খোৱাটো স্বাস্থ্যকৰ নে? কি কি সমস্যা বাঢ়িব পাৰে?

পুৱাই গৰম চাহ নাখালে টোপনি নাভাঙে? খালী পেটত চাহ খোৱাটো স্বাস্থ্যকৰ নে? কি কি সমস্যা বাঢ়িব পাৰে?

14 hours ago
ধনু ৰাশিলৈ আহিব সূৰ্য, ডিচেম্বৰৰ ভিতৰত মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

ধনু ৰাশিলৈ আহিব সূৰ্য, ডিচেম্বৰৰ ভিতৰত মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

15 hours ago
কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, হনুমানৰ আশীৰ্বাদত উপকৃত হ’ব এই ৫ৰাশি

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, হনুমানৰ আশীৰ্বাদত উপকৃত হ’ব এই ৫ৰাশি

1 day ago
২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

1 day ago
৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 10, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আকৌ চৰ্চাত বিতৰ্কিত এছ আই জোনমণি ৰাভা! সদ্য কাৰামুক্ত জোনমণি ৰাভা কিয় আকৌ চৰ্চাত?

editor by editor
August 15, 2022
in অসম
0
আকৌ চৰ্চাত বিতৰ্কিত এছ আই জোনমণি ৰাভা! সদ্য কাৰামুক্ত জোনমণি ৰাভা কিয় আকৌ চৰ্চাত?
0
SHARES
46.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এছ আই জোনমণি ৰাভা! কেৱল অসমৰে নহয়, সমগ্ৰৰ দেশতে চৰ্চিত এটা নাম৷ বিশেষকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত চৰ্চিত এটা নাম৷

প্ৰথমবাৰ বিহপুৰীয়াৰ বিজেপি বিধায়ক ডাঃ অমিয় কুমাৰ ভূঞাৰ ফোন ৰেকৰ্ডিং ভাইৰেল কৰি চৰ্চালৈ আহিছিল৷ বিধায়কগৰাকীৰ ভাবুকিভৰা টেলিফোনিক নিৰ্দেশকো কেৰেপ নকৰি এছ আই জোনমণি ৰাভাই অসমত লেডী সিংঘমৰ আখ্যা লাভ কৰিছিল৷

ইয়াৰ পিছতে ভাবী স্বামী ৰাণা প’গাগক গ্ৰেপ্তাৰ কৰি চৰ্চালৈ আহে এছ আই জোনমণি ৰাভা৷ ভাবী স্বামীক এজন প্ৰৱঞ্চক আৰু প্ৰতাৰক আৰু অ’এনজিচিৰ ভুৱা কৰ্মচাৰীৰ অভিযোগত এছ আই জোনমণি ৰাভাই গ্ৰেপ্তাৰ কৰে৷ আকৌ লেডী সিংঘম জোনমণি ৰাভাৰ জেউতি চৰে৷

লগতে পঢ়ক বৃহদান্ত্ৰৰ প্ৰদাহ ৰোগ বা আইবিডি বিষয়ে জানো আহক…

কিন্তু ইয়াৰ পিছতে এছ আইৰ জোনমণি ৰাভাৰ কীৰিতিয়ে বিপৰীতমুখী দিশে ভাজ লয়৷ এইবাৰ এছ আই জোনমণি ৰাভা ভাৱী স্বামী ৰাণা প’গাগৰ সৈতে প্ৰৱঞ্চনাৰ সৈতে জড়িত থকাৰ অভিযোগত চৰ্চালৈ আহে৷ মাজুলীৰ দুগৰাকীমান ভুক্তভোগীয়ে এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধেও প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰে, বিশেষকৈ ৰাণা প’গাগৰ সৈতে জড়িত থকাৰ গুৰুতৰ অভিযোগ আনি মাজুলীৰ গড়মূৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এছআই জোনমণি ৰাভাই সেই অভিযোগ নস্যাৎ কৰে৷

কিন্তু উক্ত অভিযোগৰ বিৰুদ্ধে সোধ-পোচা কৰাৰ বাবে গড়মূৰ আৰক্ষীয়ে এছ আই জোনমণি ৰাভাক তলৱ কৰে৷ দুদিনীয়া সোধা-পোচাৰ অন্তত মাজুলী আৰক্ষীয়ে এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ এছ আই জোনমণি ৰাভাই এমাহ ৪ দিন কাৰাগাৰতে কটায়৷ চাকৰিৰ পৰা নিলম্বিত হয় জোনমণি ৰাভা৷ এইদৰেই পুনৰ দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে এছ আই জোনমণি ৰাভা৷

আৰক্ষীৰ মতে এছ আই জোনমণি ৰাভাৰ একাউণ্টত বিভিন্ন লোকে ধন দিয়াৰ তথ্য প্ৰমাণ পোৱা গৈছে৷ এছ আই জোনমণি ৰাভাৰ মতে তেওঁ ষড়যন্ত্ৰৰ বলি হৈছে আৰু সম্পৰ্কত থকাৰ সময়ত ৰাণা প’গাগে তেওঁক বিশ্বাসঘাতকতা কৰি তেওঁৰ নামত বেংক একাউণ্ট খুলি তেওঁৰ নামত ধন সংগ্ৰহ কৰিছিল৷ এছ আই জোনমণি ৰাভাই নিজকে নিদোৰ্ষী বুলিয়েই বাৰম্বাৰ দাবী কৰি আহিছে৷

লগতে পঢ়ক প্ৰেমিকলৈ প্ৰেমিকাৰ এটা মেচেজ! ইয়াৰ বাবেই ৬ ঘণ্টা বিলম্ব ইণ্ডিগ’ বিমানৰ উৰণ

ইফালে কাৰামুক্ত হৈ জোনমণি ৰাভা কি কৰি আছে সেই বিষয়ে সংবাদ মাধ্যমো বৰ বিশেষ উৎসুক হৈ থকা নাছিল৷

কিন্তু  হঠাতে ইয়াৰ পিছত এছ আই জোনমণি ৰাভা পুনৰ চৰ্চালৈ আহিছে৷ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে জোনমণি ৰাভাক দেখা গ’ল আৰক্ষী পোছাকত৷ অৰ্থাৎ নগাঁৱৰ নৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত এছ আই জোনমণি ৰাভাই কৰ্তব্য সম্পাদন কৰা দেখা গ’ল। অৰ্থাৎ এছ আই জোনমণি ৰাভাই চাকৰিৰ পৰা নিলম্বিত হোৱাৰ পিছত পুনৰ চাকৰিত যোগদান কৰিলে!

হয়৷ এছ আই জোনমণি ৰাভাই যোৱা ৮ জুলাইত জামিনত মুক্তি লাভ কৰাৰ পিছতে পুনৰ নগাঁৱতে চাকৰিত যোগদান কৰে৷ বিৰ্তকিত এছ আই জোনমণি ৰাভাক পুনৰ খাকী পোছাকত দেখাৰ পিছতে এতিয়া আকৌ সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamSI Junmoni Rabha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিনে কৈছিল গৰিমাৰ নামতেই মা আছে, তাই মাৰ দৰেই যত্ন লয়, ওপজা দিনত প্ৰিয় গল্ডীক সোঁৱৰি কান্দি কান্দি অসুস্থ গৰিমা শইকীয়া গাৰ্গ
অসম

জুবিনে কৈছিল গৰিমাৰ নামতেই মা আছে, তাই মাৰ দৰেই যত্ন লয়, ওপজা দিনত প্ৰিয় গল্ডীক সোঁৱৰি কান্দি কান্দি অসুস্থ গৰিমা শইকীয়া গাৰ্গ

November 18, 2025
জুবিনবিহীন প্ৰথমটো ওপজা দিন, জীৱিতকালতেই জুবিন গাৰ্গক কোনে কৈছিল, এই ল’ৰাজনে গানেৰে এদিন বিশ্বজয় কৰিব?
অসম

জুবিনবিহীন প্ৰথমটো ওপজা দিন, জীৱিতকালতেই জুবিন গাৰ্গক কোনে কৈছিল, এই ল’ৰাজনে গানেৰে এদিন বিশ্বজয় কৰিব?

November 18, 2025
এবাৰ জমা কৰিলে প্ৰতিমাহে পাব ৫৫০০ টকা, জানি থওক পোষ্ট অফিচৰ এই চুপাৰহিট স্কিম
অসম

এবাৰ জমা কৰিলে প্ৰতিমাহে পাব ৫৫০০ টকা, জানি থওক পোষ্ট অফিচৰ এই চুপাৰহিট স্কিম

November 16, 2025
পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য
অপৰাধ

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

November 10, 2025
Next Post
শোকাৱহ! জাতীয় পতাকা ৰক্ষা কৰিবলৈ গৈ প্ৰাণ দিলে ৩ ভাতৃ-ভগ্নীয়ে

শোকাৱহ! জাতীয় পতাকা ৰক্ষা কৰিবলৈ গৈ প্ৰাণ দিলে ৩ ভাতৃ-ভগ্নীয়ে

স্বামীৰে বিবাহ বিচ্ছেদৰ পিছত সতিয়া সন্তানেৰে বিবাহ, জন্ম দিব সতিয়া সন্তানৰ ঔৰসজাত সন্তান!

স্বামীৰে বিবাহ বিচ্ছেদৰ পিছত সতিয়া সন্তানেৰে বিবাহ, জন্ম দিব সতিয়া সন্তানৰ ঔৰসজাত সন্তান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.