• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামীৰে বিবাহ বিচ্ছেদৰ পিছত সতিয়া সন্তানেৰে বিবাহ, জন্ম দিব সতিয়া সন্তানৰ ঔৰসজাত সন্তান!

স্বামীৰে বিবাহ বিচ্ছেদৰ পিছত সতিয়া সন্তানেৰে বিবাহ, জন্ম দিব সতিয়া সন্তানৰ ঔৰসজাত সন্তান!

4 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

9 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

9 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

10 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

10 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

11 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

11 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

12 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

13 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

14 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

15 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

15 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

স্বামীৰে বিবাহ বিচ্ছেদৰ পিছত সতিয়া সন্তানেৰে বিবাহ, জন্ম দিব সতিয়া সন্তানৰ ঔৰসজাত সন্তান!

editor by editor
August 15, 2022
in জীৱনশৈলী, বিবিধ
0
স্বামীৰে বিবাহ বিচ্ছেদৰ পিছত সতিয়া সন্তানেৰে বিবাহ, জন্ম দিব সতিয়া সন্তানৰ ঔৰসজাত সন্তান!
0
SHARES
14.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোৱা হয় প্ৰেম আৰু যুদ্ধ সকলো সম্ভৱ! এই দুই ক্ষেত্ৰত অসম্ভৱ যেন একোৱেই নাই! এই আপ্তবচনকেই সত্য প্ৰমাণিত কৰিছে এগৰাকী মহিলা আৰু তেওঁৰ সতিয়া সন্তানে৷

প্ৰকাশিত বাতৰিৰ মতে এগৰাকী মহিলাই স্বামীৰে বিবাহ বিচ্ছেদ কৰাৰ পিছতে সতিয়া সন্তানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ এতিয়া সন্তান জন্ম দিবলৈ গৈ আছে৷

দ্য মিৰ’ৰৰ বাতৰি অনুসৰি ৩৭ বছৰীয়া মেৰিনা বালমাশ্বেভা সামাজিক মাধ্যমত প্ৰভাৱশালী এগৰাকী ৰুছ মহিলা৷ এই প্ৰভাৱশালী মহিলাগৰাকীয়ে ২ টা বছৰৰ পূৰ্বে কৰা এটা সাহসিক কামৰ বাবে সামাজিক মাধ্যমত আৰু অধিক প্ৰভাৱশালী হৈ পৰে৷ লগতে বিভিন্ন পক্ষৰ পৰা ট্ৰলৰো সন্মুখীন হৈ আৰু লাইমলাইটলৈও আহিছিল৷

লগতে পঢ়ক আকৌ চৰ্চাত বিতৰ্কিত এছ আই জোনমণি ৰাভা! সদ্য কাৰামুক্ত জোনমণি ৰাভা কিয় আকৌ চৰ্চাত?

তেওঁৰ বিবাহ বিচ্ছেদ আৰু দ্বিতীয় বিবাহৰ বাবে ধুমুহাৰ গতিত লাইমলাইটলৈ আহিছিল৷ মেৰিনাই প্ৰথম স্বামীৰে বিচ্ছেদ কৰি দ্বিতীয় বিবাহ এনে এজন পুৰুষৰ সৈতে কৰিছিল যাৰ পৰিচয় জানিলে আপুনিও হয়তো হতবাক হৈ পৰিব৷

মেৰিনাৰ দ্বিতীয় স্বামীৰ নাম হ’ল ভ্লাদিমিৰ শ্বাভিৰিন৷ তেওঁৰ বয়স মাত্ৰ ২৩ বছৰ৷ আৰু তেওঁ হ’ল মেৰিনাৰ সতিয়া সন্তান৷ অৰ্থাৎ মেৰিনাৰ প্ৰথম স্বামীৰ সন্তান৷

মেৰিনাই কয় যে স্বামী এলেক্সি শ্বেভিৰিনৰ পৰা বিবাহ বিচ্ছেদ হোৱাৰ পিছত তেওঁৰ সতিয়া ভ্লাদিমিৰৰ প্ৰেমত পৰিছিল। কিছুদিন সম্পৰ্কত থকাৰ পিছত দুয়োজনে বিয়াৰ সিদ্ধান্ত ল’লে। সতিয়া সন্তানৰ সৈতে দ্বিতীয় বিবাহ কৰাৰ পূৰ্বে মেৰিনাই প্ৰথম স্বামী অৰ্থাৎ দ্বিতীয় স্বামীৰ পিতৃ এলেক্সি শ্বেভিৰিনৰ সৈতে প্ৰায় ১০ বছৰৰ বৈবাহিক জীৱন কটাছিল৷

লগতে পঢ়ক অত্যুৎসাহী দেশভক্ত! ২ লাখ টকা ব্যয়েৰে বাহনত ত্ৰিৰংগা অংকন কৰিলে কোনে?

মেৰিনাই কয় যে তেওঁ ২০০৭ চনত এলেক্সিক বিয়া কৰাৰ পিছতে তেওঁ বৰ্তমানৰ স্বামী ভ্লাদিমিৰক লগ পাইছিল। সেই সময়ত ভ্লাদিমিৰৰ বয়স আছিল মাত্ৰ ৭ বছৰ। তেওঁ তেতিয়া মেৰিনাৰ সতিয়া সন্তান আছিল। বিবাহৰ ১০ বছৰ পিছত মেৰিনাই এলেক্সিৰ সৈতে বিবাহ বিচ্ছেদ কৰে ভ্লাদিমিৰৰ প্ৰেমত পৰে৷ প্ৰথম স্বামীৰে বিবাহ বিচ্ছেদৰ ৩ বছৰৰ পিছত সতিয়া সন্তান ভ্লাদিমিৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় মেৰিনা।

মেৰিনাই কয় যে ভ্লাদিমিৰৰ সৈতে বিয়াৰ সময়ত তেওঁৰ ওজন বেছি আছিল। তেওঁ ভ্লাদিমিৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছতে ভ্লাদিনিক সুখী কৰিবলৈ নিজৰ ওজন কমাবলৈ ধৰিলে। ওজন কমোৱাৰ পিছত নিজকে আকৰ্ষণীয় কৰি তুলিবলৈ প্লাষ্টিক চাৰ্জাৰীও কৰিছিল। আৰু এতিয়া তেওঁ দ্বিতীয় স্বামীৰ ফালৰ পৰা সন্তানসম্ভৱা বুলিও প্ৰকাশ কৰিছে৷

উল্লেখ্য যে মেৰিনাৰ ইনষ্টাগ্ৰামত ৬ লাখতকৈ অধিক ফ’ল’ৱাৰ আছে। মাজে মাজে ইনষ্টাগ্ৰামতে মেৰিনাই দ্বিতীয় স্বামীৰ লগত নিজৰ ফটোবোৰ শ্বেয়াৰ কৰে। শেহতীয়াকৈ ইনষ্টাগ্ৰামত নিজৰ গৰ্ভাৱস্থাৰ বিষয়ে নিজৰ অনুৰাগীসকল অৱগত কৰে মেৰিনাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamTrending Newsviral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
ছমাহ ধৰি নিৰুদ্দেশ হৈ আছিল স্বামী, এয়াৰপৰ্টত প্ৰেমিকৰ সৈতে ধৰিলে পত্নীয়ে

ছমাহ ধৰি নিৰুদ্দেশ হৈ আছিল স্বামী, এয়াৰপৰ্টত প্ৰেমিকৰ সৈতে ধৰিলে পত্নীয়ে

প্ৰাক-স্বাধীন কালৰ ভাৰতৰ জাতীয় পতাকা উদ্ধাৰ, ৯০ বছৰে আৱদ্ধ হৈ আছিল এটা ট্ৰাঙ্কত!

প্ৰাক-স্বাধীন কালৰ ভাৰতৰ জাতীয় পতাকা উদ্ধাৰ, ৯০ বছৰে আৱদ্ধ হৈ আছিল এটা ট্ৰাঙ্কত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.