• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰাক-স্বাধীন কালৰ ভাৰতৰ জাতীয় পতাকা উদ্ধাৰ, ৯০ বছৰে আৱদ্ধ হৈ আছিল এটা ট্ৰাঙ্কত!

প্ৰাক-স্বাধীন কালৰ ভাৰতৰ জাতীয় পতাকা উদ্ধাৰ, ৯০ বছৰে আৱদ্ধ হৈ আছিল এটা ট্ৰাঙ্কত!

4 years ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

1 hour ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

1 hour ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

2 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

2 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

2 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

4 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

6 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

6 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

7 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

8 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

9 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্ৰাক-স্বাধীন কালৰ ভাৰতৰ জাতীয় পতাকা উদ্ধাৰ, ৯০ বছৰে আৱদ্ধ হৈ আছিল এটা ট্ৰাঙ্কত!

editor by editor
August 16, 2022
in অসম
0
প্ৰাক-স্বাধীন কালৰ ভাৰতৰ জাতীয় পতাকা উদ্ধাৰ, ৯০ বছৰে আৱদ্ধ হৈ আছিল এটা ট্ৰাঙ্কত!
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ওপৰত গেৰুৱা মাজত শুকুলা তলত সেউজীয়া আৰু মাজৰ শুকুলাতে আছে এটা যঁতৰ৷ এয়া হৈছে প্ৰাক-স্বাধীন ভাৰতৰ পতাকা৷ কংগ্ৰেছৰ ভলেণ্টিয়াৰ তথা স্বাধীনতা সেনানীসকলে এই পতাকাখন উৰুৱাইয়ে ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতাৰ যুঁজত অৱতীৰ্ণ হৈছিল৷

এতিয়া বিলুপ্তপ্ৰায় এই পতাকা৷ কিতাপ পত্ৰ আৰু কোনোবা সংগ্ৰহালয়ত পোৱাৰ বাহিৰে এই পতাকাখন ক’তোৱে উপলব্ধ নহয়৷ তেনে এখন দুৰ্মূল্যপ্ৰায় পতাকা উদ্ধাৰ হৈছে অসমত৷ স্বাধীনতা লাভ কৰাৰ ৭৫ টা বছৰ পূৰ্ণ কৰাৰ উপলক্ষ্যে সমগ্ৰ দেশতে ‘আদাজী কা অমৃত মহোৎসৱ’ উদযাপন কৰা হয়৷ এই মহোৎসৱৰ লগতে সংগতি ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ ৰপৰা ২৫ আগষ্টলৈ ঘৰে ঘৰে ত্ৰিৰংগা’ কাৰ্যসূচীও পালন কৰিবলৈ আহ্বান জনায়৷

এই আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ জনগণে নিজৰ বাসগৃহত জাতীয় পতাকা উত্তোলন কৰে৷ তেনে সময়তে উজনি অসমৰ চৰাইদেউ জিলাৰ সোণাৰীৰ বেঙেনাবাৰী সৰুপথাৰ গাঁৱত উদ্ধাৰ হয় ৯০ বছৰীয়া পুৰণি এই পতাকাখন৷ যিখন পতাকা ১৯৩১ চনৰ বুলি দাবী কৰা হৈছে৷ খাদী কাপোৰৰ পতাকাখনৰ ওপৰত গেৰুৱা, মাজত শুকুলা আৰু তলত সেউজীয়া আৰু মাজৰ শুকুলাতে আছে এটা যঁতৰ৷

লগতে পঢ়ক ছমাহ ধৰি নিৰুদ্দেশ হৈ আছিল স্বামী, এয়াৰপৰ্টত প্ৰেমিকৰ সৈতে ধৰিলে পত্নীয়ে

এই পতাকাখন উদ্ধাৰ হোৱাৰ লগে লগে গাঁৱৰ গঞাৰ মাজত ব্যাপক উৎকণ্ঠা আৰু চাঞ্চল্যৰো সৃষ্টি হয়৷ গঞাই পতাকাখন প্ৰত্যক্ষ কৰিবলৈ উদ্ধাৰ হোৱাৰ পিছতে নয়নমণি ৰাজখোৱাৰ বাসগৃহত হেতাওপৰা লগায়৷

উল্লেখ্য যে পতাকাখন নয়নমণি ককাক তথা স্বাধীনতা যুঁজাৰু পদ্মেশ্বৰ ৰাজখোৱাই স্বাধীনতা সংগ্ৰামত ব্যৱহাৰৰ কৰিছিল৷ জানিব পৰা মতে নয়নমণিৰ কন্যাই আইতাকক এখন জাতীয় পতাকা লাগে বুলি আব্দাৰ কৰি থকাৰ বাবে আইতাকে এটা পুৰণি বাকচৰ পৰা ৯০ বছৰীয়া এই পুৰণি পতাকাখন উলিয়াই দিয়ে৷ ইয়াৰ পিছতে এই পতাকাখনে এতিয়া সমগ্ৰ ৰাজ্যজুৰি চৰ্চা লাভ কৰা দেখা গৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 90 year Old National Flagasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamTricolor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী
অসম

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

October 15, 2026
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’
অসম

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

October 15, 2026
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি
অসম

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

October 14, 2026
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!
অসম

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

October 14, 2026
Next Post
পাৰিবাৰিক সংঘাত! ছমহীয়া সংসাৰ ভাঙি চুৰমাৰ, পুখুৰীত জাঁপ দি আত্মহনন কমল-সুৰভীৰ

পাৰিবাৰিক সংঘাত! ছমহীয়া সংসাৰ ভাঙি চুৰমাৰ, পুখুৰীত জাঁপ দি আত্মহনন কমল-সুৰভীৰ

শোকাৱহ! স্বাধীনতা দিৱসৰ ধামখুমীয়াতে ৬ জোৱান শ্বহীদ, পাহাৰৰ পৰা নৈত বাগৰি পৰিল সেনাৰ বাছ

শোকাৱহ! স্বাধীনতা দিৱসৰ ধামখুমীয়াতে ৬ জোৱান শ্বহীদ, পাহাৰৰ পৰা নৈত বাগৰি পৰিল সেনাৰ বাছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.