• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোকাৱহ! স্বাধীনতা দিৱসৰ ধামখুমীয়াতে ৬ জোৱান শ্বহীদ, পাহাৰৰ পৰা নৈত বাগৰি পৰিল সেনাৰ বাছ

শোকাৱহ! স্বাধীনতা দিৱসৰ ধামখুমীয়াতে ৬ জোৱান শ্বহীদ, পাহাৰৰ পৰা নৈত বাগৰি পৰিল সেনাৰ বাছ

4 years ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

17 minutes ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

56 minutes ago
আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

1 hour ago
ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

2 hours ago
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

3 hours ago
মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

4 hours ago
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

22 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

22 hours ago
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

23 hours ago
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

23 hours ago
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

1 day ago
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শোকাৱহ! স্বাধীনতা দিৱসৰ ধামখুমীয়াতে ৬ জোৱান শ্বহীদ, পাহাৰৰ পৰা নৈত বাগৰি পৰিল সেনাৰ বাছ

editor by editor
August 16, 2022
in ভাৰত
0
শোকাৱহ! স্বাধীনতা দিৱসৰ ধামখুমীয়াতে ৬ জোৱান শ্বহীদ, পাহাৰৰ পৰা নৈত বাগৰি পৰিল সেনাৰ বাছ
0
SHARES
216
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশজুৰি স্বাধীনতাৰ ৭৫ বৰ্ষপুতি উদযাপনৰ আনন্দ উল্লাসৰ মাজতে এক অতি শোকাৱহ ঘটনাৰ খবৰে দেশবাসীক ম্ৰিয়মাণ কৰি তুলিছে৷

স্বাধীনতা দিৱসৰ এদিনৰ পিছতে অৰ্থাৎ আজি মংগলবাৰে ভূস্বৰ্গ কাশ্মীৰত এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে৷ দুৰ্ঘটনাটোত থিতাতে আইটিবিপিৰ ৬ গৰাকীকৈ জোৱান শ্বহীদ হৈছে আৰু ৩০ গৰাকী জোৱান আহত হৈছে৷

প্ৰকাশিত খবৰ মতে ৩৭ গৰাকী জোৱানকলৈ যাত্ৰা কৰা এখন বাছ জম্মু-কাশ্মীৰৰ পাহেলগাঁৱৰ সমীপৰ চন্দনৱাৰীৰ জিগ ম’ৰ ফ্ৰীছলানত নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰীয়া নৈত বাগৰি পৰে৷

#WATCH Bus carrying 37 ITBP personnel and two J&K Police personnel falls into riverbed in Pahalgam after its brakes reportedly failed, casualties feared#JammuAndKashmir pic.twitter.com/r66lQztfKu

— ANI (@ANI) August 16, 2022

লগতে পঢ়ক প্ৰাক-স্বাধীন কালৰ ভাৰতৰ জাতীয় পতাকা উদ্ধাৰ, ৯০ বছৰে আৱদ্ধ হৈ আছিল এটা ট্ৰাঙ্কত!

দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ অভিযান চলাই ৩৭ গৰাকী জোৱানৰ ভিতৰত ৩৫ গৰাকী জোৱানক উদ্ধাৰ কৰা হৈছে৷ ক্ষীপ্ৰতাৰে ১৯ খন এম্বুলেন্স সেই স্থানত উপস্থিত হয় আহত জোৱানসকলক চিকিৎসালৈ প্ৰেৰণ কৰা হয়।

ইফালে গুৰুতৰভাৱে আহত জোৱানসকলক উন্নত চিকিৎসাৰ বাবে হেলিকপ্টাৰযোগে শ্ৰীনগৰস্থিত সেনাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। সামান্যভাৱে আহত জোৱানসকলক অনন্তনাগ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamitbp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ
ভাৰত

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

April 29, 2026
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?
ভাৰত

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

April 28, 2026
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে
ভাৰত

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

April 28, 2026
Next Post
প্ৰেমে নামানে বয়সৰ কোনো সীমনা! ২৭ বছৰীয়া যুৱকেৰে বিয়া ৭৪ বছৰীয়া বৃদ্ধাৰ

প্ৰেমে নামানে বয়সৰ কোনো সীমনা! ২৭ বছৰীয়া যুৱকেৰে বিয়া ৭৪ বছৰীয়া বৃদ্ধাৰ

গ্ৰাহকৰ মূৰত আকৌ ৰামটাঙোন! কাইলৈ পৰা বৃদ্ধি পাব আমুল গাখীৰৰ মূল্য

গ্ৰাহকৰ মূৰত আকৌ ৰামটাঙোন! কাইলৈ পৰা বৃদ্ধি পাব আমুল গাখীৰৰ মূল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.