• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

1 month ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

31 minutes ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

1 hour ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

2 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

11 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

11 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

12 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

12 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

13 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

14 hours ago
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

15 hours ago
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

15 hours ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আয়ুস সিঙৰ কাহিনীয়ে আপোনাকো দিব অনুপ্ৰেৰণা

editor by editor
June 24, 2026
in প্ৰযুক্তি, বিবিধ, ভাৰত
0
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন
0
SHARES
824
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক’ভিডকালৰ লকডাউনে বহু মানুহৰ জীৱন সলনি কৰি দিছে। লকডাউনৰ ফলত সৰ্বহাৰা হোৱা এটা পৰিয়ালৰ এজন ১৩ বছৰীয়া কিশোৰৰ কাহিনীয়ে আপোনাকো দিব অনুপ্ৰেৰণা। বৰ্তমান AIৰ যুগত ইয়াৰ সঠিক ব্যৱহাৰেৰেও আপুনি ঘৰত বহিয়েই উলিয়াই ল’ব পাৰে উপাৰ্জনৰ পথ। কলেজৰ কোনো আনুষ্ঠানিক ডিগ্ৰী বা পৰিয়ালসূত্ৰে লাভ কৰা কোনো ব্যৱসায়ৰ পৰা নহয় সম্পূৰ্ণ নিজৰ চেষ্টাৰে এজন ১৯ বছৰীয়া কিশোৰে এনে এক AI ব্যৱসায় গঢ়ি তুলিছে যাৰ পৰা তেওঁ প্ৰতিমাহে প্ৰায় ১ কোটি টকা উপাৰ্জন কৰে। এই সফলতাৰে বৰ্তমান ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰা যুৱকজনৰ নাম আয়ুস সিং। আয়ুস কোনো IIT বা MITৰ স্নাতক নহয়। ক’ভিড-১৯ মহামাৰীৰ সময়ত আয়ুসৰ বয়স আছিল মাত্ৰ ১৩ বছৰ। সেই সময়ত তেওঁৰ পৰিয়াল আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। আয়ুসক কোনো দামী প্ৰতিষ্ঠানত কোচিং কৰাৰ সুবিধা দিব পৰা নাছিল অভিভাৱকে। সেই সময়ত আয়ুসৰ একমাত্ৰ সম্বল আছিল এটা পুৰণি লেপটপ, মাজে মাজে বন্ধ হৈ যোৱা ইণ্টাৰনেট সংযোগ আৰু কিছুমান পুৰণি অনলাইন পাঠ্যক্ৰম। কিন্তু নতুন পাঠ্যক্ৰম শিকাৰ প্ৰতি তেওঁৰ অদম্য আগ্ৰহ আছিল। সেই আগ্ৰহ আৰু অধ্যৱসায়ৰ জৰিয়তে তেওঁ নিজে AIৰ এটা গুৰুত্বপূৰ্ণ অংশ শিকি লয়।

১৪ বছৰ বয়সতেই MIT-এ আয়ুসক কৰিছিল প্ৰশংসা

আয়ুসৰ কঠোৰ পৰিশ্ৰমৰ ফল অতি সোনকালেই প্ৰতিফলিত হৈছিল। কেইমাহমানৰ ভিতৰতে তেওঁ বিদেশী ষ্টাৰ্টআপসমূহৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে। আটাইতকৈ আচৰিত কথাটো হ’ল, মাত্ৰ ১৪ বছৰ বয়সত তেওঁৰ দ্বাৰা প্ৰস্তুত কৰা এটা পাঠ্যক্ৰমক বিশ্বৰ অন্যতম সন্মানীয় শিক্ষা প্ৰতিষ্ঠান MIT-এ ভূয়সী প্ৰশংসা কৰিছিল আৰু আনকো সেইটো অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিছিল।

নিজৰ দক্ষতাৰে ইণ্টাৰনেটৰ সহায়ত মাহিলী ১ কোটি টকাকৈ উপাৰ্জন

আৰম্ভণিতে আয়ুসে নিজৰ কামৰ বিনিময়ত বিশেষ উপাৰ্জন কৰিব পৰা নাছিল। কিন্তু তেওঁৰ আয় তেতিয়াহে দ্ৰুতগতিত বৃদ্ধি পায় যেতিয়া তেওঁ কেৱল কোডিং কৰাই নহয়, নিজৰ জ্ঞান আৰু দক্ষতাক সঠিকভাৱে বিশ্বৰ আগত উপস্থাপন আৰু বিক্ৰী কৰিবলৈও শিকিলে। বৰ্তমান আয়ুসে টপমেট প্লেটফৰ্মত AI-সম্পৰ্কীয় প্ৰীমিয়াম পাঠ্যক্ৰম চলাই আছে আৰু বহু যুৱক-যুৱতীক এই ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰি আছে।

প্ৰতিভাক ব্যৱসায়ত পৰিণত কৰাৰ শিক্ষা

আয়ুসৰ এই কাহিনীয়ে এটা গুৰুত্বপূৰ্ণ বাৰ্তা দিয়ে, সেয়া হৈছে-ইণ্টাৰনেটত বহু লোকৰ ওচৰত এনে অসাধাৰণ দক্ষতা আছে যিটো শিকিবলৈ আন বহুতে টকা খৰচ কৰিবলৈও সাজু। কিন্তু অধিকাংশই নিজৰ সেই দক্ষতাক ব্যৱসায়ত পৰিণত কৰি উপাৰ্জনৰ পথ সৃষ্টি কৰিব নোৱাৰে। আপুনিও নিজৰ দক্ষতা বিকাশৰ বাবে ইণ্টাৰনেটক ব্যৱহাৰ কৰিব পাৰে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!
ভাৰত

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

August 5, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

August 5, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

August 5, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

August 4, 2026
Next Post
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ'ব?

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.