• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিংগাপুৰ বিমান সন্মুখিন হোৱা ভয়ংকৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল, মাজ আকাশতে যেন ভূমিকম্প, ভয়ংকৰ দৃশ্য

চিংগাপুৰ বিমান সন্মুখিন হোৱা ভয়ংকৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল, মাজ আকাশতে যেন ভূমিকম্প, ভয়ংকৰ দৃশ্য

2 years ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

45 minutes ago
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

1 hour ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

2 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

10 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

11 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

11 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

11 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

12 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

13 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

14 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

14 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চিংগাপুৰ বিমান সন্মুখিন হোৱা ভয়ংকৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল, মাজ আকাশতে যেন ভূমিকম্প, ভয়ংকৰ দৃশ্য

editor by editor
May 22, 2024
in বিবিধ, বিশ্ব
0
চিংগাপুৰ বিমান সন্মুখিন হোৱা ভয়ংকৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল, মাজ আকাশতে যেন ভূমিকম্প, ভয়ংকৰ দৃশ্য
0
SHARES
329
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিংগাপুৰ বিমান সন্মুখিন হোৱা ভয়ংকৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল, মাজ আকাশতে যেন ভূমিকম্প, ভয়ংকৰ দৃশ্য

শিয়ৰি উঠিব আপুনি, দৃশ্য দেখি বহুতেই কৈছে সঁচাকৈয়ে ভয়ংকৰ। মাজ আকাশতে যেন ভূমিকম্প। যাত্ৰী সকলৰ ভয়াৰ্ত চেহেৰা। বিমানৰ ভিতৰৰ সেই দৃশ্য। সেই ভয়াবহ পৰিস্থিতিৰ দৃশ্য বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

টাৰ্বুলেঞ্চৰ সন্মুখিন হোৱা চিংগাপুৰ এলাৰলাইনৰ বিমানৰ ভিতৰৰ সেই ভয়াৱহ ঘটনাৰ বাখ্যা কৰিলে যাত্ৰীয়ে। মঙলবাৰে ছিংগাপুৰ এয়াৰলাইন্সৰ এখন বিমান মাজ আকাশতে টাৰ্বুলেঞ্চৰ মাজত আবদ্ধ হৈ পৰে। এই টাৰ্বুলেঞ্চৰ পিছত বিমানখনৰ অৱস্থা এনেকুৱা হৈ পৰিল যে মাত্ৰ ৫ মিনিটতে বিমানখন ৬ হাজাৰ ফুট তললৈ নামি যায়।

টাৰ্বুলেঞ্চৰ ফলত হোৱা প্ৰচণ্ড জোকাৰণিৰ ফলত বিমানখনত থকা এজন যাত্ৰীৰ মৃত্যু পৰ্যন্ত হয়। এই ঘটনাত দুডজনৰো অধিক যাত্ৰী আহতো হৈছে। কৰ্তৃপক্ষই জনোৱা মতে, ৭৩ বছৰীয়া ব্ৰিটিছ লোকগৰাকীৰ মৃত্যুৰ কাৰণ হাৰ্ট এটেক হ’ব পাৰে যদিও এই পৰ্যন্ত নিশ্চিত হোৱা নাই। টাৰ্বুলেঞ্চৰ পিছত ছিংগাপুৰ এয়াৰলাইন্সৰ বিমানে বেংককত জৰুৰীকালীন অৱতৰণ কৰে।

https://x.com/manishasinghal/status/1792880787664044275

এই টাৰ্বুলেঞ্চৰ সময়ত বিমানখনৰ ভিতৰৰ ভয়ংকৰ পৰিস্থিতিৰ ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে, সামাজিক মাধ্যমত ফটো অহাৰ পাছতে ভাইৰেল হৈ পৰিছে সকলো। যি ধৰণৰ ভিডিঅ’ আৰু ছবি প্ৰকাশ পাইছে, সেইবোৰ দেখি স্পষ্টকৈ কল্পনা কৰিব পাৰি যে টাৰ্বুলেঞ্চৰ সময়ত বিমানখনৰ যাত্ৰীসকলৰ কি হ’ব পাৰে।

https://x.com/adarwis/status/1792875627080773825

ভাৰতীয় সময় অনুসৰি সোমবাৰে মাজনিশা ২:৪৫ বজাত ছিংগাপুৰ এয়াৰলাইন্সৰ বয়িং ৭৭৭-৩০০ইআৰ বিমানে লণ্ডনৰ পৰা উৰা মাৰিছিল। পিছদিনা বিয়লি ৩:৪০ বজাত ছিংগাপুৰত অৱতৰণ কৰাৰ কথা আছিল যদিও উৰণৰ ১১ ঘণ্টাৰ পিছত ম্যানমাৰৰ আকাশমাৰ্গত ৩৭ হাজাৰ ফুট উচ্চতাত টাৰ্বুলেঞ্চৰ মাজত আবদ্ধ হৈ পৰে। ম্যানমাৰৰ সমীপৰ আন্দামান সাগৰৰ ওপৰেৰে বিমানখনে টাৰ্বুলেঞ্চৰ সন্মুখীন হয়।

এই ঘটনাত ১গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ গৰাকী যাত্ৰী আহত হয়। দুৰ্ঘটনাটোৰ সময়ত বিমানখনত ৩গৰাকী ভাৰতীয় লোকো আছিল বুলি জানিব পৰা গৈছে। বৰ্তমানে তিনিওগৰাকী ভাৰতীয় লোক সুকলমে আছে বুলি প্ৰকাশ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: singaporeSingapore Airlineturbulenceviral imageviral photoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!
বিশ্ব

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

October 17, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 17, 2026
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

October 16, 2026
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক
বাণিজ্য

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

October 16, 2026
Next Post
৩০ বছৰৰ মূৰত মাতৃক ন্যায় দিলে পুত্ৰই, ডি এন এৰ জৰিয়তে জানিব পাৰিলে ঘৰৰ ওচৰৰে দুই ভাতৃয়ে কৰিছিল নিকৃষ্ট কাম

৩০ বছৰৰ মূৰত মাতৃক ন্যায় দিলে পুত্ৰই, ডি এন এৰ জৰিয়তে জানিব পাৰিলে ঘৰৰ ওচৰৰে দুই ভাতৃয়ে কৰিছিল নিকৃষ্ট কাম

উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, ২০১০ৰ পাছৰ সকলো অবিচি প্ৰমাণ পত্ৰ খাৰিজ

উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, ২০১০ৰ পাছৰ সকলো অবিচি প্ৰমাণ পত্ৰ খাৰিজ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.