• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ মালব্য ৰাজযোগত বিপুল অৰ্থলাভ, লাভাম্বিত হ’ব ৫ ৰাশি

কাইলৈ মালব্য ৰাজযোগত বিপুল অৰ্থলাভ, লাভাম্বিত হ’ব ৫ ৰাশি

1 year ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

11 minutes ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

1 hour ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

2 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

3 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

3 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

4 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

6 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

6 hours ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

7 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

8 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

9 hours ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ মালব্য ৰাজযোগত বিপুল অৰ্থলাভ, লাভাম্বিত হ’ব ৫ ৰাশি

editor by editor
February 6, 2025
in জীৱনশৈলী, বিনোদন
0
কাইলৈ মালব্য ৰাজযোগত বিপুল অৰ্থলাভ, লাভাম্বিত হ’ব ৫ ৰাশি
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ মালব্য ৰাজযোগত বিপুল অৰ্থলাভ, লাভাম্বিত হ’ব ৫ ৰাশি

কাইলৈ ৭ ফেব্ৰুৱাৰী ২০২৫ তাৰিখ শুকুৰবাৰে চন্দ্ৰ গোটেই দিনটো বৃষ ৰাশিত থাকিব। বৈদিক পঞ্জিকা অনুসৰি কাইলৈ মাঘ মাহৰ শুক্ল পক্ষৰ দশম দিন। জ্যোতিষৰ হিচাপ অনুসৰি কাইলৈ ইন্দ্ৰ যোগ আৰু বৈধৃতি যোগৰ প্ৰভাৱ থাকিব।

তাতে আৰু হিন্দু ধৰ্মত শুকুৰবাৰ লক্ষ্মী দেৱীৰ প্ৰিয় দিন বুলি মান্যতা আছে। জ্যোতিষৰ হিচাপ অনুসৰি মালব্য ৰাজযোগৰ বাবে ৫ ৰাশিৰ লোকে কাইলৈ জীৱনত বহুত সুখ আৰু সফলতা লাভ কৰিব।

মেষ ৰাশি
কাইলৈ ৰেহিনী তাৰকাৰ প্ৰভাৱত মেষ ৰাশিৰ লোকে কোনো আত্মীয় বা ওচৰ-চুবুৰীয়াৰ পৰা কিছুমান অতি ভাল খবৰ লাভ কৰিবলৈ ওলাইছে। ফলত কাইলৈ আপোনাৰ মনটো আনন্দৰে ভৰি পৰিব। কিন্তু বিৰোধীয়ে আপোনাক বিপদত পেলাবলৈ বিভিন্ন আঁচনি ৰচনা কৰিব পাৰে। বিৰোধীৰ এই ষড়যন্ত্ৰ আপুনি বিফল কৰিব পাৰে। বৰঞ্চ আপোনাৰ শত্ৰুৱে নিজৰ মাজতে যুদ্ধ কৰিবলৈ আৰম্ভ কৰিব।

মিথুন ৰাশি
কাইলৈ মিথুন ৰাশিৰ লোকসকলে কিছু সামাজিক কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ ফলত সমাজত আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব। কাইলৈ দেৱী লক্ষ্মীৰ আশীৰ্বাদত মিথুন ৰাশিৰ লোকসকল আত্মবিশ্বাসৰ শিখৰত উপনীত হ’ব। যদি পত্নীৰ সৈতে পূৰ্বৰ কোনো ভুল বুজাবুজি হৈছিল তেন্তে কাইলৈ​সেই সকলোবোৰ সমাধান হ’ব।

তুলা ৰাশি
তুলা ৰাশিৰ লোকসকলে দেৱী লক্ষ্মীৰ আশীৰ্বাদত কাইলৈ ধন-সম্পত্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যদিও কাইলৈ আপুনি কিছু স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। কিন্তু ইন্দ্ৰ যোগৰ প্ৰভাৱত তুলা ৰাশিৰ লোকসকলে বৃহৎ আৰ্থিক লাভৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। নিজৰ শাৰীৰিক স্বাস্থ্যৰ যত্ন লওক।

বৃশ্চিক ৰাশি
কাইলৈ ৰবি যোগৰ শুভ প্ৰভাৱত বৃশ্চিক ৰাশিসকলে যিকোনো কাম হাতত ল’লে সফলতা লাভ কৰিব। কাইলৈ​আপুনি আপোনাৰ কেৰিয়াৰৰ অগ্ৰগতিৰ শিখৰত উপনীত হ’ব পাৰিব। সকলো কাম সম্পূৰ্ণ মনোযোগেৰে কৰিব। বৃশ্চিক ৰাশিসকলে যিকোনো কাম হাতত ল’লে সফলতা লাভ কৰিব।

কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ লোকে কাইলৈ​সন্তান সন্দৰ্ভত ভাল খবৰ পাব পাৰে। আপোনাৰ নৈতিকতা আৰু আদৰ্শবোধৰ বাবেই আপুনি সকলো ধৰণৰ অসৎ কামৰ পৰা আঁতৰি থাকিব। ফলত প্ৰথমতে কিছু সমস্যা হ’লেও শেষত জয়ী হ’ব। কুম্ভ ৰাশিৰ লোকে ক’ৰবাত বিনিয়োগ কৰিলে ভাল লাভ কৰিব পাৰে। আপোনাৰ সংগীৰ সৈতে মানসম্পন্ন সময় কটাবলৈ সুযোগ পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 7 FebAstrolgyLucky RashiRashi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?
জীৱনশৈলী

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

June 26, 2026
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!
বিনোদন

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

June 26, 2026
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!
জীৱনশৈলী

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

June 26, 2026
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!
জীৱনশৈলী

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

June 26, 2026
Next Post
বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে

বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে

শিক্ষাগ্ৰহণ কৰিবলৈ যোৱা শিক্ষাৰ মন্দিৰৰ শৌচালয়ত ছাত্ৰীক ৩ শিক্ষকৰ…

শিক্ষাগ্ৰহণ কৰিবলৈ যোৱা শিক্ষাৰ মন্দিৰৰ শৌচালয়ত ছাত্ৰীক ৩ শিক্ষকৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.