• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিক্ষাগ্ৰহণ কৰিবলৈ যোৱা শিক্ষাৰ মন্দিৰৰ শৌচালয়ত ছাত্ৰীক ৩ শিক্ষকৰ…

শিক্ষাগ্ৰহণ কৰিবলৈ যোৱা শিক্ষাৰ মন্দিৰৰ শৌচালয়ত ছাত্ৰীক ৩ শিক্ষকৰ…

1 year ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

42 minutes ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

2 hours ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

3 hours ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

3 hours ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

4 hours ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

5 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

6 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

14 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

14 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

15 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

16 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শিক্ষাগ্ৰহণ কৰিবলৈ যোৱা শিক্ষাৰ মন্দিৰৰ শৌচালয়ত ছাত্ৰীক ৩ শিক্ষকৰ…

editor by editor
February 6, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
শিক্ষাগ্ৰহণ কৰিবলৈ যোৱা শিক্ষাৰ মন্দিৰৰ শৌচালয়ত ছাত্ৰীক ৩ শিক্ষকৰ…
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিক্ষাগ্ৰহণ কৰিবলৈ যোৱা শিক্ষাৰ মন্দিৰৰ শৌচালয়ত ছাত্ৰীক ৩ শিক্ষকৰ…

শিক্ষা বৃত্তিত কালিমা সানিলে ৩ গৰাকী শিক্ষকে। যি শিক্ষাৰ মন্দিৰত জ্ঞানৰ পোহৰ বিলোৱা হয়, সেই মন্দিৰতেই শিক্ষাগুৰুৰ কামনাৰ বলি এগৰাকী ছাত্ৰী।

এগৰাকী ১৩ বছৰীয়া কনমানি ছাত্ৰীক বিদ্যালয়ৰে ৩গৰাকীকৈ শিক্ষকৰ দলবদ্ধ ধৰ্ষণ। প্ৰথমে এগৰাকী শিক্ষকে ধৰ্ষণ কৰে ছাত্ৰীগৰাকীক। পাছত এই বিষয়ে জানিব পাৰি অন্য দুগৰাকী শিক্ষকেও যোগ দিয়ে আনগৰাকীৰ সৈতে।

বিদ্যালয়ৰ শৌচাগাৰতে কামনাৰ বলি হয় ছাত্ৰীগৰাকী। এমাহ পূৰ্বেই সংঘটিত হৈছিল এই ঘটনা । পাছে ৪ ফেব্ৰুৱাৰী মঙলবাৰেহে পোহৰলৈ আহে এই ঘটনা।

যেতিয়া বহুদিন ধৰি ছাত্ৰীগৰাকী বিদ্যালয়ত উপস্থিত হোৱা নাছিল, সেয়ে বিদ্যালয় খনৰ প্ৰধানশিক্ষয়ত্ৰী খবৰ লোৱাৰ উদ্দেশ্যেৰে উপস্থিত হৈছিল ছাত্ৰীগৰাকীৰ ঘৰত।

তেতিয়াহে পোহৰলৈ আহে সমস্ত ঘটনা। ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে প্ৰধান শিক্ষয়ত্ৰীৰ আগত বিদ্যালয়ৰ ৩ লম্পট শিক্ষকৰ কথা সদৰি কৰে। প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়েও পলম নকৰি সেই নিশাই গোচৰ তৰে জিলা শিশু কন্যাণ বিভাগত। বিভাগে খবৰ কৰে আৰক্ষীক।

আৰক্ষীয়ে লগে লগে তদন্ত আৰম্ভ কৰি ৫ ফেব্ৰুৱাৰী তাৰিখে তিনিও অভিযুক্ত শিক্ষকক আটক কৰে। POCSO আইনৰ আধাৰত তিনিও লম্পট শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰক্ষীয়ে। লগতে তিনিওকে শিক্ষাবৃত্তিৰ পৰাও নিলম্বন কৰে।

এই নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে কৰ্নাটকৰ কৃষ্ণগিৰি জিলাৰ এখন চৰকাৰী বিদ্যালয়ত। বৰ্তমানে ছাত্ৰীগৰাকীৰো স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। স্বাস্থ্য কিছু সুস্থিৰ হলেও মানসিক ভাৱে একেবাৰে অসুস্থ হৈ পৰিছে ছাত্ৰীগৰাকী। যাৰ বাবে মনোৰোগ বিশেষজ্ঞ আৰু মনোবিজ্ঞানীৰ সহায় লোৱা হৈছে ছাত্ৰীগৰাকীৰ সুস্থতাৰ বাবে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: GangrapeGovernment SchoolGovt SchoolkarnatakaTeacher raped Student
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে
ভাৰত

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

July 25, 2026
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়
জীৱনশৈলী

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

July 25, 2026
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ
অপৰাধ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

July 25, 2026
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?
ভাৰত

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

July 25, 2026
Next Post
ইংলেণ্ডৰ বিৰুদ্ধে সহজ জয় ভাৰতৰ, বলিঙত ৰবিন্দ্ৰ জাদেজাই গঢ়িলে ৰেকৰ্ড

ইংলেণ্ডৰ বিৰুদ্ধে সহজ জয় ভাৰতৰ, বলিঙত ৰবিন্দ্ৰ জাদেজাই গঢ়িলে ৰেকৰ্ড

মালব্য ৰাজযোগত শুক্ৰবাৰে বিপুল অৰ্থলাভ ৫ৰাশিৰ, তালিকাত কোন কোন আছে?

মালব্য ৰাজযোগত শুক্ৰবাৰে বিপুল অৰ্থলাভ ৫ৰাশিৰ, তালিকাত কোন কোন আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.