• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মালব্য ৰাজযোগত শুক্ৰবাৰে বিপুল অৰ্থলাভ ৫ৰাশিৰ, তালিকাত কোন কোন আছে?

মালব্য ৰাজযোগত শুক্ৰবাৰে বিপুল অৰ্থলাভ ৫ৰাশিৰ, তালিকাত কোন কোন আছে?

2 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

2 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

2 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

2 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

3 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

3 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

4 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

5 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

6 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

7 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

8 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

8 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মালব্য ৰাজযোগত শুক্ৰবাৰে বিপুল অৰ্থলাভ ৫ৰাশিৰ, তালিকাত কোন কোন আছে?

মালব্য ৰাজযোগত শুক্ৰবাৰে বিপুল অৰ্থলাভ ৫ৰাশিৰ, তালিকাত কোন কোন আছে?

editor by editor
February 7, 2025
in জীৱনশৈলী, বিবিধ
0
মালব্য ৰাজযোগত শুক্ৰবাৰে বিপুল অৰ্থলাভ ৫ৰাশিৰ, তালিকাত কোন কোন আছে?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ৭ ফেব্ৰুৱাৰী ২০২৫ শুকুৰবাৰে চন্দ্ৰই দিনজুৰি বৃষ ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি মাঘ মাহৰ শুক্লপক্ষৰ দশমী তিথি৷ আজি নিশা ৯ বাজি ২৬ মিনিট পৰ্যন্ত দশমী তিথি থাকিব৷ তাৰপাছতেই মাঘৰ শুক্লা একাদশী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি আজি ইন্দ্ৰ যোগ আৰু বৈধৃতি যোগৰ প্ৰভাৱ থাকিব৷ আজি প্ৰথমে থাকিব ৰোহিনী আৰু পাছত বৈধৃতি নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শুকুৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কোনো কোনো ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক আজিৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

আজি ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱত কোনো আত্মীয় বা প্ৰতিবেশীৰ পৰা খুব ভাল কোনো খবৰ পাব পাৰে মেষ ৰাশিৰ জাতকে৷ ইয়াৰ ফলত আপোনাৰ মন আজি আনন্দেৰে পৰিপূৰ্ণ হৈ থাকিব৷ বিৰোধীয়ে আপোনাক বিপদত পেলোৱাৰ নানান ধৰণৰ চক্ৰান্ত কৰিব পাৰে৷ বিৰোধীসকলে এই ষড়যন্ত্ৰত ব্যৰ্থ হ’ব৷ আপোনাৰ শত্ৰুৱে নিজৰ মাজতেই যুঁজ আৰম্ভ কৰিব৷

মিথুন ৰাশি

আজি কোনো সামাজিক কামত সক্ৰিয় ভাৱে অংশ ল’ব পাৰে মিথুন ৰাশিৰ জাতকে৷ ইয়াৰ ফলত সমাজত আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ আজি মা লক্ষ্মীৰ আশীৰ্বাদত আত্মবিশ্বাসেৰে তুংগত থাকিব মিথুন ৰাশিৰ জাতক৷ জীৱনসংগীৰ সৈতে কোনো বিষয়ত পূৰ্বৰ ভুল বুজাবুজি থাকিলে আজি দূৰ হ’ব৷ সংগীৰ সৈতে কোনো মনোৰম স্থানলৈ ফুৰিবলৈ যাব পাৰে৷

তুলা ৰাশি

মা লক্ষ্মীৰ আশীৰ্বাদত আজি ৭ ফেব্ৰুৱাৰীত সম্পদ বৃদ্ধিৰ যোগ আছে তুলা ৰাশিৰ জাতকৰ৷ আজি আপোনাৰ স্বাস্থ্যক লৈ কিছু সমস্যাত ভুগিব পাৰে৷ ইন্দ্ৰ যোগৰ প্ৰভাৱত মোটা আৰ্থিক লাভৰ যোগ আছে তুলা ৰাশিৰ জাতকৰ সন্মুখত৷ নিজৰ স্বাস্থ্যৰ যত্ন লওক৷ আজি আপুনি নিজৰ সন্তানৰ ভৱিষ্যৎ সংক্ৰান্তিয় কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷

বৃশ্চিক ৰাশি

আজি শুক্ৰবাৰে ৰবি যোগৰ শুভ প্ৰভাৱত যি কামত হাত দিয়ে তাতেই সাফল্য পাব৷ আজি আপুনি নিজৰ কেৰিয়াৰত উন্নতিৰ শীৰ্ষত উপনীত হ’ব পাৰিব৷ আপুনি নিজৰ সকলো কাম মনোযোগেৰে সৈতে কৰিব৷ আত্মবিশ্বাস তুংগত থাকিব৷ যি কামত হাত দিব তাতেই সাফল্য লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷

কুম্ভ ৰাশি

আজি সন্তান সম্পৰ্কিত কোনো বিষয়ত ভাল খবৰ পাব পাৰে কুম্ভ ৰাশিৰ জাতকে৷ ইয়াৰ ফলত আজি আপোনাৰ মনত আনন্দ থাকিব৷ কাইলৈ নীতি আৰু আদৰ্শ বোধৰ কাৰণে সকলো ধৰণৰ অসাধু কামৰ পৰা দূৰৈত থাকিব আপুনি৷ ইয়াৰ ফলত প্ৰথমে কিছু সমস্যা হ’লেও শেষত জয় আপোনাৰে হ’ব৷ কৰোবাত বিনিয়োগ কৰিলে ভাল লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে৷ সংগীৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!
অসম

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

October 14, 2026
Next Post
নভৱাকৈয়ে বয়স বাঢ়ে…!ওপজা দিনটোত দীপলিনাই প্রথমবাৰ জনালে নিজৰ কিছু গোপন কথা, বিচাৰিলে আশীৰ্বাদ আৰু সহযোগীতা

নভৱাকৈয়ে বয়স বাঢ়ে...!ওপজা দিনটোত দীপলিনাই প্রথমবাৰ জনালে নিজৰ কিছু গোপন কথা, বিচাৰিলে আশীৰ্বাদ আৰু সহযোগীতা

ধনিষ্ঠা নক্ষত্ৰলৈ আহিছে সূৰ্য, দু’সপ্তাহ ধৰি সৌভাগ্য উজলি থাকিব ৪ ৰাশিৰ ভাগ্যত

ধনিষ্ঠা নক্ষত্ৰলৈ আহিছে সূৰ্য, দু’সপ্তাহ ধৰি সৌভাগ্য উজলি থাকিব ৪ ৰাশিৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.