• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনিষ্ঠা নক্ষত্ৰলৈ আহিছে সূৰ্য, দু’সপ্তাহ ধৰি সৌভাগ্য উজলি থাকিব ৪ ৰাশিৰ ভাগ্যত

ধনিষ্ঠা নক্ষত্ৰলৈ আহিছে সূৰ্য, দু’সপ্তাহ ধৰি সৌভাগ্য উজলি থাকিব ৪ ৰাশিৰ ভাগ্যত

1 year ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

1 hour ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

2 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

3 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

3 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

4 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

4 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

5 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

8 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

10 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

10 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ধনিষ্ঠা নক্ষত্ৰলৈ আহিছে সূৰ্য, দু’সপ্তাহ ধৰি সৌভাগ্য উজলি থাকিব ৪ ৰাশিৰ ভাগ্যত

ধনিষ্ঠা নক্ষত্ৰলৈ আহিছে সূৰ্য, দু’সপ্তাহ ধৰি সৌভাগ্য উজলি থাকিব ৪ ৰাশিৰ ভাগ্যত

editor by editor
February 7, 2025
in অসম, বিবিধ, ভাৰত, লেখা
0
ধনিষ্ঠা নক্ষত্ৰলৈ আহিছে সূৰ্য, দু’সপ্তাহ ধৰি সৌভাগ্য উজলি থাকিব ৪ ৰাশিৰ ভাগ্যত
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সূৰ্যদেৱ হৈছে সৌৰজগতৰ ৰজা৷ বিগত ৬ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰে সূৰ্যই শ্ৰাৱণ নক্ষত্ৰ এৰি ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ কৰিছে৷ আগন্তুক ১৯ ফেব্ৰুৱাৰী পৰ্যন্ত ইয়াতেই বিৰাজ কৰিব সূৰ্যই৷ ইয়াৰপাছতেই সূৰ্যই ধনিষ্ঠা এৰি শতভিষাত গোচৰ কৰিব৷ সূৰ্যৰ এই অৱস্থান পৰিবৰ্তনৰ প্ৰভাৱ চাৰি ৰাশিৰ জাতকৰ ওপৰত বিশেষভাৱে পৰিব৷ লাভৱান হ’ব চাৰি ৰাশিৰ জাতক৷ আগন্তুক ২ সপ্তাহৰ ভিতৰত কেৰিয়াৰত বৃহৎ উন্নতি কাৰ কাৰ হ’ব? ইয়াৰোপৰি উপাৰ্জন বাঢ়িব কাৰ কাৰ? জানি থওক ভাগ্যবান ৰাশিৰ তালিকা৷

মেষ ৰাশি

১৯ ফেব্ৰুৱাৰী পৰ্যন্ত খুব ভাল সময় কটাব মেষ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ আয় বাঢ়িব৷ সকলো কামতেই ভাগ্যৰ সহায়তা লাভ কৰিব৷ পৰিয়ালতো সুখ শান্তিৰ পৰিবেশ থাকিব৷ নানান দিশৰ পৰা অৰ্থ উপাৰ্জনৰ পথ খুলিব মেষ ৰাশিৰ জাতকৰ সন্মুখত৷ মোটা অংকত ভাল চাকৰিও পাব পাৰে৷

কৰ্কট ৰাশি

সূৰ্যৰ প্ৰভাৱত ব্যৱসায়ত বৃহৎ উন্নতি কৰিব কৰ্কট ৰাশিৰ জাতকে৷ বিশেষকৈ যিসকলে অংশীদাৰিত্বৰ ব্যৱসায় কৰিছে তেওঁলোকে বৃহৎ চুক্তি স্বাক্ষৰ কৰিব পাৰে৷ এই সময়ত আপোনাৰ কেৰিয়াৰৰ গ্ৰাফ শীৰ্ষত উঠিব৷ নিজৰ সকলো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব৷ নানান দিশৰ পৰা উন্নতি কৰাৰ যোগ আছে৷ অফিচত ডাঙৰ কোনো কামৰ দায়িত্ব পাব পাৰে৷ বিনিয়োগ কৰাৰ বাবেও এই সময় শুভ৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ চাকৰিয়াল আৰু ব্যৱসায়ী, উভয়ৰে বাবেই এই সময় খুব ভাল সময়৷ এই সময়ত অফিচত নিজৰ কামক লৈ সন্তুষ্টি থাকিব৷ ষ্টক মাৰ্কেটৰ পৰা বৃহৎ লাভ কৰাৰ সুযোগ পাব৷ আপোনাৰ পৰিশ্ৰম আৰু চেষ্টাই আপোনাক সাফল্যৰ শীৰ্ষলৈ লৈ যাব৷ আপোনাৰ সততা আৰু কামৰ প্ৰতি মনোযোগ দেখি সকলোৰে প্ৰশংসা পাব৷ ব্যক্তিগত সম্পৰ্কতো মাধুৰ্য বাঢ়িব৷

মকৰ ৰাশি

পাবলগীয়া টকা এই সময়ত লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ কামৰ সূত্ৰৰ পৰা আপুনি বিদেশলৈ যাব পাৰে৷ আমদানি ৰপ্তানিৰ সৈতে যুক্ত ব্যৱসায়ীসকল লাভৱান হ’ব৷ সূৰ্যৰ প্ৰভাৱত আয় বাঢ়িব মকৰ ৰাশিৰ জাতকৰ৷ বেংক বেলেন্স বাঢ়িব আৰু নিজৰ কেৰিয়াৰতো বৃহৎ উন্নতি কৰিব পাৰিব মকৰ ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বাণিজ্য

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 27, 2026
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

June 27, 2026
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক
জীৱনশৈলী

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

June 27, 2026
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত
জীৱনশৈলী

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

June 27, 2026
Next Post
কেৱল ৰঙা গোলাপেই প্ৰেমৰ কথা নুবুজায়, ভাললগা ব্যক্তিগৰাকীক দিয়ক এই ৰঙৰ গোলাপ, সুখী হ’ব নিসন্দেহে

কেৱল ৰঙা গোলাপেই প্ৰেমৰ কথা নুবুজায়, ভাললগা ব্যক্তিগৰাকীক দিয়ক এই ৰঙৰ গোলাপ, সুখী হ’ব নিসন্দেহে

প্ৰেমৰ সপ্তাহতেই প্ৰকৃত প্ৰেমৰ ভালপোৱা দাঙি ধৰিলে পত্নীয়ে, স্বামীক বচাবলৈ ৪০ ফুট দ’ কুঁৱাত জপিয়ালে মহিলাই, তাৰপিছত, চাওক ভিডিঅ’

প্ৰেমৰ সপ্তাহতেই প্ৰকৃত প্ৰেমৰ ভালপোৱা দাঙি ধৰিলে পত্নীয়ে, স্বামীক বচাবলৈ ৪০ ফুট দ’ কুঁৱাত জপিয়ালে মহিলাই, তাৰপিছত, চাওক ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.