• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমৰ সপ্তাহতেই প্ৰকৃত প্ৰেমৰ ভালপোৱা দাঙি ধৰিলে পত্নীয়ে, স্বামীক বচাবলৈ ৪০ ফুট দ’ কুঁৱাত জপিয়ালে মহিলাই, তাৰপিছত, চাওক ভিডিঅ’

প্ৰেমৰ সপ্তাহতেই প্ৰকৃত প্ৰেমৰ ভালপোৱা দাঙি ধৰিলে পত্নীয়ে, স্বামীক বচাবলৈ ৪০ ফুট দ’ কুঁৱাত জপিয়ালে মহিলাই, তাৰপিছত, চাওক ভিডিঅ’

2 years ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

11 minutes ago
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

22 minutes ago
ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

2 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ সময়ত Mood Swings এ অশান্তি কৰে নেকি? এইদৰে পাব সকাহ

3 hours ago
পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

3 hours ago
বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক

বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক

4 hours ago
বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

7 hours ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

আজি শিৱৰ কৃপা থাকিব ৫ ৰাশিৰ ওপৰত, খুলিব ভাগ্যৰ দুৱাৰ!

8 hours ago
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

17 hours ago
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

18 hours ago
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেমৰ সপ্তাহতেই প্ৰকৃত প্ৰেমৰ ভালপোৱা দাঙি ধৰিলে পত্নীয়ে, স্বামীক বচাবলৈ ৪০ ফুট দ’ কুঁৱাত জপিয়ালে মহিলাই, তাৰপিছত, চাওক ভিডিঅ’

প্ৰেমৰ সপ্তাহতেই প্ৰকৃত প্ৰেমৰ ভালপোৱা দাঙি ধৰিলে পত্নীয়ে, স্বামীক বচাবলৈ ৪০ ফুট দ’ কুঁৱাত জপিয়ালে মহিলাই, তাৰপিছত, চাওক ভিডিঅ’

editor by editor
February 7, 2025
in জীৱনশৈলী
0
প্ৰেমৰ সপ্তাহতেই প্ৰকৃত প্ৰেমৰ ভালপোৱা দাঙি ধৰিলে পত্নীয়ে, স্বামীক বচাবলৈ ৪০ ফুট দ’ কুঁৱাত জপিয়ালে মহিলাই, তাৰপিছত, চাওক ভিডিঅ’
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱসৰপ্ৰাপ্ত আৰক্ষী অফিচাৰ ৰমেছানে নিজৰ ঘৰৰ জালুক গছত জালুক পাৰিবলৈ উঠিছিল৷ কিন্তু হঠাৎ জালুক বগোৱা গছজোপাৰ এটা ডাল ভাঙি পৰে৷ ভাৰসাম্য হেৰুৱাই বৃদ্ধগৰাকী গছৰ কাষতে থকা দ’ কুঁৱাত পৰি যায়৷ কুঁৱাটো প্ৰায় ৪০ ফুট গভীৰ, কুৱাটোত প্ৰায় ৫ ফুটলৈকে পানী আছিল৷

https://x.com/timesofindia/status/1887361829862613486

স্বামীক কুঁৱাত পৰি যোৱা দেখি পত্নীও ৰৈ নাথাকিল৷ স্বামী পৰি যোৱা কুঁৱাত জাপ দিয়ে ৫৬ বছৰীয়া পত্নী পদ্মমেও৷ স্বামীক উদ্ধাৰ কৰিবলৈকে কুঁৱাত জপিয়াই দিয়ে পদ্মম৷ কিন্তু এই গভীৰ কুঁৱাৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰিব স্বামীক? চুবুৰীয়াই বিষয়টো প্ৰত্যক্ষ কৰি লগে লগেই উদ্ধাৰকাৰী দলক খবৰ দিয়ে৷ এই ঘটনা কেৰালাৰ পিৰাভম পৌৰসভাৰ ইলানজিক্কাভিলৰ৷

দেখা যায় যে পদ্মমে তেওঁৰ স্বামীৰ সৈতে কুঁৱীৰ দেৱালত হেলান দি কোনোমতে থিয় দি আছিল৷ কিছুসময় পাছতেই উদ্ধাৰকাৰী দল উপস্থিত হয় ঘটনাস্থলীত৷ স্বামী স্ত্ৰী দুয়োকে বিশেষ জাল ব্যৱহাৰ কৰি ওপৰলৈ উঠোৱা হয়৷ ইয়াৰ পাছতেই উভয়কে হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

August 10, 2026
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ
জীৱনশৈলী

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

August 10, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

মাহেকীয়াৰ সময়ত Mood Swings এ অশান্তি কৰে নেকি? এইদৰে পাব সকাহ

August 10, 2026
পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

August 10, 2026
Next Post
৫০০ ভনীয়েকৰ বাবে উদ্যোগপতি গৌতম আদানীৰ পুত্ৰই কৰিলে মহান কাম, গৌতম আদানীৰ এই কাৰ্যত অবাক দেশবাসী

৫০০ ভনীয়েকৰ বাবে উদ্যোগপতি গৌতম আদানীৰ পুত্ৰই কৰিলে মহান কাম, গৌতম আদানীৰ এই কাৰ্যত অবাক দেশবাসী

সস্তা হ’ব বাহন আৰু গৃহ ঋণকে ধৰি সকলো EMI! দীৰ্ঘ ৫ বছৰৰ পাছত ৰেপো ৰেট কমালে RBIয়ে

সস্তা হ’ব বাহন আৰু গৃহ ঋণকে ধৰি সকলো EMI! দীৰ্ঘ ৫ বছৰৰ পাছত ৰেপো ৰেট কমালে RBIয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.