• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সস্তা হ’ব বাহন আৰু গৃহ ঋণকে ধৰি সকলো EMI! দীৰ্ঘ ৫ বছৰৰ পাছত ৰেপো ৰেট কমালে RBIয়ে

সস্তা হ’ব বাহন আৰু গৃহ ঋণকে ধৰি সকলো EMI! দীৰ্ঘ ৫ বছৰৰ পাছত ৰেপো ৰেট কমালে RBIয়ে

1 year ago
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

18 minutes ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

1 hour ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

1 hour ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

3 hours ago
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

4 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

5 hours ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

5 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

6 hours ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

17 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

18 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

18 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সস্তা হ’ব বাহন আৰু গৃহ ঋণকে ধৰি সকলো EMI! দীৰ্ঘ ৫ বছৰৰ পাছত ৰেপো ৰেট কমালে RBIয়ে

সস্তা হ’ব বাহন আৰু গৃহ ঋণকে ধৰি সকলো EMI! দীৰ্ঘ ৫ বছৰৰ পাছত ৰেপো ৰেট কমালে RBIয়ে

editor by editor
February 7, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
সস্তা হ’ব বাহন আৰু গৃহ ঋণকে ধৰি সকলো EMI! দীৰ্ঘ ৫ বছৰৰ পাছত ৰেপো ৰেট কমালে RBIয়ে
0
SHARES
838
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ জনগণক স্বাস্তি দিবলৈ ডাঙৰ ঘোষণা কৰিলে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই৷ দীৰ্ঘ পাঁচ বছৰৰ পাছত ৰেপো ৰেট কমালে দেশৰ শীৰ্ষ বেংকে৷ আৰ বি আইৰ গভৰ্নৰ সঞ্জয় মলহোত্ৰাই শুকুৰবাৰে মুদ্ৰানীতি কমিটিৰ বৈঠকৰ পাছত জনাই যে ২৫ বেছিচ পয়েণ্ট কমোৱা হৈছে ৰেপো ৰেট৷ নতুন ৰেপো ৰেট হ’ব ৬.২৫শতাংশ৷ এই ঘোষণাৰ পাছতেই ঋণত সুদৰ হাৰ কমাব লাগিব বাণিজ্যিক বেংকসমূহেও৷ ইয়াৰ ফলত বাহন, ঘৰৰ ঋণ কিছুপৰিমাণে সস্তা হ’ব জনতাৰ বাবে৷

বিগত বুধবাৰে বৈঠকত বহিছিল দেশৰ শীৰ্ষ বেংকৰ কেন্দ্ৰীয় মুদ্ৰানীতি কমিটি৷ আৰ বি আইৰ নতুন গভৰ্নৰ সঞ্জয় মলহোত্ৰাৰ এয়া প্ৰথম এম পি চি বৈঠক৷ আৰ বি আইৰ সুদৰ হাৰক ৰেপো ৰেট বুলি কোৱা হয়৷ দেশৰ চৰকাৰী আৰু বেচৰকাৰী বেংকসমূহক ৰিজাৰ্ভ বেংকে যি সুদৰ হাৰত ঋণ দিয়ে তাকেই ৰেপো ৰেট বুলি কোৱা হয়৷ আৰ্থিক বিশ্লেষকে ধাৰণা কৰিছিল যে ৰেপো ৰেট ২৫ বেচিছ পয়েণ্ট কমাব পাৰে কেন্দ্ৰীয় বেংকে৷ কাৰণ বিগত ১ ফেব্ৰুৱাৰী শনিবাৰে সংসদত উত্থাপন কৰা বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে বাৰ্ষিক ১২ লাখ টকা পৰ্যন্ত আয়ত এক টকাও কৰ দিব নালাগে বুলি ঘোষণা কৰিছিল৷

সেই ঘোষণাতেই স্বাস্তি পাইছিল মধ্যবিত্তৰ মানুহে৷ সকলোৱে তাৰপিছত অপেক্ষা কৰিছিল আৰ বি আইয়ে সুদ কমাবনে নাই! শুকুৰবাৰে সুদৰ হাৰ কমোৱাৰ কথা আনুষ্ঠানিক ঘোষণা কৰিছে এম পি চিয়ে৷ এই ঘোষণাৰ পূৰ্বে ৰেপো ৰেট আছিল ৬.৫শতাংশ৷ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা সেয়া অপৰিবৰ্তিত আছিল৷ ২০২০ চনৰ মে মাহত কভিড মহামাৰীৰ সময়ত শেষবাৰৰ বাবে ৰেপো ৰেট কমোৱা হৈছিল৷ প্ৰায় ১১ বাৰকৈ ৰেপো ৰেট অপৰিবৰ্তিত ৰাখিছিল ৰিজাৰ্ভ বেংকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?
অসম

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

July 13, 2026
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন
বাণিজ্য

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

July 13, 2026
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

July 13, 2026
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?
বাণিজ্য

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

July 13, 2026
Next Post
ঘৰ, গাড়ী, পাৰ্ছনেল ঋণত কমিল EMI! প্ৰতিমাহে কিমান টকা কমিব আপোনাৰ EMI?

ঘৰ, গাড়ী, পাৰ্ছনেল ঋণত কমিল EMI! প্ৰতিমাহে কিমান টকা কমিব আপোনাৰ EMI?

ৰাজ্যৰ শিক্ষাৰ্থীক লৈ ভাল খবৰ মুখ্যমন্ত্ৰীৰ! এতিয়াৰে পৰা ক’চিং কৰি থকা শিক্ষাৰ্থীয়েও পাব স্কুটি

ৰাজ্যৰ শিক্ষাৰ্থীক লৈ ভাল খবৰ মুখ্যমন্ত্ৰীৰ! এতিয়াৰে পৰা ক’চিং কৰি থকা শিক্ষাৰ্থীয়েও পাব স্কুটি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.