• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰ, গাড়ী, পাৰ্ছনেল ঋণত কমিল EMI! প্ৰতিমাহে কিমান টকা কমিব আপোনাৰ EMI?

ঘৰ, গাড়ী, পাৰ্ছনেল ঋণত কমিল EMI! প্ৰতিমাহে কিমান টকা কমিব আপোনাৰ EMI?

2 years ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

5 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

5 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

5 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

6 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

6 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

7 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

7 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

8 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

8 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

10 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

11 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰ, গাড়ী, পাৰ্ছনেল ঋণত কমিল EMI! প্ৰতিমাহে কিমান টকা কমিব আপোনাৰ EMI?

ঘৰ, গাড়ী, পাৰ্ছনেল ঋণত কমিল EMI! প্ৰতিমাহে কিমান টকা কমিব আপোনাৰ EMI?

editor by editor
February 7, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
ঘৰ, গাড়ী, পাৰ্ছনেল ঋণত কমিল EMI! প্ৰতিমাহে কিমান টকা কমিব আপোনাৰ EMI?
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাজেটত মধ্যবিত্তৰ বাবে সুখবৰৰ পাছত এইবাৰ ঋণৰ EMI কমাব ৰিজাৰ্ভ বেংকে৷ কেন্দ্ৰীয় বেংকৰ আৰ্থিক নীতি ঘোষণাৰ পাছতেই আহিছে এই সুখবৰ৷ এইবাৰৰ পৰা আৰু কমিব আপোনাৰ গৃহ ঋণ, কাৰ ঋণ, পাৰ্ছনেল ঋণৰ ইএম আই৷ প্ৰতি মাহে কিমান টকাকৈ কমিব EMI?

কিমান সুদৰ হাৰ কমালে ৰিজাৰ্ভ বেংকে

শুকুৰবাৰে RBIৰ এম পি ছি সুদৰ হাৰ ২৫ বেছিছ পয়েণ্ট কমোৱাৰ পাছতেই আপোনাৰ EMIৰ বোজাও কিছু পাতল হ’ব৷ নতুনকৈ যিসকলে গৃহ ঋণ, পাৰ্ছনেল ঋণ, কাৰ ঋণ ল’ব তেওঁলোকৰ EMI শীঘ্ৰেই সস্তা হ’ব৷ ৰেপো ৰেট কমোৱাৰ পাছতেই  নতুন ৰেপো ৰেট হৈছে ৬.২৫ শতাংশ৷ যি পূৰ্বে আছিল ৬.৫০শতাংশ৷

আপোনাৰ কিমান টকাকৈ কমিব EMI?

এতিয়া আপুনি উদাহৰণ হিচাপে এই বিষয়টো চাব পাৰে৷ আপুনি যদি ২০বছৰৰ ম্যাদত ৮.৫শতাংশ সুদৰ হাৰত ৫০লাখ টকাৰ গৃহ ঋণ থাকে তেওঁলোকৰ পূৰ্বতকৈ EMI বহু পৰিমানে কমিব৷ ২৫ বেছিছ পয়েণ্ট ৰেট কম হ’লে আপোনাৰ সুদৰ হাৰ ৮.২৫শতাংশলৈ নামি যাব৷ যিয়ে আপোনাৰ মাহিলী EMIক কেনেকৈ প্ৰভাৱিত কৰিব?

গৃহঋণৰ ক্ষেত্ৰত কিমান কমিব EMI?

৮.৫০শতাংশ হাৰত পুৰণি EMI আছিল 43,059 টকা

৮.২৫শতাংশ হাৰত নতুন EMI হ’ব ৪২, ৪৫২ টকা

আপুনি প্ৰতি মাহে প্ৰায় ৬০৭টকা ৰেহাই পাব৷ এক বছৰৰ হিচাপ ধৰিলে আপোনাৰ সঞ্চয় হ’ব ৭,২৮৪ টকা৷ আপুনি ২০ বা ৩০ বছৰৰ ম্যাদত দীৰ্ঘম্যাদি ঋণ লয় তেন্তে আপোনাৰ পূৰ্বতকৈ যথেষ্ট লাভ হ’ব৷

পাৰ্ছনেল ঋণৰ ক্ষেত্ৰত কি হ’ব?

উদাহৰণ হিচাপে যদি ধৰি লওক আপুনি ৫ বছৰৰ ম্যাদত ১২শতাংশ সুদৰ হাৰত ৫লাখ টকাৰ ব্যক্তিগত ঋণ লৈছে৷ তেওঁলোকৰ সুদৰ হাৰ ০.২৫শতাংশ কমিব৷ এই হাৰত EMI হ’ব

১২শতাংশ হাৰত পুৰণি EMI আছিল ১১,২৪২ টকা

১১.৭৫শতাংশ হাৰত নতুন EMI হ’ব ১১,১৪৯টকা

অৰ্থাৎ আপুনি মাহত ১৩৩ টকা আৰু বছৰি ১৫৯৬ টকা ৰেহাই পাব৷

কাৰ ঋণত কি হ’ব?

ধৰা হ’ল ৭ বছৰৰ ম্যাদত ৯.৫শতাংশ সুদৰ হাৰত ১০ লাখ টকাৰ কাৰ ঋণ যিসকলৰ আছে তেওঁলোকৰ ২৫ বেচিচ পয়েণ্ট হ্ৰাসৰ পাছত আপোনাৰ EMI কমি যাব৷

৯.৫শতাংশ হাৰত পুৰণি EMI আছিল ১৬,৬৫৯ টকা

৯.২৫শতাংশ হাৰত নতুন EMI  হ’ব ১৬৫০৭টকা

ফলত প্ৰতিমাহে আপোনাৰ ১৫২ টকা আৰু বাৰ্ষিক ১৮২৪ টকা সঞ্চয় হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?
ৰাজনীতি

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

October 27, 2026
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক
বিনোদন

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

October 27, 2026
Next Post
ৰাজ্যৰ শিক্ষাৰ্থীক লৈ ভাল খবৰ মুখ্যমন্ত্ৰীৰ! এতিয়াৰে পৰা ক’চিং কৰি থকা শিক্ষাৰ্থীয়েও পাব স্কুটি

ৰাজ্যৰ শিক্ষাৰ্থীক লৈ ভাল খবৰ মুখ্যমন্ত্ৰীৰ! এতিয়াৰে পৰা ক’চিং কৰি থকা শিক্ষাৰ্থীয়েও পাব স্কুটি

কুম্ভ ৰাশিলৈ আহিব সূৰ্য, জীৱনত ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

কুম্ভ ৰাশিলৈ আহিব সূৰ্য, জীৱনত ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.