• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুম্ভ ৰাশিলৈ আহিব সূৰ্য, জীৱনত ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

কুম্ভ ৰাশিলৈ আহিব সূৰ্য, জীৱনত ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

1 year ago
জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

43 minutes ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি কোন ৰাশিৰ উদয় হ’ব ভাগ্য, জানক দৈনিক ৰাশিফল

1 hour ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

14 hours ago
সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

14 hours ago
কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

15 hours ago
২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

16 hours ago
প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

16 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, ৮ম দৰমহা আয়োগৰ বৈঠকৰ নতুন সময়সূচী প্ৰকাশ

17 hours ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

18 hours ago
দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

18 hours ago
আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

19 hours ago
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কুম্ভ ৰাশিলৈ আহিব সূৰ্য, জীৱনত ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

কুম্ভ ৰাশিলৈ আহিব সূৰ্য, জীৱনত ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

editor by editor
February 7, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
কুম্ভ ৰাশিলৈ আহিব সূৰ্য, জীৱনত ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই
0
SHARES
8.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৌৰজগতৰ ৰজা সূৰ্যই প্ৰতিটো ৰাশিত মুটামুটি এমাহ ধৰি অৱস্থান কৰে৷ জাতকৰ কেৰিয়াৰ, সৌভাগ্য, নেতৃত্ব দিয়াৰ ক্ষমতা নিৰ্ধাৰিত হয় সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি৷ সূৰ্যই আমাৰ জীৱনত উন্নতি আৰু সৌভাগ্য কঢ়িয়াই আনে৷ বৰ্তমান সূৰ্য মকৰ ৰাশিত অৱস্থান কৰি আছে৷ আগন্তুক ১২ ফেব্ৰুৱাৰীৰ নিশা ৯ বাজি ৪০ মিনিটত মকৰ ৰাশি এৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ জ্যোতিষ গণনাত দেখা গৈছে যে সূৰ্যৰ এই অৱস্থান পৰিবৰ্তনৰ শুভ প্ৰভাৱ পাঁচ ৰাশিৰ জাতকৰ জীৱনত পৰিব৷ ফলত ৫ৰাশিৰ জীৱনত উন্নতিৰ জোৱাৰ উঠিব৷ এই ৫ভাগ্যবান ৰাশি কি কি?

মেষ ৰাশি

মেষ ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব সূৰ্যই৷ এই গোচৰৰ প্ৰভাৱত আৰ্থিক উন্নতিত সকলোৱে চমক দেখা পাব৷ কেৰিয়াৰত ডাঙৰ সাফল্য লাভৰ যোগ আছে৷ বন্ধু আৰু সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল হ’ব৷ অফিচত সকলোৰে পৰা কামৰ প্ৰশংসা পাব৷ সকলো কামতে ভাগ্যৰ সহায় পাব মেষ ৰাশিৰ জাতকে৷

মিথুন ৰাশি

সূৰ্যৰ এই গোচৰৰ শুভ প্ৰভাৱ দীৰ্ঘ সময় ধৰি পৰিব মিথুন ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপুনি তীৰ্থযাত্ৰা কৰিব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ সন্তানৰ উন্নতি দেখি সুখী হ’ব মিথুন ৰাশিৰ জাতক৷ অফিচত পদোন্নতি পাব পাৰে৷ নতুন চাকৰি লাভৰ যোগ আছে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ সেয়ে সূৰ্যৰ গোচৰ অত্যন্ত লাভজনক হ’ব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপুনি কোনো সুখবৰ পাব পাৰে৷ নতুন বন্ধুলাভ হোৱাৰ যোগ আছে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে এই সময়ত পছন্দমতে চাকৰি পাব পাৰে৷ ষ্টক মাৰ্কেটৰ পৰা লাভৱান হ’ব৷ বৃহৎ আৰ্থিক লাভৰ যোগ আছে৷ এই সময়ত বেংক বেলেন্স বহু পৰিমানে বাঢ়িব সিংহ ৰাশিৰ জাতকৰ৷

কন্যা ৰাশি

কুম্ভ ৰাশিত সূৰ্যৰ প্ৰৱেশ লাভজনক হ’ব কন্যা ৰাশিৰ জাতকৰ বাবে৷ কেৰিয়াৰত উন্নতি কৰিব পাৰিব আৰু আৰ্থিকভাৱেও লাভৱান হ’ব কন্যা ৰাশিৰ জাতক৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ তীৰ্থযাত্ৰালৈ যাব পাৰে৷ সন্তানৰ দিশৰ পৰা কোনো সুখবৰ লাভ কৰিব৷ জীৱনত উন্নতি কৰাৰ নতুন সুযোগ আহিব আপোনাৰ সন্মুখত৷

তুলা ৰাশি

১২ ফেব্ৰুৱাৰীৰ পৰা তুলা ৰাশিৰ জাতকৰ জীৱনত বৃহৎ কোনো পৰিবৰ্তন আহিব৷ এই সময়ত আপুনি বিদেশত চাকৰি পাব পাৰে৷ কেৰিয়াৰৰ গ্ৰাফে নতুন উচ্চতাত উঠিব৷ আৰ্থিক পৰিস্থিতি টনকীয়াল হ’ব আৰু পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ এই সময়ত আপুনি যি কামতেই হাত দিব তাতেই সফলতা পাব৷ নিজৰ যোগ্যতাৰ ওপৰত ভৰসা ৰাখিলে উন্নতি কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!
জীৱনশৈলী

জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

May 18, 2026
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কোন ৰাশিৰ উদয় হ’ব ভাগ্য, জানক দৈনিক ৰাশিফল

May 18, 2026
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক
জীৱনশৈলী

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

May 17, 2026
সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!
জীৱনশৈলী

সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

May 17, 2026
Next Post
নাৰী নহয় নাড়ি দোষতহে ভাঙে সুন্দৰ একোখন সংসাৰ, জানি থওক মুক্তিৰ উপায়

নাৰী নহয় নাড়ি দোষতহে ভাঙে সুন্দৰ একোখন সংসাৰ, জানি থওক মুক্তিৰ উপায়

জানমণিৰ পাছত এইবাৰ বেহাৰবাৰীৰ মোহনে পাতিলে বিয়া, কোন কইনা ?

জানমণিৰ পাছত এইবাৰ বেহাৰবাৰীৰ মোহনে পাতিলে বিয়া, কোন কইনা ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.