• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০০ ভনীয়েকৰ বাবে উদ্যোগপতি গৌতম আদানীৰ পুত্ৰই কৰিলে মহান কাম, গৌতম আদানীৰ এই কাৰ্যত অবাক দেশবাসী

৫০০ ভনীয়েকৰ বাবে উদ্যোগপতি গৌতম আদানীৰ পুত্ৰই কৰিলে মহান কাম, গৌতম আদানীৰ এই কাৰ্যত অবাক দেশবাসী

2 years ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

11 minutes ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

2 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

2 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

3 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

6 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

6 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

7 hours ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

7 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

8 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

9 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫০০ ভনীয়েকৰ বাবে উদ্যোগপতি গৌতম আদানীৰ পুত্ৰই কৰিলে মহান কাম, গৌতম আদানীৰ এই কাৰ্যত অবাক দেশবাসী

৫০০ ভনীয়েকৰ বাবে উদ্যোগপতি গৌতম আদানীৰ পুত্ৰই কৰিলে মহান কাম, গৌতম আদানীৰ এই কাৰ্যত অবাক দেশবাসী

editor by editor
February 7, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
৫০০ ভনীয়েকৰ বাবে উদ্যোগপতি গৌতম আদানীৰ পুত্ৰই কৰিলে মহান কাম, গৌতম আদানীৰ এই কাৰ্যত অবাক দেশবাসী
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাতত মাত্ৰ কেইটামান দিন৷ কোটিপতি ব্যৱসায়ী গৌতম আদানিৰ সৰু পুত্ৰ জিৎ আদানীৰ বিয়া৷ দিব্যা শ্বাহৰ সৈতে শুভ পৰিণয় হ’ব জীতৰ৷ বিয়াৰ পূৰ্বে সেয়ে এক মঙ্গলসেৱা অনুষ্ঠান আয়োজন কৰিলে আদানীয়ে৷ তাতেই তেওঁ ৫০০ গৰাকী বিশেষভাৱে সক্ষম লোকক ১০ লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিলে৷

এই কাম কৰি গৌতম আদানীয়ে জনাইছে যে তেওঁ মানসিকভাৱে শান্তি পাইছে৷ এগৰাকী পিতা হিচাপে তেওঁ নিজৰ পুত্ৰৰ কথা ভৱাই নহয় অইন ৫০০গৰাকী কন্যাৰ কথাও ভাৱিছে৷ নিজৰ এক্স হেণ্ডেলত সেই ছবি তেওঁ নিজেই শ্বেয়াৰ কৰি লিখিছে এই কথা৷ গৌতম আদানীয়ে লিখিছে, ‘আমাৰ সন্তান জিৎ আৰু দিব্যাৰ বিয়াত ইয়াতকৈ ভাল উপহাৰ আৰু একো হ’ব নোৱাৰে৷ এই কামে জিৎ আৰু দিব্যাকো মানসিক শান্তি দিব৷ এই কামৰ মাধ্যমেৰে ৫০০ গৰাকী ভনীয়েকৰ বিয়াও হৈ যাব৷ এই মঙ্গল সেৱা কৰি মই নিজেও মানসিক শান্তি লাভ কৰিছো৷ সঠিক কামৰ সঠিক ফলক মই বিশ্বাস কৰো৷ সেয়ে মই এইকামৰ সৈতে নিজকে নিয়োজিত কৰিলো৷ এই সমস্ত কন্যাৰ আশীৰ্বাদে মোৰ পুত্ৰ আৰু পুত্ৰবধূক সমৃদ্ধ কৰিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?
জীৱনশৈলী

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

October 3, 2026
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

October 3, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

October 3, 2026
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?
বিনোদন

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

October 3, 2026
Next Post
সস্তা হ’ব বাহন আৰু গৃহ ঋণকে ধৰি সকলো EMI! দীৰ্ঘ ৫ বছৰৰ পাছত ৰেপো ৰেট কমালে RBIয়ে

সস্তা হ’ব বাহন আৰু গৃহ ঋণকে ধৰি সকলো EMI! দীৰ্ঘ ৫ বছৰৰ পাছত ৰেপো ৰেট কমালে RBIয়ে

ঘৰ, গাড়ী, পাৰ্ছনেল ঋণত কমিল EMI! প্ৰতিমাহে কিমান টকা কমিব আপোনাৰ EMI?

ঘৰ, গাড়ী, পাৰ্ছনেল ঋণত কমিল EMI! প্ৰতিমাহে কিমান টকা কমিব আপোনাৰ EMI?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.