• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল ৰঙা গোলাপেই প্ৰেমৰ কথা নুবুজায়, ভাললগা ব্যক্তিগৰাকীক দিয়ক এই ৰঙৰ গোলাপ, সুখী হ’ব নিসন্দেহে

কেৱল ৰঙা গোলাপেই প্ৰেমৰ কথা নুবুজায়, ভাললগা ব্যক্তিগৰাকীক দিয়ক এই ৰঙৰ গোলাপ, সুখী হ’ব নিসন্দেহে

1 year ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

1 hour ago
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

2 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

3 hours ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

3 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

4 hours ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

15 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

16 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

16 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

17 hours ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

18 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

18 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেৱল ৰঙা গোলাপেই প্ৰেমৰ কথা নুবুজায়, ভাললগা ব্যক্তিগৰাকীক দিয়ক এই ৰঙৰ গোলাপ, সুখী হ’ব নিসন্দেহে

ৰঙা গোলাপেই প্ৰেমৰ কথা নুবুজায়! ভাললগা ব্যক্তিগৰাকীক দিয়ক এই ৰঙৰ গোলাপ, সুখী হ’ব নিসন্দেহে

editor by editor
February 7, 2025
in জীৱনশৈলী
0
কেৱল ৰঙা গোলাপেই প্ৰেমৰ কথা নুবুজায়, ভাললগা ব্যক্তিগৰাকীক দিয়ক এই ৰঙৰ গোলাপ, সুখী হ’ব নিসন্দেহে
0
SHARES
199
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেম সপ্তাহৰ আৰম্ভণি হয় গোলাপেৰে৷ শুকুৰবাৰ অৰ্থাৎ ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে ভেলেণ্টাইন উইক৷ আজি ৰজ’ ডে৷ কিন্তু জানেনে গোলাপ যেনেকৈ ভিন্নৰঙী তেনেকৈ ভিন্নৰঙী গোলাপৰ আছে ভিন্ন অৰ্থ৷ কোন ৰঙৰ গোলাপৰ মাজত লুকাই থাকে কোনটো ৰঙীন বাৰ্তা?

নানান ৰঙৰ গোলাপে দিয়ে নানান বাৰ্তা৷ ৰঙা গোলাপ যদি হয় প্ৰেম ভালপোৱা আদৰৰ প্ৰকাশ তেন্তে অন্য ৰঙৰ গোলাপৰ মাধ্যমেৰে আপুনি কি কি বাৰ্তা আপোনজনলৈ এৰিব পাৰে? জানি থওক কোন ৰঙৰ গোলাপে দিয়ে কি বাৰ্তা?

গোলপীয়া গোলাপ

ৰঙা গোলাপ প্ৰেমৰ প্ৰতীক৷ তেনেদৰে গুলপীয়া গোলাপে ভালপোৱা, কৃতজ্ঞতা, স্বীকৃতি বুজায়৷ কেৱল প্ৰেমিক বা প্ৰেমিকাই নহয়, গোলপীয়া গোলাপ আপুনি বন্ধু বা অন্য কোনো আত্মীয়কো দিব পাৰে৷ যাক আপুনি ধন্যবাদ জনাব খোজে তেওঁকো এই গোলাপ দিব পাৰে৷ কৃতজ্ঞতা জনাবলৈকে এই গোলাপ দিয়া হয়৷

বগা গোলাপ

সাধাৰণতে দেখা যায় যে শোকজ্ঞাপনৰ ক্ষেত্ৰত বগা গোলাপ ব্যৱহাৰ কৰা হয়৷ কিন্তু বগা কেৱল শোকৰ বাবেই নহয়৷ বগা সকলো সময়তেই শান্তিৰ প্ৰতীক৷ যদি কাৰোবাৰ সৈতে কাজিয়া হৈ থাকে তেন্তে বগা গোলাপেৰে আপুনি সম্পৰ্কৰ হাতখন আগুৱাই দিব পাৰে৷ ইয়াৰোপৰি কাৰোবাক খুব মিছ কৰিলেও তেওঁলৈ বগা গোলাপ পঠিয়াব পাৰে৷

কমলা ৰঙৰ গোলাপ

ভালপোৱাৰ ধৈৰ্য্য খুবেই প্ৰয়োজন৷ প্ৰেম বুজাবলৈ ৰঙা গোলাপ ব্যৱহাৰ কৰা হয়৷ গভীৰতা বুজোৱাৰ বাবে কমলা ৰঙৰ গোলাপ দিব পাৰে৷ কাৰোবাক অনুপ্ৰাণিত কৰিবলৈকো এই গোলাপ আপুনি দিব পাৰে৷

হালধীয়া গোলাপ

যি কোনো সম্পৰ্কতেই বন্ধুত্ব অপৰিহাৰ্য৷ হালধীয়া গোলাপ বন্ধুত্বৰ প্ৰতীক৷ সুস্বাস্থ্যৰ শুভেচ্ছা জনাবলৈকো হালধীয়া গোলাপ ব্যৱহাৰ কৰিব পাৰে৷ আপোনাৰ বন্ধুৱে যদি কোনো নতুন কাম আৰম্ভ কৰিব খোজে তেন্তে তেওঁক শুভেচ্ছা জনাবলৈকে এই গোলাপ দিব পাৰে৷

বেঙুনীয়া গোলাপ

নানান গোলাপৰ মাজত আকৰ্ষণীয় গোলাপ হৈছে বেঙুনীয়া গোলাপ৷ সাধাৰণতে এই গোলাপ ৰয়েল সন্মান বুজাবলৈ ব্যৱহাৰ কৰা হয়৷ আপোনাৰ সংগীক সন্মান জ্ঞাপনৰ বাবে এই গোলাপ দিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!
জীৱনশৈলী

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

July 13, 2026
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব
জীৱনশৈলী

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

July 13, 2026
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক
জীৱনশৈলী

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

July 12, 2026
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

July 12, 2026
Next Post
প্ৰেমৰ সপ্তাহতেই প্ৰকৃত প্ৰেমৰ ভালপোৱা দাঙি ধৰিলে পত্নীয়ে, স্বামীক বচাবলৈ ৪০ ফুট দ’ কুঁৱাত জপিয়ালে মহিলাই, তাৰপিছত, চাওক ভিডিঅ’

প্ৰেমৰ সপ্তাহতেই প্ৰকৃত প্ৰেমৰ ভালপোৱা দাঙি ধৰিলে পত্নীয়ে, স্বামীক বচাবলৈ ৪০ ফুট দ’ কুঁৱাত জপিয়ালে মহিলাই, তাৰপিছত, চাওক ভিডিঅ’

৫০০ ভনীয়েকৰ বাবে উদ্যোগপতি গৌতম আদানীৰ পুত্ৰই কৰিলে মহান কাম, গৌতম আদানীৰ এই কাৰ্যত অবাক দেশবাসী

৫০০ ভনীয়েকৰ বাবে উদ্যোগপতি গৌতম আদানীৰ পুত্ৰই কৰিলে মহান কাম, গৌতম আদানীৰ এই কাৰ্যত অবাক দেশবাসী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.