• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৯ বছৰীয়া পুৰণি অভিলেখ ভংগ কৰিবলৈ সাজু গিল, মানচেষ্টাৰ হৈ ৰ’ব পাৰে সাক্ষী

১৯ বছৰীয়া পুৰণি অভিলেখ ভংগ কৰিবলৈ সাজু গিল, মানচেষ্টাৰ হৈ ৰ’ব পাৰে সাক্ষী

1 year ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

42 minutes ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

2 hours ago
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

2 hours ago
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

2 hours ago
Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

3 hours ago
মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

3 hours ago
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

4 hours ago
কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

5 hours ago
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

7 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

8 hours ago
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

9 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি গুৰু পূৰ্ণিমা, ৪ ৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১৯ বছৰীয়া পুৰণি অভিলেখ ভংগ কৰিবলৈ সাজু গিল, মানচেষ্টাৰ হৈ ৰ’ব পাৰে সাক্ষী

editor by editor
July 20, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
১৯ বছৰীয়া পুৰণি অভিলেখ ভংগ কৰিবলৈ সাজু গিল, মানচেষ্টাৰ হৈ ৰ’ব পাৰে সাক্ষী
0
SHARES
325
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯ বছৰীয়া পুৰণি অভিলেখ ভংগ কৰিবলৈ সাজু গিল, মানচেষ্টাৰ হৈ ৰ’ব পাৰে সাক্ষী

২৩ জুলাই বুধবাৰৰ পৰা আৰম্ভ হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে মানচেষ্টাৰ টেষ্টৰ সময়ত ভাৰতীয় টেষ্টৰ অধিনায়ক শুভমান গিলৰ হাতত এক ডাঙৰ কৃতিত্ব অৰ্জন কৰাৰ সুযোগ। এফালে ভাৰতীয় দলটোৱে শৃংখলাত সমতা স্থাপনৰ বাবে খেলপথাৰত নামিব, আনহাতে গিলে ১৯ বছৰীয়া এছিয়ান অভিলেখ ভংগ কৰাৰ সুযোগ পাব।

ইংলেণ্ডত অনুষ্ঠিত দ্বিপাক্ষিক টেষ্ট শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰা এছিয়ান বেটছমেন হোৱাৰ সুবৰ্ণ সুযোগ আহি পৰিছে গিলৰ হাতত। বৰ্তমানে সুন্দৰ ফৰ্মত আছে গিল।

বৰ্তমান ইংৰাজৰ মাটিত টেষ্ট শৃংখলাত এছিয়ান বেটছমেন হিচাপে সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ অভিলেখ আছে পাকিস্তানৰ মোহম্মদ ইউছুফৰ নামত। ২০০৬ চনত ইংলেণ্ড ভ্ৰমণৰ সময়ত চাৰিখন মেচত গড়ে ৯০.১৪ত ৬৩১ ৰান সংগ্ৰহ কৰিছিল মহম্মদ ইউছুফে।

বৰ্তমানৰ ইংলেণ্ড ভ্ৰমণত থকা গিলে তিনিখন মেচত গড়ে ১০১.১৬ত ৬০৭ ৰান সংগ্ৰহ কৰিছে যাৰ ভিতৰত বাৰ্মিংহাম টেষ্টৰ প্ৰথম ইনিংছত ২৬৯ ৰান সংগ্ৰহ কৰাটোও অন্তৰ্ভুক্ত।

প্ৰথম দুখন মেচত শুভমন গিলে ভাল প্ৰদৰ্শন কৰিছিল যদিও লৰ্ডছত খেলা তৃতীয়খন টেষ্ট মেচত গিলৰ বেট নিস্প্ৰভ হৈ আছিল আৰু মাত্ৰ ১৬ আৰু ৬ ৰানহে কৰিব পাৰিছিল। লৰ্ডছ টেষ্টত ভাৰতে ২২ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু বৰ্তমান পাঁচখন খেলৰ শৃংখলাত দলটো ১-২ ত পিছ পৰি আছে।

ইংলেম্ডৰ মাটিত সৰ্বাধিক ৰান কৰা এছিয়াৰ খেলুৱৈ সকল হৈছে-
মহম্মদ ইউছুফ (পাকিস্তান)- ৬৩১ ৰান, ২০০৬
শুভমন হিল (ভাৰত)- ৬০৭ ৰান, ২০২৫
ৰাহুল দ্ৰাবিড় (ভাৰত)- ৬০২ ৰান, ২০০২
বিৰাট কোহলী (ভাৰত)- ৫৯৩ ৰান, ২০১৮
সুনীল গাভাস্কাৰ (ভাৰত)- ৫৪২ ৰান, ১৯৭৯

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketEngland vs IndiaIndian CricketerSubhman Gill
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা
অসম

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

July 29, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

July 29, 2026
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক
জীৱনশৈলী

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

July 29, 2026
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!
জীৱনশৈলী

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

July 29, 2026
Next Post
ব্যয়বহুল হ’ল আমেৰিকাৰ ভিছা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই নিয়ম? কিমান ভৰিব লাগিব টকা?

ব্যয়বহুল হ'ল আমেৰিকাৰ ভিছা, কেতিয়াৰ পৰা আৰম্ভ হ'ব এই নিয়ম? কিমান ভৰিব লাগিব টকা?

শিহৰণকাৰী, গুজৰাটৰ মেডিকেল কলেজৰ পাছত এইবাৰ বাংলাদেশৰ কলেজ বিল্ডিঙত বিমান দুৰ্ঘটনা

শিহৰণকাৰী, গুজৰাটৰ মেডিকেল কলেজৰ পাছত এইবাৰ বাংলাদেশৰ কলেজ বিল্ডিঙত বিমান দুৰ্ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.