• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাইন’ছৰতকৈ পুৰণি, জীয়াই থকাৰ অদ্ভুত ক্ষমতা, পঁইতাচোৰা সম্পৰ্কে জানি থওক ১০টা নজনা তথ্য

ডাইন’ছৰতকৈ পুৰণি, জীয়াই থকাৰ অদ্ভুত ক্ষমতা, পঁইতাচোৰা সম্পৰ্কে জানি থওক ১০টা নজনা তথ্য

47 minutes ago
কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

29 minutes ago
বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

2 hours ago
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

2 hours ago
মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

2 hours ago
গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

3 hours ago
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

4 hours ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

5 hours ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

5 hours ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

17 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

18 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

18 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডাইন’ছৰতকৈ পুৰণি, জীয়াই থকাৰ অদ্ভুত ক্ষমতা, পঁইতাচোৰা সম্পৰ্কে জানি থওক ১০টা নজনা তথ্য

ডাইন’ছৰতকৈ পুৰণি, জীয়াই থকাৰ অদ্ভুত ক্ষমতা, পঁইতাচোৰা সম্পৰ্কে জানি থওক ১০টা নজনা তথ্য

editor by editor
May 22, 2026
in জীৱনশৈলী
0
ডাইন’ছৰতকৈ পুৰণি, জীয়াই থকাৰ অদ্ভুত ক্ষমতা, পঁইতাচোৰা সম্পৰ্কে জানি থওক ১০টা নজনা তথ্য
0
SHARES
226
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পঁইতাচোৰা দেখিলেই বহুতেই আতংকিত হৈ চিঞৰি উঠে৷ কিন্তু এতিয়া আৰু পঁইতাচোৰাক লৈ ভয় খোৱাতকৈ পঁইতাচোৰাৰ জনপ্ৰিয়তাৰ দিশটোলৈকেহে মন দিয়াটো জৰুৰী৷ কাৰণ দেশত ভাৱিব নোৱৰা ডিজিটেল আন্দোলন আৰম্ভ কৰিছে পঁইতাচোৰাৰ নামেৰে উত্থান হোৱা দলটোৱে৷ কিয় দলটোৱে পঁইতাচোৰাকেই সঠিক নাম বুলি ধৰি ল’লে৷

আপুনি জানেনে পঁইতাচোৰাই পৃথিৱীৰ সকলোতকৈ পুৰণি পতংগৰ মাজত এটা৷ কোটি কোটি বছৰ ধৰি পৃথিৱীত জীয়াই আছে এই পতংগ৷ সৰু এই পতংগবিধক আমি সাধাৰণতে বিৰক্তিকৰ বুলি ধাৰণা কৰিলেও পঁইতাচোৰাৰ পৃথিৱীত জীয়াই থকাৰ আচৰিত সংগ্ৰামৰ কথা জানিলে আচৰিত হ’ব আপুনি৷

ডাইনছৰতকৈ পুৰণি

পঁইতাচোৰা প্ৰায় ৩০ৰ পৰা ৩৫ কোটি বছৰ ধৰি পৃথিৱীত বাঁচি আছে৷ অৰ্থাৎ ডাইনছৰ অহাৰ বহু আগতো পৃথিৱীত পঁইতাচোৰাৰ অস্থিত্ব আছিল৷ দীৰ্ঘ সময় ধৰি টিকি এনে পতংগ পৃথিৱীত বিৰল৷

মূৰ নথকাকৈ কেইদিন জীয়াই থাকিব পাৰে?

পঁইতাচোৰাৰ শৰীৰৰ গঠন ইমানেই পৃথক যে মূৰ কাটি হ’লেও ই প্ৰায় এসপ্তাহ পৰ্যন্ত বাঁচি থাকিব পাৰে৷ কাৰণ শৰীৰত সৰু সৰু ছিদ্ৰ থাকে যাৰ মাধ্যমেৰে শ্বাস প্ৰশ্বাস লয় সেয়ে মূৰ নোহোৱাকৈ কিছুদিন জীয়াই থাকিব পাৰে৷

এমাহ পৰ্যন্ত খাদ্য নোখোৱাকৈ থাকিব পাৰে

এমাহ খাদ্য নোখোৱাকৈ থাকিব পাৰে পঁইতাচোৰাই৷ অন্য জীৱই পানী অবিহনে এসপ্তাহ জীয়াই থাকিব নোৱাৰে তেনেক্ষেত্ৰত পঁইতাচোৰাই একো নোখোৱাকৈ ৩০দিন জীয়াই থাকিব পাৰে৷

তেজস্ক্ৰিয়তা সহ্য কৰাৰ ক্ষমতা বেছি

বিজ্ঞানীসকলৰ মতে পঁইতাচোৰাই মানুহৰ তুলনাত বহু বেছি ৰেডিয়েছন বা তেজস্ক্ৰিয়তা সহ্য কৰিব পাৰে৷ সেয়ে বহু সময়ত কোৱা হয় যে পৃথিৱীত ডাঙৰ কোনো পাৰমাণৱিক বিপৰ্যয় হলেও পঁইতাচোৰা টিকি থাকিব পাৰে৷

পৃথিৱীত ৪৫০০ৰো বেছি প্ৰজাতি আছে

বহুতৰে ধাৰণা থাকে যে সকলো পঁইতাচোৰা অপৰিষ্কাৰ স্থানতে থাকে৷ কিন্তু এই ধাৰণা সঠিক নহয়৷ পৃথিৱীত প্ৰায় ৪৫০০ তকৈ বেছি প্ৰজাতিৰ পঁইতাচোৰা আছে৷ যাৰ ভিতৰত খুবেই কম সংখ্যকহে মানুহৰ ঘৰত থাকে৷

পঁইতাচোৰাই গাখীৰো দিয়ে নেকি?

পঁইতাচোৰাই কণী পাৰে৷ কেৱল সেয়াই নহয়, পঁইতাচোৰাৰ এক বিশেষ প্ৰজাতি পেছিফিক বিটল ককৰচে গাখীৰৰ দৰে এবিধ বগা ৰঙৰ পদাৰ্থ তৈয়াৰ কৰি শিশুসকলক খোৱাই৷

অন্যতম বুদ্ধিমান পতংগ

পঁইতাচোৰাই বিপদ বুজিব পাৰে আৰু দ্ৰুত লুকাবও জানে৷ গৱেষণাত দেখা গৈছে পঁইতাচোৰাই নতুন পৰিবেশৰ সৈতে দ্ৰুত নিজকে এডজাষ্ট কৰিব পাৰে আৰু আশেপাশে চিকাৰীৰ উপস্থিতি ভালকৈ বুজিব পাৰে৷

শ্বাস ৰখাই থ’ব পাৰে

পঁইতাচোৰা প্ৰায় ৪০ মিনিট পৰ্যন্ত শ্বাস বন্ধ কৰি ৰাখিব পাৰে৷ আনকি পানীৰ তলতো কিছু সময় বাঁচি থাকিব পাৰে৷ বৰফৰ মাজতো জীয়াই থাকিব পাৰে পঁইতাচোৰা৷

দ্ৰুত দৌৰিব পাৰে

পঁইতাচোৰাই প্ৰতি ছেকেণ্ডত নিজৰ শৰীৰৰ দৈৰ্ঘ্যৰ প্ৰায় ৫০ গুণ দূৰত্ব অতিক্ৰম কৰিব পাৰে৷ এই দূৰত্ব যদি জোখা হয় তেন্তে  ঘণ্টাত প্ৰায় ৩০০ কিঃমিঃ গতিত দৌৰিব পাৰে৷

পোহৰ পছন্দ নকৰে

পঁইতাচোৰাই সাধাৰণতে অন্ধকাৰত থাকিবলৈ বেছিকৈ পছন্দ কৰে৷ সেয়ে নিশা ৰন্ধনশাল বা বাথৰুমত পঁইতাচোৰা বেছিকৈ দেখা যায়৷ লাইট জ্বলালেই দ্ৰুতভাৱে পলায়৷ মানুহে যদিও এই পতংগক মুঠেও পছন্দ নকৰে কিন্ত ইয়াৰ জীয়াই থকাৰ ক্ষমতা, সহাৱস্তান কৰিব পৰা শক্তিয়ে বিজ্ঞানক অবাক কৰি আহিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?
জীৱনশৈলী

কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

May 22, 2026
বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?
জীৱনশৈলী

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

May 22, 2026
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?
জীৱনশৈলী

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

May 22, 2026
মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?
জীৱনশৈলী

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

May 22, 2026
Next Post
কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.