• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

3 months ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

5 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

5 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

5 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

6 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

6 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

7 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

7 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

8 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

8 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

10 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

11 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

অসম তথা উত্তৰ-পূবৰ নিৰাপত্তাৰ প্ৰতি তীব্ৰ ভাবুকি! 

editor by editor
August 3, 2026
in অসম, উত্তৰ-পূব, বিবিধ, লেখা
0
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ
0
SHARES
628
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ পূবৰ নিচেই ওচৰতে থকা বাংলাদেশত ১০৩টা বিভিন্ন স্থানত উদ্ধাৰ হৈছে বো*মাসদৃশ বিস্ফোৰক সামগ্ৰী। ইয়াকে লৈ দেশখনৰ নিৰাপত্তা সংস্থাসমূহ সষ্টম হৈ পৰিছে। বিশেষকৈ দেশখনৰ নিৰপত্তা প্ৰতিষ্ঠানসমূহক টাৰ্গেট কৰাৰ তথ্য লাভ কৰিছে দেশখনৰ চোৰাংচোৱাই। ফলস্বৰূপে সমগ্ৰ দেশতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।
কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে স্পৰ্শকাতৰ অঞ্চল, চৰকাৰী প্ৰতিষ্ঠান, ডাঙৰ ডাঙৰ পথ, জনবহুল স্থানত চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হৈছে। আৰক্ষী বিষয়াসকলক সন্দেহজনক কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ আৰু প্ৰয়োজন হ’লে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই সতৰ্কবাণীৰ পিছত জনসাধাৰণক যিকোনো সন্দেহজনক ব্যক্তি, বস্তু, বা কাৰ্যকলাপৰ বিষয়ে তৎকালীনভাৱে আৰক্ষীক খবৰ দিবলৈ আৰু উৰাবাতৰিক আওকাণ কৰিবলৈও আহ্বান জনোৱা হৈছে।

যোৱা কেইদিনমানৰ পৰা বাংলাদেশৰ বিভিন্ন স্থানত বো*মা আৰু বো*মাসদৃশ সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই নিৰাপত্তা সংস্থাসমূহৰ মাজত উদ্বেগ প্ৰকাশ কৰিছে। ঢাকাৰ আছুলিয়াত I*ED সদৃশ বো*মা উদ্ধাৰ হোৱাৰ বিপৰীতে ২৪ জুলাইত মতিঝীল মেট্ৰ’ ষ্টেচনৰ তলত টাইমাৰযুক্ত পাইপ বো*মা উদ্ধাৰ কৰা হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে দেশখনৰ চোৰাংচোৱা সংস্থাই। ইয়াৰ উপৰিও চট্টগ্ৰামকে ধৰি অসম তথা উত্তৰ পূবৰ সীমামূৰীয়া অঞ্চলতো বো*মা উদ্ধাৰ হোৱা ঘটনাই উত্তৰ পূবলৈও উদ্বেগ কঢ়িয়াইছে।

প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ চৰকাৰক উৎখাত কৰাৰ দ্বিতীয় বৰ্ষপূৰ্তি ওচৰ চাপি অহাৰ সময়ত এই ঘটনা সংঘটিত হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই সময়ছোৱাত আৰক্ষী আৰু আইন প্ৰয়োগকাৰী প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা হ’ব পাৰে বুলি চোৰাংচোৱা সংস্থাসমূহে উদ্বেগ প্ৰকাশ কৰিছে। এই তথ্যৰ ভিত্তিত সমগ্ৰ দেশৰ আৰক্ষী ইউনিটসমূহক অতিৰিক্ত সজাগ হৈ থাকিবলৈ আৰু নিৰাপত্তা শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

আৰক্ষীয়ে ইতিমধ্যে ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে, কিন্তু উৰাবাতৰিৰ পৰা আঁতৰি থাকিবলৈ আৰু আতংকিত নহ’বলৈ আহ্বান জনাইছে। দেশৰ ৰাজনৈতিক পৰিৱেশ স্পৰ্শকাতৰ হৈ থকা সময়তে এই সতৰ্কবাণী জাৰি কৰা হৈছে। আৰক্ষী মুখ্য কাৰ্যালয়ে সকলো জিলা আৰক্ষী, মহানগৰ আৰক্ষী আৰু অন্যান্য নিৰাপত্তা ইউনিটক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছে। গুৰুত্বপূৰ্ণ চৰকাৰী ভৱন, আৰক্ষী কাৰ্যালয়, ৰাজহুৱা স্থান, আৰু ভিৰ কৰা অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। নিয়মীয়াকৈ টহল দিয়াৰ লগতে সন্দেহজনক বাহন আৰু মানুহৰ পৰীক্ষাও তীব্ৰতৰ কৰা হৈছে।

চলিত বৰ্ষত বাংলাদেশত কমেও ১০৩টা সক্ৰিয় বো*মা আৰু IE*D উদ্ধাৰ কৰা হৈছে। বিগত ফেব্ৰুৱাৰীতো শ্বৰীয়তপুৰ জিলাত দেশখনৰ যৌথ বাহিনীয়ে ৯৫টা খাৰুৱা বো*মা উদ্ধাৰ কৰিছিল। ইয়াৰ পিছতে মাৰ্চতো ঢাকাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বাবে প্ৰৱেশদ্বাৰৰ সমীপত ছটা খাৰুৱা বো*মা উদ্ধাৰ হৈছিল

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24bangladeshBomb Thread
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ
অসম

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

October 28, 2026
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?
ৰাজনীতি

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

October 27, 2026
Next Post
বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

বিচ্ছেদ হ'লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.