• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেছি দিন নাই, সমুদ্ৰ তলিত সোমাই পৰিব ভাৰতৰ এই ১২খন চহৰ! ধীৰে ধীৰে ডুব গৈছে আমেৰিকাৰো ২৪চহৰ, গৱেষণাই দিয়া ভয়ংকৰ তথ্য জানেনে?

বেছি দিন নাই, সমুদ্ৰ তলিত সোমাই পৰিব ভাৰতৰ এই ১২খন চহৰ! ধীৰে ধীৰে ডুব গৈছে আমেৰিকাৰো ২৪চহৰ, গৱেষণাই দিয়া ভয়ংকৰ তথ্য জানেনে?

2 years ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

2 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

39 minutes ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

1 hour ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

3 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

3 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

4 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

5 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

7 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

7 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

23 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

বেছি দিন নাই, সমুদ্ৰ তলিত সোমাই পৰিব ভাৰতৰ এই ১২খন চহৰ! ধীৰে ধীৰে ডুব গৈছে আমেৰিকাৰো ২৪চহৰ, গৱেষণাই দিয়া ভয়ংকৰ তথ্য জানেনে?

বেছি দিন নাই, সমুদ্ৰ তলিত সোমাই পৰিব ভাৰতৰ এই ১২খন চহৰ! ধীৰে ধীৰে ডুব গৈছে আমেৰিকাৰো ২৪চহৰ, গৱেষণাই দিয়া ভয়ংকৰ তথ্য জানেনে?

editor by editor
September 2, 2024
in বিজ্ঞান, বিবিধ, ভাৰত, লেখা
0
বেছি দিন নাই, সমুদ্ৰ তলিত সোমাই পৰিব ভাৰতৰ এই ১২খন চহৰ! ধীৰে ধীৰে ডুব গৈছে আমেৰিকাৰো ২৪চহৰ, গৱেষণাই দিয়া ভয়ংকৰ তথ্য জানেনে?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নেপথ্যত দুই ভিলেইন৷ বিশ্ব উষ্ণায়ণ আৰু জলবায়ু পৰিবৰ্তন৷ আৰু এই দুই পৰিবৰ্তনেই বঢ়াইছে মহাসাগৰৰ জলপৃষ্ঠ৷ সঁচাকৈয়ে বিপদৰ আশংকা বাঢ়িছে মহাসিন্ধুৰ তৰফৰ পৰা৷ যি হাৰত সমুদ্ৰৰ জলস্তৰ বৃদ্ধি পাইছ আগন্তুক দিনত অৰ্থাৎ প্ৰায় ২০৫০ চনৰ ভিতৰত আমেৰিকাৰ ১২ টা উপকূলীয় চহৰৰ প্ৰতি ৫০ জন বাসিন্দাৰ মাজত এজন বানৰ কৱলত পৰিব৷

বিপদৰ আশংকা বাঢ়িছে ভাৰতৰ কেইবাখনো চহৰৰ ওপৰত৷ পৰিবেশবিদ আৰু গৱেষণা ৰিপৰ্টত আশংকা কৰা হৈছে যে এই শতক শেষ হ’লেই ভাৰতৰো ১২ খন চহৰ পানীত তলত ডুব যাব৷ তালিকাত আছে মুম্বাই, চেন্নাই, কোচি, বিশাখাপত্তনম, কাণ্ডালা, ওখা, ভাওনগৰৰ দৰে কেইবাখনো চহৰ সমুদ্ৰত জাহ যাব৷

নাছাইয়ো এই তথ্যৰ ৰিপৰ্টক সমৰ্থন জনাইছে৷ ফলত উদ্বেগ ক্ৰমশ বাঢ়িছে৷ কিন্তু কিয় এই পৰিস্থিতি? কাৰণ বিচাৰি বিজ্ঞানীয়ে চলোৱা অনুসন্ধানত পাইছে যে পৰিবেশৰ ভাৰসাম্য ৰক্ষা আৰু জলবায়ুৰ পৰিবৰ্তনৰ কুফল নিবাৰণত মহাসাগৰ অৰ্থাৎ পৃথিৱীত জলভাগৰ গুৰুত্ব কি?  গ্ৰীনহাউছ গেছত যি বিপুল পৰিমানে তাপ বন্দী হৈ থাকে তাৰ অধিকাংশই শোষণ কৰে মহাসাগৰসমূহে৷ ইয়াৰোপৰি কাৰ্বন ডাই অক্সাইড গেছো শোষণ কৰে৷ এই প্ৰচণ্ড তাপ শোষণৰ ফলত সামুদ্ৰিক বাস্তুতন্ত্ৰৰ ক্ষতি হৈছে, অন্যহাতে বান পৰিস্থিতিৰো আশংকা বাঢ়িছে৷ বিশেষকৈ ক্ষতি হয় উপকূলীয় চহৰসমূহৰ৷ ৰিপৰ্টত কোৱা হৈছে যে ১৯০১ চনৰ পৰা ২০১৮ চন পৰ্যন্ত বিশ্বব্যাপী সমুদ্ৰস্তৰৰ গড় উচ্চতা বাঢ়িছে ১৫-২৫ ছেণ্টিমিটাৰ৷

২০০৬ চনৰ পৰা সমুদ্ৰৰ জলস্তৰৰ উচ্চতা প্ৰতিবছৰে ৩.৭ মিলিমিটাৰ হাৰত বাঢ়িব ধৰিছে৷ আমেৰিকাত এই বিপদ ভয়ংকৰ হ’ব৷ আমেৰিকাৰ সাগৰৰ উপকূলীয় ৩২ খন চহৰৰ মাজত ২৪ খনেই বিগত বছৰকেইটাত প্ৰায় ২ মিলি মিটাৰ হাৰত ডুবি গৈ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ
বিনোদন

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

October 21, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

October 21, 2026
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?
বাণিজ্য

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

October 21, 2026
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ
বিনোদন

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

October 21, 2026
Next Post
পঢ়াশুনা আৰ জি কৰত, অধ্যক্ষও আৰ জি কৰৰ, ট্ৰেন্সফাৰৰ সাহস কাৰো নাই, আছে আৰ্থিক কেলেংকাৰীৰো অভিযোগ, কাৰ বলেৰে ইমান বলীয়ান সন্দীপ ঘোষ?

পঢ়াশুনা আৰ জি কৰত, অধ্যক্ষও আৰ জি কৰৰ, ট্ৰেন্সফাৰৰ সাহস কাৰো নাই, আছে আৰ্থিক কেলেংকাৰীৰো অভিযোগ, কাৰ বলেৰে ইমান বলীয়ান সন্দীপ ঘোষ?

দৈনিক ৰাশিফল- কেনে যাব আজি ৩ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

দৈনিক ৰাশিফল- কেনে যাব আজি ৩ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ'ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.