• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

3 months ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

1 hour ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

2 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

2 hours ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

3 hours ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

3 hours ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

4 hours ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

5 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

6 hours ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

7 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

8 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

দুৰ্নীতি নিবাৰকৰ জালত প্ৰাক্তন RTO

editor by editor
July 8, 2026
in অপৰাধ, ভাৰত, লেখা
0
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
0
SHARES
732
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘লোভেই পাপ পাপেই মৃত্যু’ এই আপ্তবাক্যশাৰী আমাৰ দেশৰ কিছু বিয়াগোম চৰকাৰী বিষয়াৰ ক্ষেত্ৰত সময়ে সময়ে বাৰুকৈয়ে প্ৰযোজ্য হৈ পৰে। লাখ টকাৰ ওচৰত মাহিলী দৰমহা পায়ো তেনে কিছুমান বিষয়াই ক্ষমতাৰ অপব্যৱহাৰেৰে দুৰ্নীতিৰ পাহাৰ গঢ়ে। আজি তেনে এজন দুৰ্নীতিগ্ৰস্ত বিষয়াৰ দুৰ্নীতিৰে গঢ়া সাম্ৰাজ্যত চলিছে ভিজিলেন্সৰ হাতোৰা। উত্তৰ প্ৰদেশ ভিজিলেন্সে আয় অনুপাতে অসামঞ্জস্য সম্পত্তি সঞ্চয়ৰ অভিযোগত ৰাজ্যখনৰ প্ৰাক্তন সহকাৰী আঞ্চলিক পৰিবহণ বিষয়া (ARTO) ললিত কুমাৰৰ লক্ষ্ণৌস্থিত বাসগৃহত বৃহৎ পৰিসৰৰ তালাচী অভিযান চলাই বিপুল পৰিমাণৰ নগদ ধন, সোণ-ৰূপ, হীৰাৰ গহনা আৰু বহু কোটি টকাৰ স্থাৱৰ সম্পত্তিৰ নথি উদ্ধাৰ কৰিছে।

জব্দ ১৩ কিলো সোণ, ৯ কিলো ৰূপ

আদালতে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত ৭ আৰু ৮ জুলাইত চলোৱা এই অভিযানত ভিজিলেন্সে ১.৬২ কোটি টকা নগদ ধন, প্ৰায় ১৩ কিলোগ্ৰাম সোণ, ৯ কিলোগ্ৰাম ৰূপ, মূল্যৱান হীৰাৰ অলংকাৰৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানত থকা সম্পত্তিৰ নথি জব্দ কৰে। কেৱল উদ্ধাৰ হোৱা সোণ, ৰূপ আৰু অলংকাৰসমূহৰ আনুমানিক মূল্য প্ৰায় ২০ কোটি টকা বুলি ধাৰণা কৰা হৈছে।

ভিজিলেন্সৰ তথ্য অনুসৰি, ২০২৪ চনত ললিত কুমাৰৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত আয়তকৈ অধিক সম্পত্তি সঞ্চয় কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। চৰকাৰৰ নিৰ্দেশ অনুসৰি চলি থকা তদন্তত বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ অহাৰ পাছত আদালতৰ পৰা তালাচী পৰোৱানা সংগ্ৰহ কৰি লক্ষ্ণৌৰ আলীগঞ্জস্থিত তেওঁৰ বাসগৃহত এই অভিযান চলোৱা হয়। তালাচীৰ সময়ত বাসগৃহৰ পৰা ১.৬২ কোটি টকা নগদ ধনৰ লগতে প্ৰায় ১৩ কিলোগ্ৰাম সোণ, ৯ কিলোগ্ৰাম ৰূপ আৰু বহু মূল্যৱান হীৰাৰ গহনা উদ্ধাৰ কৰা হয়।

বিভিন্ন চহৰত আছে কেইবাটাও ফ্লেট, ভূমি

তদন্তকাৰী বিষয়াসকলে লক্ষ্ণৌ, নয়ডা, বাৰাবংকী আৰু ৰায় বৰে’লিকে ধৰি বিভিন্ন স্থানত থকা আৱাসিক গৃহ, কৃষিভূমি আৰু ফ্লেট বুকিঙৰ সৈতে জড়িত বহু নথি উদ্ধাৰ কৰিছে। প্ৰাৰম্ভিক তদন্ত অনুসৰি এই স্থাৱৰ সম্পত্তিসমূহৰ আনুমানিক মূল্য ১৩ কোটি টকাতকৈ অধিক।

বিলাসী বাহন আৰু ৰিভলভাৰ জব্দ

অভিযানৰ সময়ত বেংক একাউণ্ট, ডাকঘৰ, মিউচুৱেল ফাণ্ড আৰু ফিক্সড ডিপজিটত এক কোটিতকৈ অধিক টকাৰ বিনিয়োগৰ নথিও উদ্ধাৰ হয়। ইয়াৰ উপৰিও এখন টয়োটা ইনোভা আৰু এখন হুণ্ডাই i20 বাহনো জব্দ কৰা হৈছে। তদন্তকাৰী দলে এটা পঞ্জীয়নপ্ৰাপ্ত ৰিভলভাৰো জব্দ কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cm vigilance
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

October 20, 2026
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!
জীৱনশৈলী

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

October 20, 2026
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং
বিনোদন

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

October 20, 2026
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব
জীৱনশৈলী

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

October 20, 2026
Next Post
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

'ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ'ব' জিকোৰ বিস্ফোৰক অভিযোগ

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.