• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একাদশীত বৃদ্ধি যোগ, আজি সুখ সৌভাগ্য উপচি পৰিব ৫ৰাশিৰ জীৱনত

একাদশীত বৃদ্ধি যোগ, আজি সুখ সৌভাগ্য উপচি পৰিব ৫ৰাশিৰ জীৱনত

1 year ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

36 minutes ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

52 minutes ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

1 hour ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

2 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

2 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

3 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

4 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

5 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

7 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

7 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

8 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একাদশীত বৃদ্ধি যোগ, আজি সুখ সৌভাগ্য উপচি পৰিব ৫ৰাশিৰ জীৱনত

একাদশীত বৃদ্ধি যোগ, আজি সুখ সৌভাগ্য উপচি পৰিব ৫ৰাশিৰ জীৱনত

editor by editor
October 14, 2024
in জীৱনশৈলী
0
একাদশীত বৃদ্ধি যোগ, আজি সুখ সৌভাগ্য উপচি পৰিব ৫ৰাশিৰ জীৱনত
0
SHARES
10.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৪ অক্টোবৰ ২০২৪ সোমবাৰে চন্দ্ৰই দিনে নিশাই কুম্ভ ৰাশিত অৱস্থান কৰিব। বৈদিক জ্যোতিষ পঞ্জিকা অনুসৰি আজি আহিন মাহৰ শুক্লা একাদশী তিথি। আজি পুৱা ৬ বাজি ৪১ মিনিটৰ পাছতেই আৰম্ভ হৈছে দ্বাদশী। এই সময়ত সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিছে। জ্যোতিষ গণনা অনুসৰি আজি গণ্ড যোগ আৰু বৃদ্ধি যোগৰ প্ৰভাৱ থাকিব। আজি আছে প্ৰথমে শতভিষা আৰু তাৰপিছত ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভাৱ। এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ। হিন্দুধৰ্মমতে সোমবাৰ হৈছে মহাদেৱৰ প্ৰিয় দিন। জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ আৰু সাফল্য আহিব। জানি থওক আজিৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

আজি ১৪ অক্টোবৰ বৃদ্ধি যোগৰ প্ৰভাৱত ভাগ্য খুলিব মেষ ৰাশিৰ জাতকৰ। মহাদেৱৰ কৃপাত আজি আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব। প্ৰয়োজনত জীৱনসংগীক কাষত পাব মেষ ৰাশিৰ জাতকে। যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা চলিব পাৰে।

মিথুন ৰাশি

বৃদ্ধি যোগৰ শুভ প্ৰভাৱ লাভ কৰিব মিথুন ৰাশিৰ জাতকে। আজি সকলোধৰণৰ সুখ আপুনি লাভ কৰিব পাৰে। বাহন ক্ৰয়ৰ দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হব পাৰে আপোনাৰ। আজি পেছাগত জীৱনত কিছু শুভ পৰিবৰ্তন লাভ কৰিব পাৰে। পেছাগত জীৱনত পৰিশ্ৰম কৰিলে তাৰ শুভ ফল লাভ কৰিব মিথুন ৰাশিৰ জাতকে। আজি কোনো ভাল কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে।

সিংহ ৰাশি

বৃদ্ধি যোগৰ প্ৰভাৱত আজি ধন লাভ কৰিব পাৰে সিংহ ৰাশিৰ জাতকে। আজি আপোনাৰ আৰ্থিক পৰিস্থিতি বেছ শক্তিশআলী হব। সকলো কামতেই প্ৰচুৰ সাফল্য লাভ কৰিব আপুনি। পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব। ইয়াৰ ফলত আপোনাৰ মনত শান্তি থাকিব। যিসকলে নতুন চাকৰিৰ সন্ধান কৰি আছে তেওঁলোকে কোনো ভাল খবৰ পাব পাৰে। কাৰ্যালয়ত সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক থাকিব।

তুলা ৰাশি

আজি একাদশীত সৌভাগ্যৰ আশীৰ্বাদ বৰ্ষিত হব তুলা ৰাশিৰ জাতকৰ ওপৰত। ধৰ্মীয় বিষয়ত আজি আগ্ৰহ বাঢ়িব আপোনাৰ। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানত আয়োজন হব পাৰে। আজি আপোনাৰ ব্যৱহাৰত কিছু আক্ৰমণাত্মক প্ৰকৃতিয়ে দেখা দিব পাৰে। ইয়াৰ ফলত আজি কৰ্মক্ষেত্ৰত লাভবান হব তুলা ৰাশিৰ জাতক। আজি নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল আপুনি পাব। আৰ্থিকভাৱে লাভ বাঢ়িব।

মকৰ ৰাশি

আজি শতভিষা নক্ষত্ৰৰ শুভ প্ৰভাৱ বৰ্তি থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত। নিজৰ নেটৱৰ্ক আজি বহুপৰিমানে শক্তিশালী হব। মানসিক চাপমুক্ত হৈ আজিৰ দিনটো কটাব মকৰ ৰাশিৰ জাতকে। আজি নিজৰ লক্ষ্যপূৰণত সফল হব আপুনি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ
জীৱনশৈলী

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

April 12, 2026
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 12, 2026
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!
জীৱনশৈলী

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

April 12, 2026
Next Post
চন্দ্ৰই সৃষ্টি কৰিলে অমলা যোগ, ৩টা ৰাশিৰ বাবে সৌভাগ্যই সৌভাগ্য

চন্দ্ৰই সৃষ্টি কৰিলে অমলা যোগ, ৩টা ৰাশিৰ বাবে সৌভাগ্যই সৌভাগ্য

গোৱাৰ মুখ্যমন্ত্ৰীৰ বোৱৰী হৈ কেৰিয়াৰ শেষ হৈছিল অভিনেত্ৰীৰ, বিয়াৰ ১১ মাহতে হৈছিল বিধৱা, এতিয়া পৰিচয় অন্য ধৰণেহে

গোৱাৰ মুখ্যমন্ত্ৰীৰ বোৱৰী হৈ কেৰিয়াৰ শেষ হৈছিল অভিনেত্ৰীৰ, বিয়াৰ ১১ মাহতে হৈছিল বিধৱা, এতিয়া পৰিচয় অন্য ধৰণেহে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.