• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোৱাৰ মুখ্যমন্ত্ৰীৰ বোৱৰী হৈ কেৰিয়াৰ শেষ হৈছিল অভিনেত্ৰীৰ, বিয়াৰ ১১ মাহতে হৈছিল বিধৱা, এতিয়া পৰিচয় অন্য ধৰণেহে

গোৱাৰ মুখ্যমন্ত্ৰীৰ বোৱৰী হৈ কেৰিয়াৰ শেষ হৈছিল অভিনেত্ৰীৰ, বিয়াৰ ১১ মাহতে হৈছিল বিধৱা, এতিয়া পৰিচয় অন্য ধৰণেহে

2 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

5 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

5 hours ago

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

6 hours ago
পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

6 hours ago
কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

7 hours ago
সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

7 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO Update: প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, এইখিনি ধন জমা কৰিব লাগিব পিএফ একাউণ্টত!

8 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

8 hours ago
সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

9 hours ago
জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

12 hours ago
প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

13 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

গোৱাৰ মুখ্যমন্ত্ৰীৰ বোৱৰী হৈ কেৰিয়াৰ শেষ হৈছিল অভিনেত্ৰীৰ, বিয়াৰ ১১ মাহতে হৈছিল বিধৱা, এতিয়া পৰিচয় অন্য ধৰণেহে

editor by editor
October 14, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, সংগীত
0
গোৱাৰ মুখ্যমন্ত্ৰীৰ বোৱৰী হৈ কেৰিয়াৰ শেষ হৈছিল অভিনেত্ৰীৰ, বিয়াৰ ১১ মাহতে হৈছিল বিধৱা, এতিয়া পৰিচয় অন্য ধৰণেহে
0
SHARES
655
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গোৱাৰ মুখ্যমন্ত্ৰীৰ বোৱৰী হৈ কেৰিয়াৰ শেষ হৈছিল অভিনেত্ৰীৰ, বিয়াৰ ১১ মাহতে হৈছিল বিধৱা, এতিয়া পৰিচয় অন্য ধৰণেহে

এগৰাকী দুৰ্ভগীয়া অভিনেত্ৰী। ভাৰতীয় চিনেমাৰ অতিকে সুন্দৰী এইগৰাকী অভিনেত্ৰীয়ে ৰাজনীতি পৰিয়ালৰ বোৱাৰী হৈয়ে শেষ কৰি পেলাইছিল অভিনয় কেৰিয়াৰ। পাছে অভিনেত্ৰীগৰাকীৰ বৈবাহিক জীৱনৰ আৰম্ভণিৰে আছে এটি অতিকে দুখজনক ঘটনা। অভিনেত্ৰীগৰাকীৰ বিয়াৰ মাত্ৰ ১১ দিন পাৰ হৈ যোৱাৰ সময়তে তেওঁৰ স্বামীৰ অসাৱধানতঃ গুলী লাগিছিল।

যেনেকৈ শেহতীয়াকৈ গোবিন্দৰ ভৰিত গুলী লগাৰ খবৰ আহিছিল। তেনেদৰেই অভিনেত্ৰীগৰাকীৰ স্বামীয়ে বন্দুক চাফা কৰি থকা অৱস্থাত হঠাৎ গুলী ফুটি যায় আৰু স্বামী গুলিবিদ্ধ হয়।

গোবিন্দাৰ ক্ষেত্ৰত ২ দিনৰ ভিতৰতে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয় যদিও অভিনেত্ৰী গৰাকীৰ স্বামীয়ে ১১ মাহ ধৰি চিকিৎসাধীন হৈ থাকিবলগা হয়। কিন্তু তথাপি সুস্থ হৈ উঠিব নোৱাৰে আৰু অৱশেষত মৃত্যুবৰণ কৰে। বিয়াৰ মাথো ১১ মাহ পাছতেই বিধৱা হয় অভিনেত্ৰীগৰাকী।

সেই দুৰ্ভগীয়া অভিনেত্ৰী গৰাকী হৈছে- লীনা চণ্ডৱকাৰ। লীনাই সৌন্দৰ্য্যৰ ক্ষেত্ৰত বহু নামী-দামী অভিনেত্ৰীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল।

১৯৬৮ চনত বলীউডৰ ছবি ‘মান কা মিট’ৰ জৰিয়তে এই উদ্যোগত প্ৰৱেশ কৰে লীনা চণ্ডৱকাৰে। ছবিখনত বিনোদ খান্নাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু ইয়াৰ প্ৰযোজক আছিল সুনীল দত্ত। সেই ছবিৰ সফলতাৰ পাছত আৰু কোনোদিনে পিছলৈ উভতি চাব লগা নহৈছিল লীনাৰ বাবে।

১৯৮৪ চনত লীনা চণ্ডৱকাৰে সিদ্ধাৰ্থ বন্দোদকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ সময়ত লীনাৰ বয়স আছিল মাথো ২৪ বছৰ। সিদ্ধাৰ্থ ৰাজনৈতিক দলৰ পৰিয়ালৰ আছিল। তেওঁৰ পিতৃ দয়ানন্দ বান্দৰকাৰ আছিল গোৱাৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী।

বিয়াৰ বাবেই লীনাই হাতত থকা বহু ছবি এৰি থৈ যায়। চিনেমাৰ পৰা নিজকে আঁতৰাই ৰাখে। কিন্তু স্বামীৰ সৈতে সংঘটিত হোনা ঘটনাই সকলো ওলট পালট কৰি থৈ দিয়ে।

সিদ্ধাৰ্থ বন্দোদকাৰৰ চিকিৎসা ১১ মাহ ধৰি চলি থাকিল, তথাপিও তেওঁ জীয়াই থাকিব নোৱাৰিলে। ২৫ বছৰ বয়সতে বিধৱা হৈছিল লীনা চণ্ডৱকাৰ। বহুতে স্বামীৰ মৃত্যুৰ বাবে লীনাকে জগৰীয়া কৰিছিল। পৰিয়ালৰ লোকেও একেদৰে ঠাট্টা-মস্কৰা কৰিছিল লীনাক। অশুভ বুলি মানিছিল লীনাক।

মানসিক ভাৱে ভাগি পৰি শেষত লীনা চণ্ডৱকাৰে পুনৰ ছবিৰ ফালে মুখ কৰিলে। দিলীপ কুমাৰ অভিনীত ছবি ‘বৈৰাগ’ৰ সৈতে তেওঁ কামবেক কৰে। ইয়াৰ পিছত কিশোৰ কুমাৰৰ সৈতে প্যাৰ অজনবীত কাম কৰে। সেই ছবিত কাম কৰোতেই প্ৰেমত পৰি কিশোৰ কুমাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় লীনা। কিশোৰ লীনাতকৈ ২০ বছৰ ডাঙৰ আছিল আৰু লীনা তেওঁৰ চতুৰ্থ পত্নী হৈছিল।

কিন্তু সেইবাৰো লীনাৰ ভাগ্য বৰ ভাল নাছিল। সংসাৰলৈ সন্তান এটি অহাৰ পাছতে বিশিষ্ঠ সংগীত শিল্পী কিশোৰ কুমাৰৰ মৃত্যু হয়। আৰু সন্তানৰ সৈতে অকলশৰীয়া হৈ পৰে লীনা। তাৰ পাছৰে পৰা লীনা চণ্ডৱকাৰ পৰিচয় এগৰাকী অভিনেত্ৰীতকৈ কিশোৰ কুমাৰৰ পত্নী হিচাপে অধিক হয়। আৰু তেনেদৰেই থাকি যায় লীনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian ActressIndian HeroineKishome Kumar 4rth WifeKishore Kumar WifeLeena Chandavarkar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

July 2, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

July 2, 2026
শিক্ষা

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

July 2, 2026
পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!
বাণিজ্য

পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

July 2, 2026
Next Post
শুক্ৰগ্ৰহত প্ৰৱেশ বৃশ্চিকৰ, এই সপ্তাহত সৌভাগ্য তুংগত উঠিব ২ ৰাশিৰ লোকৰ

শুক্ৰগ্ৰহত প্ৰৱেশ বৃশ্চিকৰ, এই সপ্তাহত সৌভাগ্য তুংগত উঠিব ২ ৰাশিৰ লোকৰ

এগৰাকী সাধাৰণ যেন লগা অসাধাৰণ ব্যক্তিয়ে মোক শিষ্টাচাৰ শিকাইছিলঃ অমিতাভ বচ্চন

এগৰাকী সাধাৰণ যেন লগা অসাধাৰণ ব্যক্তিয়ে মোক শিষ্টাচাৰ শিকাইছিলঃ অমিতাভ বচ্চন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.