• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰাগাৰতে সতীৰ্থ কাৰাবন্দীক হত্যা! ১৫ গৰাকীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

কাৰাগাৰতে সতীৰ্থ কাৰাবন্দীক হত্যা! ১৫ গৰাকীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

4 years ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

11 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

12 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

12 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

13 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

14 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

14 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

15 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

15 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

16 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

17 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

18 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কাৰাগাৰতে সতীৰ্থ কাৰাবন্দীক হত্যা! ১৫ গৰাকীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

editor by editor
August 18, 2022
in অপৰাধ, ভাৰত
0
কাৰাগাৰতে সতীৰ্থ কাৰাবন্দীক হত্যা! ১৫ গৰাকীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ
0
SHARES
6.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী সতীৰ্থ কাৰাবন্দীক হত্যা কৰাৰ অপৰাধত অন্য ১৫ গৰাকী কাৰাবন্দীক এখন আদালতে মৃত্যুদণ্ডৰ নিৰ্দেশ দিছে৷ বৃহস্পতিবাৰে ঝাৰখণ্ডৰ পূৱ সিংভূম জিলা আদালতে এই মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছে৷

অতিৰিক্ত জিলা ন্যায়াধীশ-৪ ৰাজেন্দ্ৰ কুমাৰ সিনহাৰ আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ (হত্যা) আৰু ১২০ বি (ফৌজদাৰী ষড়যন্ত্ৰ) ধাৰাত দোষী সাব্যস্ত কৰাৰ পিছত ১৫ জন লোকক ফাঁচী দি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে৷ মৃত্যুদণ্ডৰ শাস্তি পোৱাসকলৰ ভিতৰত দুজন পলাতক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আদালতে লগতে আন ৭ জন লোকক ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৭ ধাৰা (হত্যাৰ চেষ্টা)ৰ অধীনত দোষী সাব্যস্ত কৰি ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

লগতে পঢ়ক ‘মহিলাই যৌন উত্তেজনক কাপোৰৰ পিন্ধিলে যৌন নিৰ্যাতনৰ অভিযোগ বিবেচনা কৰা নহ’ব!’

উল্লেখ্য যে ২০১৯ চনত দুটা গোটৰ মাজত সংঘৰ্ষৰ সময়ত জামছেদপুৰৰ ঘাঘীদিহ কেন্দ্ৰীয় কাৰাগাৰৰ এজন কাৰাবন্দীৰ মৃত্যু হৈছিল৷ সেই বৰ্ষৰ ২৫ জুনত কাৰাগাৰৰ ভিতৰতে দুটা দলৰ মাজত সংঘৰ্ষ হৈছিল। এই হিংসাত্মক ঘটনাত মনোজ কুমাৰ সিংসহ দুজন কয়দী গুৰুতৰভাৱে আহত হয়।

পিছত চিকিৎসালয়লৈ নিয়াৰ পথত আঘাতপ্ৰাপ্ত সিঙে মৃত্যুক সাৱটি লয়। ইয়াৰ পিছতে এই হিংসাত্মক ঘটনা সন্দৰ্ভত পৰসুদিহ থানাত এটা গোচৰ ৰুজু কৰা হৈছিল।

আদালতে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰুদ্দেশ হোৱা দোষী দুজনৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIPC section 307IPC sections 120BIPC sections 302
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’
ৰাজনীতি

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

August 20, 2026
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ
অপৰাধ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

August 20, 2026
Next Post
এগৰাকী মহিলালৈ টুইটে মাতিলে বিপদ! আদালতে বিহিছে ৩৪ বছৰৰ কাৰাদণ্ড

এগৰাকী মহিলালৈ টুইটে মাতিলে বিপদ! আদালতে বিহিছে ৩৪ বছৰৰ কাৰাদণ্ড

অতি মৰ্মান্তিক! দুই কণমানি পুত্ৰ, পতী এৰি পৰপুৰুষলৈ পলাল পত্নী, ২ পুত্ৰক বিহপান কৰোৱাই আত্মহনন পিতৃৰ

অতি মৰ্মান্তিক! দুই কণমানি পুত্ৰ, পতী এৰি পৰপুৰুষলৈ পলাল পত্নী, ২ পুত্ৰক বিহপান কৰোৱাই আত্মহনন পিতৃৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.