• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মহিলাই যৌন উত্তেজনক কাপোৰৰ পিন্ধিলে যৌন নিৰ্যাতনৰ অভিযোগ বিবেচনা কৰা নহ’ব!’

‘মহিলাই যৌন উত্তেজনক কাপোৰৰ পিন্ধিলে যৌন নিৰ্যাতনৰ অভিযোগ বিবেচনা কৰা নহ’ব!’

4 years ago
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

5 hours ago
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

5 hours ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

5 hours ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

6 hours ago
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

6 hours ago
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

7 hours ago
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

8 hours ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

9 hours ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

10 hours ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

11 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

12 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘মহিলাই যৌন উত্তেজনক কাপোৰৰ পিন্ধিলে যৌন নিৰ্যাতনৰ অভিযোগ বিবেচনা কৰা নহ’ব!’

editor by editor
August 18, 2022
in অপৰাধ, ভাৰত
0
‘মহিলাই যৌন উত্তেজনক কাপোৰৰ পিন্ধিলে যৌন নিৰ্যাতনৰ অভিযোগ বিবেচনা কৰা নহ’ব!’
0
SHARES
19.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৰালাৰ এখন আদালতে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে৷ আদালতৰ মতে মহিলাই যৌন উত্তেজক কাপোৰ পিন্ধাৰ সময়ত সন্মুখীন হোৱা যৌন নিৰ্যাতনৰ অভিযোগ আদালতত বিবেচনাযোগ্য নহয়৷

কেৰালাৰ এখন আদালতে বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী চিভিক চন্দ্ৰনৰ যৌন নিৰ্যাতনৰ এক গোচৰৰ আগ্ৰীম জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰিছে৷ চন্দ্ৰনক জামিন প্ৰদান কৰি আদালতে কয় যে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪এ ধাৰা অনুসৰি ঘটনাকালীন অৱস্থাত মহিলাগৰাকী যৌন উত্তেজনক কাপোৰ পৰিধান কৰাৰ বাবে প্ৰাথমিকভাৱে ইয়াক অপৰাধ বুলি গণ্য কৰিব নোৱাৰি৷

উল্লেখ্য যে ৭৪ বছৰীয়া অভিযুক্ত চন্দ্ৰনৰ জামিন আবেদনৰ লগতে মহিলাগৰাকীৰ ফটোও আদালতত দাখিল কৰা হৈছিল। কোঝিকোড চেচন আদালতে নিজৰ আদেশত কয় যে জামিন আবেদনৰ সৈতে অভিযুক্তই দাখিল কৰা ফ’টোত দেখা গৈছে যে মূল অভিযোগকাৰীয়ে নিজেই এনে কাপোৰ পিন্ধিছিল যিবোৰ আছিল অত্যন্ত যৌন উত্তেজক। গতিকে অভিযুক্তৰ বিৰুদ্ধে প্ৰাইমা ফেচি ধাৰা ৩৫৪এ কাৰ্যকৰী নহ’ব।

লগতে পঢ়ক আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?

লাইভ ল’ অনুসৰি আদালতে নিজৰ আদেশত কয় ৩৫৪ নং ধাৰাৰ মতে এইটো অতি স্পষ্ট যে অভিযুক্তই এগৰাকী মহিলাক লজ্জানত বা ক্ষুব্ধ কৰাৰ উদ্দেশ্য থাকিব লাগিব। আদালতে আৰু কয় ৩৫৪এ ধাৰাত যৌন নিৰ্যাতন আৰু ইয়াৰ শাস্তিৰ বিষয়ে আলোচনা কৰা হৈছে। এই ধাৰাৰ মতে অপৰাধ হিচাপে গণ্য কৰিবলৈ শাৰীৰিক সংস্পৰ্শ আৰু স্পষ্ট যৌন প্ৰস্তাৱ দিব লাগিব, আৰু যৌনগন্ধী মন্তব্য বা অসন্মতিসূচক যৌনতাৰ দাবী,  অনুগ্ৰহ, অনুৰোধ আদি কৰিব লাগিব।

আদালতত অভিযোগৰকাৰীৰ ফালৰ অভিযোগ কৰা হৈছিল যে অভিযুক্তই মূল যুৱতী লেখিকাগৰাকীক মৌখিক আৰু শাৰীৰিকভাৱে যৌন নিৰ্যাতন চলাইছিল৷২০২০ চনৰ ফেব্ৰুৱাৰী মাহত নন্দী বিলত অনুষ্ঠিত এটা শিবিৰত চন্দ্ৰনৰ বিৰুদ্ধে এগৰাকী যুৱতী মহিলা লেখিকাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আনিছিল। অনুষ্ঠানটো সম্পন্ন হৈ যোৱাৰ প্ৰায় ছমাহৰ পিছত যুৱতীগৰাকীয়ে এই অভিযোগ আনে৷

লগতে পঢ়ক চলি আছিল এখন ভুৱা থানা, চকীদাৰৰ পৰা আৰক্ষী বিষয়ালৈকে আছিল ভুৱা

ভাৰতীয় দণ্ডবিধিৰ ৩৫৪এ(২), ৩৪১ আৰু ৩৫৪ ধাৰাত অভিযুক্ত চিভিক চন্দ্ৰনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল কয়িলণ্ডী আৰক্ষীয়ে। জামিনৰ আবেদনৰ শুনানি কালত অভিযুক্তৰ অধিবক্তা পি হৰি আৰু সুষমা এম-এ যুক্তি দিছিল যে এইটো এটা ভুৱা গোচৰ আৰু অভিযুক্তৰ বিৰুদ্ধে তেওঁৰ কিছুমান শত্ৰুৱে প্ৰতিশোধ ল’বলৈ ৰচনা কৰিছিল।

তেওঁ লগতে আদালতত যুক্তি ৰাখিছিল যে কথিত কাণ্ডটোৰ প্ৰায় ৬ মাহৰ পিছত গোচৰটো ৰুজু কৰা হৈছিল আৰু পলম হোৱাৰ কাৰণ আদালতে স্পষ্ট কৰি দিব লাগে।

ইফালে অভিযোগকাৰীয়ে ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰা ফ’টোসমূহ আদালতৰ সন্মুখত দাখিল কৰি অভিযুক্তৰ অধিবক্তাই যুক্তি আগবঢ়ায় যে প্ৰকৃত অভিযোগকাৰীগৰাকী ঘটনাস্থলীত তেওঁৰ প্ৰেমিকৰ সৈতে আছিল আৰু অভিযোগ উত্থাপন হোৱাৰ সময়ত কেইবাজনো লোক উপস্থিত আছিল আৰু কোনোৱে অভিযুক্ত চন্দ্ৰনৰ বিৰুদ্ধে এনে কাণ্ড কৰাৰ কোনো অভিযোগ উত্থাপন কৰা নাই।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamSexual harassmentsexually provocative dresses
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ
উত্তৰ-পূব

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

July 30, 2026
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?
অপৰাধ

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

July 30, 2026
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ
ৰাজনীতি

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

July 30, 2026
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’
ৰাজনীতি

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

July 30, 2026
Next Post
বিষাক্ত কিং কোব্ৰাই দংশন কৰিলে যুৱকক! কেনেকৈ ৰক্ষা পৰিল তেওঁৰ জীৱন? চাওক ভিডিঅ’…

বিষাক্ত কিং কোব্ৰাই দংশন কৰিলে যুৱকক! কেনেকৈ ৰক্ষা পৰিল তেওঁৰ জীৱন? চাওক ভিডিঅ’…

কাৰাগাৰতে সতীৰ্থ কাৰাবন্দীক হত্যা! ১৫ গৰাকীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

কাৰাগাৰতে সতীৰ্থ কাৰাবন্দীক হত্যা! ১৫ গৰাকীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.