• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

6 months ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

8 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

9 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

9 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

10 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

11 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

12 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

12 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

13 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

13 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

15 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

15 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

editor by editor
April 17, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
১৭ এপ্ৰিল অৰ্থাৎ আজিৰে পৰা শনিয়ে উত্তৰভাদ্ৰা নক্ষত্ৰত গোচৰ আৰম্ভ কৰিব৷ এই গোচৰে সমস্ত ৰাশিক প্ৰভাৱিত কৰিলেও ৪টা ৰাশিৰ বাবে প্ৰকৃত পৰীক্ষাৰ সময়৷ কাৰণ ন্যায়ৰ দেৱতাই তেওঁলোকৰ ধৈৰ্য্য আৰু অধ্যবসায়ৰ কঠোৰ পৰীক্ষা ল’ব৷ শনিৰ প্ৰভাৱ কোন কোন ৰাশিৰ ওপৰত পৰিব?
জ্যোতিষশাস্ত্ৰত শনিৰ গোচৰক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হয়৷ কাৰণ ইয়াক কৰ্ম আৰু ন্যায়বিচাৰৰ গ্ৰহ হিচাপে গণ্য কৰা হয়৷ ১৭ এপ্ৰিলত উত্তৰভাদ্ৰা নক্ষত্ৰত ইয়াৰ প্ৰৱেশে জীৱনৰ বহু ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে৷ ইয়াৰ প্ৰভাৱ কৰ্মজীৱন, চাকৰিৰ স্থায়িত্ব, ব্যৱসায়, আৰ্থিক অৱস্থা আৰু সম্পৰ্কৰ ক্ষেত্ৰত অনুভূত হয়৷ বহুতৰে বাবে এই সময়ে চেলেঞ্জ আৰু বিলম্বৰ ইংগিত দিয়ে৷ আকৌ বহুতৰে বাবে ই কঠোৰ পৰিশ্ৰমৰ ফলো কঢ়িয়াই আনে৷ গুৰুত্বপূৰ্ণভাৱে শনিৰ প্ৰভাৱ শৃঙ্খলা, ধৈৰ্য্য আৰু দায়িত্ববোধ শিকায় যিয়ে দীৰ্ঘম্যাদত স্থায়ী সাফল্যক পৰিচালিত কৰে৷ জানি থওক কোন কোন ৰাশিৰ জাতক জাতিকাৰ জীৱন সংগ্ৰামৰ সময় আৰম্ভ হৈছে?
মেষ ৰাশি
শনিৰ ৰোষৰ প্ৰথম চিকাৰ হয় মেষ ৰাশিৰ জাতক জাতিকা৷ শনিৰ গোচৰৰ কাৰণে মেষ ৰাশিৰ জাতক জাতিকা গুৰুতৰ সমস্যাৰ সন্মুখীন হব পাৰে৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ জীৱনত আকস্মিক পৰিবৰ্তন আহিব পাৰে৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে সাফল্য অৰ্জন কৰিব নোৱাৰিব পাৰে৷ অৰ্থ, সম্পদৰ লেনদেনৰ ক্ষেত্ৰত অত্যন্ত সতৰ্কতা অৱলম্বন কৰা উচিত৷ শনিয়ে আপোনাৰ ওপৰত যিমানেই পৰীক্ষা নলওক কিয় আপুনি ভাৱিচিন্তি বিচক্ষণতাৰ সৈতে কাম কৰক৷ তেতিয়া ইয়াৰ প্ৰভাৱ এৰাব পাৰিব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতক জাতিকাই শনিৰ প্ৰভাৱত বিশেষভাৱে প্ৰভাৱিত হব৷ বহুবিধ ক্ষতিৰ সন্মুখীন হব পাৰে৷ পাৰিবাৰিক সম্পৰ্কত মতবিৰোধে দেখা দিয়াৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতন কৰ্মকৰ্তাসকলে আপোনাৰ কথাৰ ভিন্ন বাখ্যা কৰিব পাৰে৷ শনিৰ কাৰণে গুৰুতৰ মানসিক চাপ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে৷ কোনো অৱস্থাতেই আৱেগপ্ৰৱণ হোৱাৰ পৰা বিৰত থাকক৷ খৰধৰকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক৷ ভাৱিচিন্তি কাম কৰক৷

মকৰ ৰাশি

শনিৰ প্ৰভাৱত মকৰ ৰাশিৰ জাতক জাতিকা সমস্যাৰ সন্মুখীন হব৷ তেওঁলোকৰ বাবেও কঠিন দিন আহিছে৷ মানসিক চাপ বাঢ়িব আৰু স্বাস্থ্য সমস্যাই দেখা দিব৷ ইয়াৰ ফলত চিকিৎসাৰ খৰচ উল্লেখযোগ্যভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ অপ্ৰত্যাশিত পাৰিবাৰিক খৰচ মূৰৰ বিষৰ কাৰণ হৈ থিয় দিব৷ কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব বাঢ়িব৷ সৰ্বোত্তম ফলাফলৰ বাবে আপুনি ধৈৰ্য্য ধৰিব লাগিব৷ আৰ্থিক লেনদেনত অত্যন্ত সতৰ্কতা অৱলম্বন কৰক৷ যদি আপুনি আত্মবিশ্বাসৰ সৈতে আগুৱাই যায় তেন্তে শনিৰ প্ৰতিবন্ধকতা কাটি সাফল্য অৰ্জন কৰিব পাৰিব৷

তুলা ৰাশি

শনিৰ প্ৰভাৱত তুলা ৰাশিৰ জাতক জাতিকা বহু সমস্যাৰ সন্মুখীন হব৷ এই সময়ত আপুনি যিমানেই কঠোৰ পৰিশ্ৰম নকৰক কিয় সাফল্য পাবলৈ দেৰী নহয়৷ এই ৰাশিৰ জাতক জাতিকাই অফিচত তেওঁলোকৰ সহকৰ্মীসকলৰ কামো কৰিব লগা হব৷ তেওঁলোকে মানসিক চাপ আৰু হতাশাৰ সন্মুখীন হব পাৰে৷ তেওঁলোকৰ আত্মবিশ্বাসো কমিব পাৰে৷ শনি কেৱল ধৈৰ্য্যশীলক সাফল্য দান কৰে৷ যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে তেন্তে অৱশ্যে ভাল ফলেই পাব৷
উল্লেখ কৰা প্ৰয়োজন যে শনিৰ প্ৰভাৱ কমাবলৈ শনিবাৰে ভগৱান হনুমানৰ পূজা কৰক৷ পুৱাই অশ্বত্থ গছত পানী অৰ্পন কৰক আৰু সন্ধিয়া প্ৰদীপ দান কৰক৷ ইয়াৰোপৰি শনিবাৰে ভগৱান শনিদেৱক প্ৰদীপ দান কৰক৷ ইয়াৰোপৰি দৰিদ্ৰক খাদ্য আৰু কলা সামগ্ৰী দান কৰক৷ ইয়াৰ ফলত শনিৰ প্ৰভাৱ কমিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…
অপৰাধ

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

October 23, 2026
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
Next Post
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.