• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৪ ঘণ্টাৰ ভিতৰত সলনি হ’ব সূৰ্যৰ গতি, সৌভাগ্যৰ জোৱাৰত ভাহিব এই ৫ৰাশি

২৪ ঘণ্টাৰ ভিতৰত সলনি হ’ব সূৰ্যৰ গতি, সৌভাগ্যৰ জোৱাৰত ভাহিব এই ৫ৰাশি

12 months ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

7 minutes ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

31 minutes ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

2 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

2 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

4 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

5 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

13 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

14 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

14 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

15 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৪ ঘণ্টাৰ ভিতৰত সলনি হ’ব সূৰ্যৰ গতি, সৌভাগ্যৰ জোৱাৰত ভাহিব এই ৫ৰাশি

২৪ ঘণ্টাৰ ভিতৰত সলনি হ’ব সূৰ্যৰ গতি, সৌভাগ্যৰ জোৱাৰত ভাহিব এই ৫ৰাশি

editor by editor
October 16, 2025
in জীৱনশৈলী
0
২৪ ঘণ্টাৰ ভিতৰত সলনি হ’ব সূৰ্যৰ গতি, সৌভাগ্যৰ জোৱাৰত ভাহিব এই ৫ৰাশি
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৭ অক্টোবৰ, শুক্ৰবাৰ, সূৰ্যই তাৰ গতিপথ পৰিবৰ্তন কৰি কন্যা ৰাশিৰ পৰা তুলা ৰাশিত প্ৰৱেশ কৰিব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যক ৯ টা গ্ৰহৰ ৰজা আৰু আত্মাৰ কাৰক গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ সিংহ ৰাশি সূৰ্যৰ নিজস্ব ৰাশি হলেও তুলা ৰাশিত ইয়াৰ তলৰ ৰাশি হিচাপে বিবেচনা কৰা হয়৷ এই ৰাশি পৰিবৰ্তন কেইবাটাও ৰাশিৰ বাবে বিশেষ হ’ব৷ কিছু ৰাশিৰ জাতকে ইয়াৰ ফলত নতুন সুযোগ আৰু সাফল্যৰ সম্ভাৱনা বৃদ্ধি পাব৷ জানি থওক সূৰ্যৰ তুলা ৰাশিত প্ৰৱেশৰ সৈতে কোন কোন ৰাশিৰ জাতকৰ শুভ সময় আৰম্ভ হ’ব?

সূৰ্যৰ গোচৰত লাভৱান হ’ব ৫ৰাশি

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে তেওঁলোকৰ কৰ্মজীৱন আৰু শিক্ষাৰ ক্ষেত্ৰত নতুন উচ্চতাত উপনীত হোৱাৰ সময়৷ দীৰ্ঘদিন ধৰি ৰৈ থকা প্ৰজেক্ট বা কামত গতি লাভ কৰিব৷ কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ ঊৰ্ধ্বতনসকলৰ পৰা সহায়তা পাব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল এই সময়ত লাভ কৰিব৷ শিক্ষাৰ্থীসকলে তেওঁলোকৰ পঢ়াশুনাত সাফল্য লাভ কৰিব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফল অৰ্জনৰ সম্ভাৱনা আছে৷ পাৰিবাৰিক জীৱনতো সহযোগিতা আৰু বুজাপৰা বৃদ্ধি পাব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য আৰু মানসিক শক্তিৰ উন্নতি হ’ব৷ দীৰ্ঘস্থায়ী অসুস্থতাৰ পৰা মুক্তি পাব আৰু দৈনন্দিন ৰুটিন উন্নত হ’ব৷ পৰিয়াল আৰু বন্ধুৰ সৈতে সম্পৰ্ক সু সংগতিপূৰ্ণ হ’ব৷ বিনিয়োগ আৰু আৰ্থিক বিষয়ত চিন্তাভাৱনা কৰি সিদ্ধান্ত ললে উপকাৰী ফল পাব৷ এই সময়ত ভ্ৰমণ আৰু সামাজিক অনুষ্ঠানত অংশগ্ৰহণে আপোনাৰ মনত আনন্দ কঢ়িয়াই আনিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে আৰ্থিক লাভ আৰু ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত সম্প্ৰীতিৰ সময়৷ পুৰণি বিৰোধৰ সমাধান হ’ব পাৰে৷ পাৰস্পৰিক বুজাপৰা বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত সহকৰ্মী আৰু ঊৰ্ধ্বতনসকলৰ সৈতে সম্পৰ্ক ভালে থাকিব৷ বিনিয়োগ, সম্পত্তি আৰু ব্যৱসায়ত নতুন সুযোগ তৈয়াৰ হ’ব পাৰে৷ বিবাহিত ব্যক্তিয়ে তেওঁলোকৰ পৰিয়ালত সুখী পৰিবেশ বৰ্তাই ৰখাত সক্ষম হ’ব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ সময়৷ নতুন সুযোগ আৰু দায়িত্বই আপোনাক সাফল্য আনি দিব৷ বিনিয়োগৰ সিদ্ধাৰ্থ সঠিক পথত থাকিব৷ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে৷ যিয়ে আপোনাৰ পেছাগত আৰু ব্যক্তিগত জীৱনত উপকৃত কৰিব৷ পঢ়াশুনা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য আহিব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে এয়া আৰ্থিক লাভৰ সময়৷ বিনিয়োগ, সম্পত্তি বা অৰ্থ সম্পৰ্কিত সিদ্ধান্তসমূহ লাভজনক প্ৰমাণিত হব৷ আপোনাৰ চাকৰি আৰু ব্যৱসায়িক পৰিস্থিতি শক্তিশালী হব৷ পাৰিবাৰিক সমৰ্থন আৰু শান্তি বিৰাজ কৰিব ঘৰত৷ স্বাস্থ্যৰ উন্নতি আৰু মানসিক ভাৰসাম্য বৰ্তি থাকিব আপোনাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!
জীৱনশৈলী

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

September 29, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

September 29, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 29, 2026
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

September 28, 2026
Next Post
হঠাতেই কিয় এনে সিদ্ধান্ত? মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক বাদ দি গুজৰাট মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীৰ পদত্যাগ

হঠাতেই কিয় এনে সিদ্ধান্ত? মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক বাদ দি গুজৰাট মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীৰ পদত্যাগ

দিল্লীৰ ছিকিউৰিটি গাৰ্ডৰ পৰা ৪০০ কোটি টকাৰ মালিক, বিহাৰত নজৰ কাঢ়িছে এইগৰাকী প্ৰাৰ্থীয়ে, কোন এই ব্যক্তি?

দিল্লীৰ ছিকিউৰিটি গাৰ্ডৰ পৰা ৪০০ কোটি টকাৰ মালিক, বিহাৰত নজৰ কাঢ়িছে এইগৰাকী প্ৰাৰ্থীয়ে, কোন এই ব্যক্তি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.