• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আইফোন আছে যদি হোৱাটছ এপে দিব এক বিশেষ সুবিধা, আজিয়ে জানক

আইফোন আছে যদি হোৱাটছ এপে দিব এক বিশেষ সুবিধা, আজিয়ে জানক

2 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

12 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

13 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

13 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

14 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

15 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

15 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

16 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

16 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

17 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

17 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

18 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আইফোন আছে যদি হোৱাটছ এপে দিব এক বিশেষ সুবিধা, আজিয়ে জানক

editor by editor
January 27, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, বিশ্ব
0
আইফোন আছে যদি হোৱাটছ এপে দিব এক বিশেষ সুবিধা, আজিয়ে জানক
0
SHARES
280
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আইফোন আছে যদি হোৱাটছ এপে দিব এক বিশেষ সুবিধা, আজিয়ে জানক

WhatsApp এ এটা নতুন বৈশিষ্ট্য আনিবলৈ গৈ আছে, যি বৈশিষ্টৰ সুবিধা উঠাব পাৰিব আইফোন ব্যবহাৰকাৰীয়ে। এই নতুন বৈশিষ্টৰ জৰিয়তে iOS ব্যৱহাৰকাৰীয়ে এটা ডিভাইচত একাধিক একাউণ্ট পৰিচালনা কৰিব পাৰিব।

WaBetaInfo ৰ প্ৰতিবেদন অনুসৰি এই আপডেট বৰ্তমান বিটা পৰীক্ষণ পৰ্যায়ত আছে আৰু অতি সোনকালে সকলো আইফোন ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰা হ’ব। এই বৈশিষ্ট্য TestFlight ত পোৱা গৈছে শেহতীয়া WhatsApp beta iOS 25.2.10.70 আপডেটত, যিয়ে ব্যৱহাৰকাৰীক একেটা ডিভাইচতে থকাৰ সময়ত একাধিক WhatsApp একাউণ্টৰ মাজত কাম কৰাৰ স্বাধীনতা প্ৰদান কৰিব।

অৰ্থাৎ এই বৈশিষ্ট্যৰ সহায়ত ব্যৱহাৰকাৰীয়ে পোনপটীয়াকৈ এটা মোবাইলতে এটা হোৱাটছএপ একাউণ্টৰ পৰা আন এটা হোৱাটছএপ একাউণ্টলৈ যাব পাৰিব।

এই বৈশিষ্ট্যৰ প্ৰৱৰ্তনে এটাতকৈ অধিক ফোন নম্বৰ ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীসকলৰ বাবে কিছু সুবিধা কঢ়িয়াই আনিব। তেওঁলোকৰ বাবে একাধিক ফোন নম্বৰ পৰিচালনা কৰাটো সহজ হৈ পৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: IphoneTechnologyWhats AppWhats App User
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

October 1, 2026
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ
ভাৰত

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

October 1, 2026
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
Next Post
ভাৰত বনাম ইংলেণ্ডৰ তৃতীয় মেচত সালসলনি, হাৰ্ডিক বাহিৰ, ২ অন্য খেলুৱৈ দলত

ভাৰত বনাম ইংলেণ্ডৰ তৃতীয় মেচত সালসলনি, হাৰ্ডিক বাহিৰ, ২ অন্য খেলুৱৈ দলত

‘এক দেশ এক সময়’- মোদী চৰকাৰে দেশবাসীৰ বাবে নিৰ্ধাৰণ কৰিলে এক সময়

'এক দেশ এক সময়'- মোদী চৰকাৰে দেশবাসীৰ বাবে নিৰ্ধাৰণ কৰিলে এক সময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.