• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এক দেশ এক সময়’- মোদী চৰকাৰে দেশবাসীৰ বাবে নিৰ্ধাৰণ কৰিলে এক সময়

‘এক দেশ এক সময়’- মোদী চৰকাৰে দেশবাসীৰ বাবে নিৰ্ধাৰণ কৰিলে এক সময়

2 years ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

34 minutes ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

1 hour ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

2 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

3 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

3 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

4 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

5 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

5 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

13 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

14 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

15 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘এক দেশ এক সময়’- মোদী চৰকাৰে দেশবাসীৰ বাবে নিৰ্ধাৰণ কৰিলে এক সময়

editor by editor
January 27, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
‘এক দেশ এক সময়’- মোদী চৰকাৰে দেশবাসীৰ বাবে নিৰ্ধাৰণ কৰিলে এক সময়
0
SHARES
446
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘এক দেশ এক সময়’- মোদী চৰকাৰে দেশবাসীৰ বাবে নিৰ্ধাৰণ কৰিলে এক সময়

এক দেশ এক নিৰ্বাচনৰ পাছত এইবাৰ মোদী চৰকাৰৰ এক দেশ এক সময় নিয়ম প্ৰৱৰ্তন কৰিবলৈ গৈ আছে। সমগ্ৰ দেশ বাসীৰ বাবে হব এটাই ভাৰতীয় মানক সময়। চৰকাৰে সলনি কৰিবলৈ গৈ আছে ঘড়ীৰ সময়।

এতিয়াৰে পৰা ১২ বজাৰ পাছত কোনো দিনে নাবাজিব ১। বৰঞ্চ ১ বজাৰ বিপৰীতে ১২ বজাৰ পিছত বাজিব ১৩। দেশৰ কোটি কোটি জনতালৈ এই জৰুৰী খবৰ।

সলনি হ’বলৈ গৈ আছে ভাৰতবৰ্ষৰ সময়। দেশত শীঘ্ৰেই প্ৰযোজ্য হ’ব ‘এক দেশ এক সময়’। ঘড়ীত দুপৰীয়া বাৰ বজাৰ পিছত ১ বজাৰ বিপৰীতে বাজিব ১৩। যাৰ অৰ্থ, এতিয়াৰে পৰা ১২ ঘণ্টীয়া সময়সূচীৰ সলনি হব ২৪ ঘণ্টীয়া সময়সূচী।

দেশৰ জনতাই এতিয়াৰে পৰা গণনা কৰিব লাগিব ২৪ঘণ্টীয়া সময়। মোদী চৰকাৰে বাধ্যতামূলক কৰিব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম(IST)। ১৪ ফেব্ৰুৱাৰীলৈকে গ্ৰহণ কৰা হ’ব দেশৰ জনতাৰ মতামত।

সকলো আইনী, চৰকাৰী আৰু বাণিজ্যিক খণ্ডত এই নিয়ম মানি চলিব লাগিব। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিলে খচৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ek desh ek Samaymodi governmentOne Nation one Time
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

August 27, 2026
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক
বিবিধ

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

August 27, 2026
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ
বাণিজ্য

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

August 27, 2026
Next Post
২৮ জানুৱাৰীত ভাগ্য জিলিকিব ৫টা ৰাশিৰ, ধন-সম্পত্তি আৰু সন্মান বৃদ্ধি পাব

২৮ জানুৱাৰীত ভাগ্য জিলিকিব ৫টা ৰাশিৰ, ধন-সম্পত্তি আৰু সন্মান বৃদ্ধি পাব

৭ লাখ ভাৰতীয়ৰ ওপৰত সংকট হৈ নামিছে ট্ৰাম্প, অবৈধ অনুপ্ৰৱেশকাৰী বিচাৰি গুৰুদ্বাৰত অনুসন্ধান

৭ লাখ ভাৰতীয়ৰ ওপৰত সংকট হৈ নামিছে ট্ৰাম্প, অবৈধ অনুপ্ৰৱেশকাৰী বিচাৰি গুৰুদ্বাৰত অনুসন্ধান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.