• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাবা ছিদ্দিকী হত্যাকাণ্ডৰ আৰু দুই অভিযুক্ত আটক, অন্য ধৰণে তদন্ত আৰম্ভ আৰক্ষীৰ

বাবা ছিদ্দিকী হত্যাকাণ্ডৰ আৰু দুই অভিযুক্ত আটক, অন্য ধৰণে তদন্ত আৰম্ভ আৰক্ষীৰ

1 year ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

22 minutes ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

58 minutes ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

2 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

3 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

3 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

4 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

4 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

6 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

6 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

7 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

7 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বাবা ছিদ্দিকী হত্যাকাণ্ডৰ আৰু দুই অভিযুক্ত আটক, অন্য ধৰণে তদন্ত আৰম্ভ আৰক্ষীৰ

editor by editor
November 7, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
বাবা ছিদ্দিকী হত্যাকাণ্ডৰ আৰু দুই অভিযুক্ত আটক, অন্য ধৰণে তদন্ত আৰম্ভ আৰক্ষীৰ
0
SHARES
46
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাবা ছিদ্দিকী হত্যাকাণ্ডৰ আৰু দুই অভিযুক্ত আটক, অন্য ধৰণে তদন্ত আৰম্ভ আৰক্ষীৰ

এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ গোচৰত আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ। মুম্বাই ক্ৰাইম ব্ৰাঞ্চে জনোৱা মতে, দুয়োজন অভিযুক্তক মহাৰাষ্ট্ৰৰ পুনেৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ লগে লগে বাবা ছিদ্দিকী হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে বুধবাৰেও বাবা ছিদ্দিকী হত্যাকাণ্ডৰ গোচৰত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল।

উল্লেখ্য যে, এন চি পিৰ নেতা বাবা ছিদ্দিকীক বিগত ১২ অক্টোবৰত পুত্ৰ জীছান ছিদ্দিকীৰ কাৰ্যালয়ৰ বাহিৰত গুলীয়াই হত্যা কৰা হৈছিল। এন চি পিৰ নেতাজনৰ হত্যাকাণ্ডৰ লগত কাৰাবন্দী গেংষ্টাৰ লৰেন্স বিষ্ণোই জড়িত বুলি জানিব পৰা গৈছিল।

আৰক্ষীয়ে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে। বাবা ছিদ্দিকী হত্যাকাণ্ডৰ গোচৰত বলীউডৰ অভিনেতা ছলমান খানৰ ঘনিষ্ঠতাৰ কোণৰ পৰা আৰক্ষীয়ে তদন্ত চলাই আছে। ইয়াৰ উপৰিও বস্তি পুনৰ্বাসন কৰ্তৃপক্ষইও প্ৰকল্পটোৰ কোণৰ পৰা এই হত্যাকাণ্ডৰ তদন্ত চলাই আছে।

ঘটনাৰ মূলতে বাবা ছিদ্দিকী আৰু তেওঁৰ পুত্ৰ জীশন ছিদ্দিকীয়ে বান্দ্ৰা কুৰলা কমপ্লেক্সত দুটা বস্তি পুনৰ উন্নয়ন প্ৰকল্প, সন্ত জ্ঞানেশ্বৰ নগৰ আৰু ভাৰত নগৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। এছ আৰ এ প্ৰকল্পৰ অধীনত বান্দ্ৰা কুৰ্লা কমপ্লেক্সৰ চাৰি হাজাৰ পৰিয়ালৰ ঠাইত বিশাল আৱাসিক অট্টালিকা আৰু পাঁচ তাৰকাযুক্ত হোটেল নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছিল।

কিন্তু এই সকলোবোৰৰ বিপৰীতে সেই স্থানৰ পৰা উচ্ছেদিত পৰিয়ালবোৰক বিকল্প ব্যৱস্থা হিচাপে ঘৰ দিব লাগে পৰিয়ালবোৰে দাবী কৰিছিল। এই প্ৰকল্পৰ প্ৰতিবাদত বিষয়াসকলৰ কামত হস্তক্ষেপ কৰাৰ বাবে জীশান ছিদ্দিকীৰ বিৰুদ্ধেও এফআইআৰ ৰুজু কৰা হৈছিল।

এই বিষয়ত ছিদ্দিকী পৰিয়ালেও ভাবুকি লাভ কৰিছিল। এই বিবাদেই বাবা ছিদ্দিকী হত্যাৰ কাৰণো হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। মুম্বাই ক্ৰাইম ব্ৰাঞ্চেও বস্তি পুনৰ্বাসন কৰ্তৃপক্ষৰ প্ৰকল্পৰ সৈতে জড়িত নথি-পত্ৰ কৰ্তৃপক্ষৰ বিষয়াসকলৰ পৰা বিচাৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baba Siddiquemumbai policeSalman Khna
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
Next Post
মহাকাশত আৱদ্ধ হৈ থকা সুনীতাৰ স্বাস্থ্যৰ অৱনতি, ফটো দেখি চিন্তাত NASAৰ বৈজ্ঞানিক

মহাকাশত আৱদ্ধ হৈ থকা সুনীতাৰ স্বাস্থ্যৰ অৱনতি, ফটো দেখি চিন্তাত NASAৰ বৈজ্ঞানিক

শুক্ৰ গ্ৰহৰ গতি সলনি কৰাৰ ফলত আজিৰে পৰা ভাগ্য উদয় ৩ ৰাশিৰ

শুক্ৰ গ্ৰহৰ গতি সলনি কৰাৰ ফলত আজিৰে পৰা ভাগ্য উদয় ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.