• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাবা ছিদ্দিকী হত্যাকাণ্ডৰ আৰু দুই অভিযুক্ত আটক, অন্য ধৰণে তদন্ত আৰম্ভ আৰক্ষীৰ

বাবা ছিদ্দিকী হত্যাকাণ্ডৰ আৰু দুই অভিযুক্ত আটক, অন্য ধৰণে তদন্ত আৰম্ভ আৰক্ষীৰ

2 years ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

28 minutes ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

1 hour ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

2 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

3 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

4 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

5 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

18 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

18 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

19 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

20 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

20 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বাবা ছিদ্দিকী হত্যাকাণ্ডৰ আৰু দুই অভিযুক্ত আটক, অন্য ধৰণে তদন্ত আৰম্ভ আৰক্ষীৰ

editor by editor
November 7, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
বাবা ছিদ্দিকী হত্যাকাণ্ডৰ আৰু দুই অভিযুক্ত আটক, অন্য ধৰণে তদন্ত আৰম্ভ আৰক্ষীৰ
0
SHARES
49
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাবা ছিদ্দিকী হত্যাকাণ্ডৰ আৰু দুই অভিযুক্ত আটক, অন্য ধৰণে তদন্ত আৰম্ভ আৰক্ষীৰ

এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ গোচৰত আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ। মুম্বাই ক্ৰাইম ব্ৰাঞ্চে জনোৱা মতে, দুয়োজন অভিযুক্তক মহাৰাষ্ট্ৰৰ পুনেৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ লগে লগে বাবা ছিদ্দিকী হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে বুধবাৰেও বাবা ছিদ্দিকী হত্যাকাণ্ডৰ গোচৰত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল।

উল্লেখ্য যে, এন চি পিৰ নেতা বাবা ছিদ্দিকীক বিগত ১২ অক্টোবৰত পুত্ৰ জীছান ছিদ্দিকীৰ কাৰ্যালয়ৰ বাহিৰত গুলীয়াই হত্যা কৰা হৈছিল। এন চি পিৰ নেতাজনৰ হত্যাকাণ্ডৰ লগত কাৰাবন্দী গেংষ্টাৰ লৰেন্স বিষ্ণোই জড়িত বুলি জানিব পৰা গৈছিল।

আৰক্ষীয়ে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে। বাবা ছিদ্দিকী হত্যাকাণ্ডৰ গোচৰত বলীউডৰ অভিনেতা ছলমান খানৰ ঘনিষ্ঠতাৰ কোণৰ পৰা আৰক্ষীয়ে তদন্ত চলাই আছে। ইয়াৰ উপৰিও বস্তি পুনৰ্বাসন কৰ্তৃপক্ষইও প্ৰকল্পটোৰ কোণৰ পৰা এই হত্যাকাণ্ডৰ তদন্ত চলাই আছে।

ঘটনাৰ মূলতে বাবা ছিদ্দিকী আৰু তেওঁৰ পুত্ৰ জীশন ছিদ্দিকীয়ে বান্দ্ৰা কুৰলা কমপ্লেক্সত দুটা বস্তি পুনৰ উন্নয়ন প্ৰকল্প, সন্ত জ্ঞানেশ্বৰ নগৰ আৰু ভাৰত নগৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। এছ আৰ এ প্ৰকল্পৰ অধীনত বান্দ্ৰা কুৰ্লা কমপ্লেক্সৰ চাৰি হাজাৰ পৰিয়ালৰ ঠাইত বিশাল আৱাসিক অট্টালিকা আৰু পাঁচ তাৰকাযুক্ত হোটেল নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছিল।

কিন্তু এই সকলোবোৰৰ বিপৰীতে সেই স্থানৰ পৰা উচ্ছেদিত পৰিয়ালবোৰক বিকল্প ব্যৱস্থা হিচাপে ঘৰ দিব লাগে পৰিয়ালবোৰে দাবী কৰিছিল। এই প্ৰকল্পৰ প্ৰতিবাদত বিষয়াসকলৰ কামত হস্তক্ষেপ কৰাৰ বাবে জীশান ছিদ্দিকীৰ বিৰুদ্ধেও এফআইআৰ ৰুজু কৰা হৈছিল।

এই বিষয়ত ছিদ্দিকী পৰিয়ালেও ভাবুকি লাভ কৰিছিল। এই বিবাদেই বাবা ছিদ্দিকী হত্যাৰ কাৰণো হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। মুম্বাই ক্ৰাইম ব্ৰাঞ্চেও বস্তি পুনৰ্বাসন কৰ্তৃপক্ষৰ প্ৰকল্পৰ সৈতে জড়িত নথি-পত্ৰ কৰ্তৃপক্ষৰ বিষয়াসকলৰ পৰা বিচাৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baba Siddiquemumbai policeSalman Khna
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!
প্ৰযুক্তি

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

October 19, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

October 19, 2026
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?
জীৱনশৈলী

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

October 19, 2026
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?
বাণিজ্য

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

October 19, 2026
Next Post
মহাকাশত আৱদ্ধ হৈ থকা সুনীতাৰ স্বাস্থ্যৰ অৱনতি, ফটো দেখি চিন্তাত NASAৰ বৈজ্ঞানিক

মহাকাশত আৱদ্ধ হৈ থকা সুনীতাৰ স্বাস্থ্যৰ অৱনতি, ফটো দেখি চিন্তাত NASAৰ বৈজ্ঞানিক

শুক্ৰ গ্ৰহৰ গতি সলনি কৰাৰ ফলত আজিৰে পৰা ভাগ্য উদয় ৩ ৰাশিৰ

শুক্ৰ গ্ৰহৰ গতি সলনি কৰাৰ ফলত আজিৰে পৰা ভাগ্য উদয় ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.