• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাবা ছিদ্দিকিৰ ঘনিষ্ঠ বন্ধু শ্বাহৰুখ অনুপস্থিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত, ডাঙৰ কাৰণ পোহৰলৈ

বাবা ছিদ্দিকিৰ ঘনিষ্ঠ বন্ধু শ্বাহৰুখ অনুপস্থিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত, ডাঙৰ কাৰণ পোহৰলৈ

2 years ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

17 minutes ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

52 minutes ago
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

3 hours ago
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

3 hours ago
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

4 hours ago
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

5 hours ago
হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

5 hours ago
পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

6 hours ago
থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

7 hours ago
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

7 hours ago
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বাবা ছিদ্দিকিৰ ঘনিষ্ঠ বন্ধু শ্বাহৰুখ অনুপস্থিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত, ডাঙৰ কাৰণ পোহৰলৈ

editor by editor
October 15, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
বাবা ছিদ্দিকিৰ ঘনিষ্ঠ বন্ধু শ্বাহৰুখ অনুপস্থিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত, ডাঙৰ কাৰণ পোহৰলৈ
0
SHARES
632
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাবা ছিদ্দিকিৰ ঘনিষ্ঠ বন্ধু শ্বাহৰুখ অনুপস্থিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত, ডাঙৰ কাৰণ পোহৰলৈ

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা এন চি পি নেতা বাবা ছিদ্দিকৰ মৃত্যুৰ খবৰে দেশক স্তম্ভিত কৰি তুলিছে। দশমী পূজাৰ সন্ধিয়া পুত্ৰ জীশানৰ কাৰ্যালয়ৰ বাহিৰত গুলীচালনা কৰা হৈছিল ছিদ্দিকক। মুম্বাইৰ বাদা কাব্ৰাস্তানত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়।

ঘনিষ্ঠ বুলি পৰিচিত- ছলমান খান, শিল্পা শ্বেট্টী, সঞ্জয় দত্তকে ধৰি বহু বলীউডৰ চেলিব্ৰিটিয়ে বাবা চিদ্দিকিক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত থাকে। কেৱল ছিদ্দিকৰ ঘনিষ্ঠ বন্ধু হিচাপে পৰিচিত শ্বাহৰুখ খান উপস্থিত নাথাকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। যাক লৈ এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে।

এক প্ৰতিবেদনত কোৱা হৈছে যে ৰাজনৈতিক বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ শ্বাহৰুখ খানে অন্ত্যেষ্টিক্ৰিয়া এৰাই চলিছিল। ছিদ্দিকৰ লগতে ছলমান খানকো ভাবুকি প্ৰদান কৰা তথা ছিদ্দিকিৰ মৃ্ত্যুৰ কাৰণ লৰেন্স বিষ্ণোই গেঙৰ বাবেই নিজকে আঁতৰত ৰাখে বলীউডৰ কিং খান শ্বাহৰুখ খানে। খবৰ অনুসৰি কি খানে ভাবুকি আহিব লগা পৰিস্থিতিৰ বাবেই নিজকে এনে অনুষ্ঠানৰ পৰা বাহিৰত থাকি নিজকে ৰক্ষা কৰিব বিচাৰিছে।

এটা সূত্ৰই শ্বেয়াৰ কৰিছে, ‘শ্বাহৰুখ খানে হত্যাকাণ্ড বা ৰাজনীতি সন্দৰ্ভত কোনো ধৰণৰ আলোচনাত জড়িত হ’ব নিবিচাৰে। গেংটোৰ সৈতে জড়িত বিপদৰ বাবে তেওঁ নিজকে সুৰক্ষিত ৰাখিবলৈ অন্ত্যেষ্টিক্ৰিয়াৰ পৰা আঁতৰি থাকিবলৈ বাছি লৈছিল।”

উল্লেখ্য যে, বাবা ছিদ্দিক কেৱল এজন ৰাজনীতিবিদেই নহয়, বলীউডৰ তাৰকা সকলৰ সৈকে আছে ভাল সম্পৰ্ক। ইয়াৰ উপৰিও ছলমান খান আৰু শ্বাহৰুখ খানক পুনৰ একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বাবে ছিদ্দিকিয়ে।

২০১৩ চনত ছিদ্দিকৰ ইফতাৰ পাৰ্টিত শ্বাহৰুখ-ছলমানৰ সম্পৰ্ক সলনি হয়, আৰু ইজনে-সিজনক সাৱটি ধৰি দীৰ্ঘদিনীয়া বিবাদৰ অন্ত পেলায়। এই মুহূৰ্তটো বলীউডৰ এক স্মৰণীয় দিন হিচাপে পৰিণত হ’য়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baba SiddiqueBaba Siddique FuneralBollywoodKing KhanSahrukh Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?
বাণিজ্য

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

September 25, 2026
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?
জীৱনশৈলী

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

September 25, 2026
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?
অপৰাধ

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

September 25, 2026
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ
ভাৰত

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

September 25, 2026
Next Post
এক সমস্যাৰ বাবে এটা কথাও কব পৰা নাছিল চিনেমাত, এগৰাকী কমেডিয়ানেহে নিজৰ মাত দিছিল

এক সমস্যাৰ বাবে এটা কথাও কব পৰা নাছিল চিনেমাত, এগৰাকী কমেডিয়ানেহে নিজৰ মাত দিছিল

BSNLৰ ১০৮ টকাৰ বিশেষ অফাৰ, আনলিমিটেড ভইচ কলিঙৰ লগতে থাকিব ২৮ জিবি ডাটা, লগতে..

BSNLৰ ১০৮ টকাৰ বিশেষ অফাৰ, আনলিমিটেড ভইচ কলিঙৰ লগতে থাকিব ২৮ জিবি ডাটা, লগতে..

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.