• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪০ ঘণ্টাজোৰা সংঘৰ্ষৰ অন্তত সুৰক্ষাবাহিনীৰ বৃহৎ সফলতা, কোটি টকাৰ পুৰস্কাৰ থকা নক্সালী নিহত

৪০ ঘণ্টাজোৰা সংঘৰ্ষৰ অন্তত সুৰক্ষাবাহিনীৰ বৃহৎ সফলতা, কোটি টকাৰ পুৰস্কাৰ থকা নক্সালী নিহত

2 years ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

44 minutes ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

1 hour ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

2 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

3 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

4 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

4 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

5 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

6 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

14 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

14 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

15 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

৪০ ঘণ্টাজোৰা সংঘৰ্ষৰ অন্তত সুৰক্ষাবাহিনীৰ বৃহৎ সফলতা, কোটি টকাৰ পুৰস্কাৰ থকা নক্সালী নিহত

editor by editor
January 21, 2025
in Uncategorized
0
৪০ ঘণ্টাজোৰা সংঘৰ্ষৰ অন্তত সুৰক্ষাবাহিনীৰ বৃহৎ সফলতা, কোটি টকাৰ পুৰস্কাৰ থকা নক্সালী নিহত
0
SHARES
852
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪০ ঘণ্টাজোৰা সংঘৰ্ষৰ অন্তত সুৰক্ষাবাহিনীৰ বৃহৎ সফলতা, কোটি টকাৰ পুৰস্কাৰ থকা নক্সালী নিহত

ছত্তীশগড়ৰ গৰিয়াবন্দত আৰক্ষী, নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত এনকাউণ্টাৰত সেনাবাহিনীৰ বৃহৎ সফলতা। অন্য কেইবাগৰাকীৰ লগতে কোটি টকাৰ পুৰস্কাৰ থকা নক্সালী নিহত।

কুলহাদিঘাটৰ ভালুদিগ্গীৰ পাহাৰত বিগত ৪০ ঘণ্টা ধৰি চলি আছিল এই সংঘৰ্ষ। এই এনকাউণ্টাৰত এতিয়ালৈকে মুঠ ১৯ জন নক্সালবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰে ১৬ জন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

এই ১৬ জন নক্সালবাদীৰ ভিতৰত আছে কুখ্যাত জয় ৰাম ওৰফে চলাপাঠী, যাৰ ওপৰত ১ কোটি টকাৰ পুৰস্কাৰ নিৰ্ধাৰণ কৰা আছিল। জানিব পৰা মতে, আৰক্ষীয়ে অঞ্চলটোৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰিছে।

এনকাউণ্টাৰৰ সমান্তৰালকৈ কালি পুৱাৰে পৰা অঞ্চলটোত তালাচী অভিযানো চলি আছে। এই অঞ্চলত নক্সালবাদী লুকাই থকা আৰু লগত বহু ধৰণৰ অস্ত্ৰ-শস্ত্ৰ থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ChattishgarahChattishgarh Policeindian armyNakshal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
বিশ্বকাপত মহাৰেকৰ্ড গঢ়ি ইতিহাস ৰচিলে ভাৰতৰ বৈষ্ণৱীয়ে

বিশ্বকাপত মহাৰেকৰ্ড গঢ়ি ইতিহাস ৰচিলে ভাৰতৰ বৈষ্ণৱীয়ে

আজি নিশাৰে পৰা ৩ ৰাশিৰ জয়জয় ময়ময়, ৰাহুৰ নক্ষত্ৰত চন্দ্ৰৰ প্ৰৱেশ

আজি নিশাৰে পৰা ৩ ৰাশিৰ জয়জয় ময়ময়, ৰাহুৰ নক্ষত্ৰত চন্দ্ৰৰ প্ৰৱেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.