• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলা হৈ অলিম্পিকত স্বৰ্ণ জয় কৰি বিতৰ্কৰ সৃষ্টি কৰা ইমান প্ৰকৃততে পুৰুষ, ধৰা পৰিল পুৰুষ অংগ

মহিলা হৈ অলিম্পিকত স্বৰ্ণ জয় কৰি বিতৰ্কৰ সৃষ্টি কৰা ইমান প্ৰকৃততে পুৰুষ, ধৰা পৰিল পুৰুষ অংগ

1 year ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

2 minutes ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

1 day ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

1 day ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

1 day ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

1 day ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

1 day ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

1 day ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

2 days ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মহিলা হৈ অলিম্পিকত স্বৰ্ণ জয় কৰি বিতৰ্কৰ সৃষ্টি কৰা ইমান প্ৰকৃততে পুৰুষ, ধৰা পৰিল পুৰুষ অংগ

editor by editor
November 5, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব
0
মহিলা হৈ অলিম্পিকত স্বৰ্ণ জয় কৰি বিতৰ্কৰ সৃষ্টি কৰা ইমান প্ৰকৃততে পুৰুষ, ধৰা পৰিল পুৰুষ অংগ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলা হৈ অলিম্পিকত স্বৰ্ণ জয় কৰি বিতৰ্কৰ সৃষ্টি কৰা ইমান প্ৰকৃততে পুৰুষ, ধৰা পৰিল পুৰুষ অংগ

২০২৪ চনৰ পেৰিছ অলিম্পিকত সোণৰ পদক লাভ কৰি সমগ্ৰ বিশ্বতে বিতৰ্কৰ সৃষ্টি কৰিছিল আলজেৰিয়াৰ বক্সাৰ ইমানে খেলিফে। আলজেৰিয়াৰ বক্সাৰে মহিলা শাখাত স্বৰ্ণ পদক লাভ কৰিছিল। অলিম্পিকৰ ইমানৰ প্ৰথমখন খেলৰ পাছতে লিংগ সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছিল।

ইমানৰ প্ৰতিদ্বন্দি মহিলা বক্সাৰে দাবি তুলিছিল মহিলা নহয়, পুৰুষ হয় ইমান। এতিয়া যিবোৰ মেডিকেল ৰিপৰ্ট ওলাইছে সঁচাকৈয়ে চাঞ্চল্যকৰ, য’ত কোৱা হৈছে যে ইমানৰ ভিতৰত বহুতো পুৰুষৰ অংগ আছে। ইমান মহিলা নহয়, প্ৰকৃততে পুৰুষেই হয়।

ফৰাচী সাংবাদিক জাফৰ আইত অউডিয়াই সুৰক্ষিত কৰিবলৈ সক্ষম হোৱা নথিখনত​উল্লেখ কৰা হৈছে যে খলিফাৰ আভ্যন্তৰীণ অণ্ডকোষ আৰু এক্স ৱাই ক্ৰম’জম আছে, যিয়ে ৫-আলফা ৰিডাক্টেজ ইনচুফিচিয়েন্সি নামৰ বিকাৰৰ ইংগিত দিয়ে।

কওঁ যে অলিম্পিকৰ সময়ত ইমান খলিফৰ বিৰুদ্ধে খেলা বহু মহিলা বক্সাৰে ইংগিতৰ জৰিয়তে আলোকপাত কৰিবলৈ চেষ্টা কৰিছিল যে ইমানৰ এক্স ৱাই ক্ৰম’জম আছে। পেৰিছৰ ক্ৰেমলিন-বিচেট্ৰে হাস্পতাল আৰু আলজিয়াৰ্ছৰ মহম্মদ লেমিন দেবাঘিন হাস্পতালৰ বিশেষজ্ঞসকলে ২০২৩ চনৰ এক প্ৰতিবেদনত বহু কথা প্ৰকাশ কৰিছিল।

প্ৰতিবেদনত ইমানৰ জৈৱিক বৈশিষ্ট্য, যেনে আভ্যন্তৰীণ অণ্ডকোষৰ অস্তিত্ব আৰু জৰায়ুৰ অনুপস্থিতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াৰ উপৰিও ৰেডাক্সৰ প্ৰতিবেদন অনুসৰি এম আৰ আইত ইমানৰ মাইক্ৰ’পেনিছৰ উপস্থিতিও প্ৰকাশ পাইছিল। এতিয়া এই প্ৰতিবেদন ওলোৱাৰ পিছত ইমানৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া চাবলৈ আগ্ৰহী হ’ব।

ইমান খলিফাৰ লিংগক লৈ প্ৰশ্ন উত্থাপন হোৱাটো প্ৰথম নহয়। ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েশ্যনেও ২০২৩ চনত তেওঁক নিষিদ্ধ কৰিছিল। দিল্লীৰ বক্সিং এছ’চিয়েশ্যনে ইমানক বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক মেচত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।

লিংগ বিতৰ্কৰ সন্দৰ্ভত ইমান খলিফে ইয়াৰ পূৰ্বে কৈছিল, “মই আন যিকোনো মহিলাৰ দৰেই এগৰাকী নাৰী। মই জন্মতে নাৰী, মই এগৰাকী মহিলাৰ দৰে জীয়াই আছো আৰু মই যোগ্যতা অৰ্জন কৰিছো।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Iman KhalifMale or FemaleOlympic Gold Medalist
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

April 27, 2026
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

April 26, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?
জীৱনশৈলী

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

April 26, 2026
Next Post
২ দিনৰ পিছত গুৰুগ্ৰহৰ ৰাশিত থকা শুক্ৰ সূৰ্য্যৰ দৰে জিলিকি উঠিব, সৌভাগ্য জিলিতি উঠিব ৫ ৰাশিৰ

২ দিনৰ পিছত গুৰুগ্ৰহৰ ৰাশিত থকা শুক্ৰ সূৰ্য্যৰ দৰে জিলিকি উঠিব, সৌভাগ্য জিলিতি উঠিব ৫ ৰাশিৰ

২০৩৬ ৰ অলিম্পিক ভাৰতভূমিত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা, কোন কোন চহৰৰ নাম শীৰ্ষত

২০৩৬ ৰ অলিম্পিক ভাৰতভূমিত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা, কোন কোন চহৰৰ নাম শীৰ্ষত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.