• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি ৩ বজাত ৰিঙত নামিব লাভলীনা, জয় হ’ব পাৰিলেই পদক নিশ্চিত, পদকৰ আশা লক্ষ্য সেনৰো

আজি ৩ বজাত ৰিঙত নামিব লাভলীনা, জয় হ’ব পাৰিলেই পদক নিশ্চিত, পদকৰ আশা লক্ষ্য সেনৰো

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

5 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

5 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

5 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

5 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

5 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

5 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

5 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

5 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

6 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজি ৩ বজাত ৰিঙত নামিব লাভলীনা, জয় হ’ব পাৰিলেই পদক নিশ্চিত, পদকৰ আশা লক্ষ্য সেনৰো

editor by editor
August 4, 2024
in অসম, উত্তৰ-পূব, ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আজি ৩ বজাত ৰিঙত নামিব লাভলীনা, জয় হ’ব পাৰিলেই পদক নিশ্চিত, পদকৰ আশা লক্ষ্য সেনৰো
0
SHARES
439
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ৩ বজাত ৰিঙত নামিব লাভলীনা, জয় হ’ব পাৰিলেই পদক নিশ্চিত, পদকৰ আশা লক্ষ্য সেনৰো

আজি পেৰিছ অলিম্পিকত দৃষ্টি নিবদ্ধ থাকিব ভাৰতবাসীৰ লগতে অসমবাসীৰ। কিয়নো আজি বিয়লি ৩.০২ বজাত ৰিঙত নামিব অসমৰ কন্যা লাভলীনা। আজিৰ খেল খনত জয়ী হব পাৰিলেও একপ্ৰকাৰৰ সোণ অথবা ৰূপ নিশ্চিত লাভলীনাৰ।

আনহতে আজি বিশেষ খেল হৈ পৰিছে লক্ষ্য সেনৰ বাবেও। পুৰুষৰ ছেমি ফাইনেলৰ খেল আছে লক্ষ্যৰ। বিয়লি ৩.৩০ বজাত পুৰুষ বেডমিণ্টনৰ ছেমি ফাইনেলৰ যুঁজত নামিব লক্ষ্য । ভিক্টৰ এক্সেলছনৰ বিৰুদ্ধে জয়ী হব পাৰিবলেই ফাইনেল আৰু সোণ অথবা ৰূপ নিশ্চিত হৈ পৰিব। যি ভাৰতীয় পুৰুষৰ বেডমিণ্টৰ ক্ষেত্ৰত হব এক ইতিহাস। ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰি প্ৰথমগৰাকী ভাৰতীয় পুৰুষ হিচাপে পৰিগণিত হৈছে লক্ষ্য।

আজি অসম কন্যা লাভলীনাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানমূলক খেল। মহিলাৰ ৭৫ কেজি কোৱাৰ্টাৰ ফাইনেলত চীনৰ প্ৰতিদ্বন্দী লি কিয়ানৰ বিৰুদ্ধে ৰিঙত নামিব। শীৰ্ষ বাছনিৰ লি কিয়ান লভলিনাৰ বাবে কঠিন প্ৰতিদ্বন্দ্বী।

ভাৰতীয় বক্সাৰগৰাকীয়ে এছিয়ান গেমছৰ ফাইনেলত আৰু শেহতীয়াকৈ জুন মাহত চেকিয়া গ্ৰেণ্ড প্ৰিক্সত লি কিয়ানৰ হাতত পৰাস্ত হৈছিল। কিন্তু যোৱা বছৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত লভলিনাই লি কিয়ানক পৰাস্ত কৰিছিল। সেয়ে আজিৰ খেল খনলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে সকলোৱে। দুয়ো পক্ষ সমানে শক্তিশালি।

যদি অসমৰ লাভলীনা আজি জয়ী হয়, তেন্তে টকিঅ’ অলিম্পিকৰ দৰে এইবাৰো পদক লাভ কৰিব। লগতে ইতিহাস ৰচিব প্ৰথম দুবাৰেই অলিম্পিকত অংশ লৈ পদক লাভ কৰা। ভাৰতৰ লগতে অসমৰ বাবেও হব এক ইতিহাস। প্ৰথম গৰাকী মহিলা হিচাপে বক্সিঙত লাভ কৰিব দ্বিতীয়টো অলিম্পিক পদক। এতিয়া কেৱল আশা ৩.০২ বজাৰ খেললৈ।

আজি ৪ আগষ্ট, দেওবাৰৰ ভাৰতৰ খেলৰ সূচী-

১২:৩০ বজাত: শ্বুটিং – পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টলৰ অৰ্হতাত বিজয়বীৰ সিদ্ধু আৰু অনিশ ভানৱালা।

১ বজাত: শ্বুটিং – মহিলাৰ স্কীট অৰ্হতাত মহেশ্বৰী চৌহান আৰু ৰাইজা উইলছন

১:৩০ বজাতঃ হকী – পুৰুষৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত বনাম গ্ৰেট ব্রিটেইন।

১:৩৫ বজাত: এথলেটিকছ – পাৰুল চৌধুৰী, মহিলাৰ ৩০০০ মিটাৰ ষ্টীপলচেজ ৰাউণ্ড ১ ।

২:৩০ বজাত: এথলেটিকছ – পুৰুষৰ লং জাম্পৰ অৰ্হতাত জেছুইন এলড্ৰিন।

৩:০২ বজাত: বক্সিং – মহিলাৰ ৭৫ কেজি কোৱাৰ্টাৰ ফাইনেলত লাভলীনা বৰগোঁহাই বনাম চীনৰ লি কিয়ান।

৩:৩০ বজাত: পুৰুষৰ বেডমিণ্টন একক ছেমিফাইনেল – লক্ষ্য সেন বনাম ভিক্টৰ এক্সেলছন।

৩:৩৫ বজাত: Sailing (নাওখেল) – পুৰুষৰ ডিংগি দৌৰ ৭ আৰু ৮ত বিষ্ণু সৰ্বানন।

৬:০৫ বজাত: Sailing (নাওখেল) – মহিলাৰ ডিংগি দৌৰ ৭ আৰু ৮ত নেথ্ৰা কুমানন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BadmintonBoxingLakshya SenLovleenaolympicPeris Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
মাজ নিশা ভয়ংকৰ দুৰ্ঘটনা, ৰাঙলী হৈ পৰিল নৈশ বাছ, ৭ লোকে হেৰুাৱলে প্ৰাণ, ৫০ আহত

মাজ নিশা ভয়ংকৰ দুৰ্ঘটনা, ৰাঙলী হৈ পৰিল নৈশ বাছ, ৭ লোকে হেৰুাৱলে প্ৰাণ, ৫০ আহত

মহাযুদ্ধ নিশ্চিত! হিজবুল্লাহৰ দাবী – ইজৰাইলৰ ওপৰত পুনৰ ৫০টা ৰকেট নিক্ষেপ

মহাযুদ্ধ নিশ্চিত! হিজবুল্লাহৰ দাবী - ইজৰাইলৰ ওপৰত পুনৰ ৫০টা ৰকেট নিক্ষেপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.