• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহিতা মহিলাৰ বাবে ভাল খবৰ, চৰকাৰৰ পৰা পাব ৩ হাজাৰ ৬০০ টকা

বিবাহিতা মহিলাৰ বাবে ভাল খবৰ, চৰকাৰৰ পৰা পাব ৩ হাজাৰ ৬০০ টকা

5 years ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

51 seconds ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

24 minutes ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

1 hour ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

3 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

3 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

3 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

4 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

4 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

5 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

5 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

6 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিবাহিতা মহিলাৰ বাবে ভাল খবৰ, চৰকাৰৰ পৰা পাব ৩ হাজাৰ ৬০০ টকা

editor by editor
January 13, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
বিবাহিতা মহিলাৰ বাবে ভাল খবৰ, চৰকাৰৰ পৰা পাব ৩ হাজাৰ ৬০০ টকা
0
SHARES
561
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দেশৰ মহিলাসকলৰ সৱলীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ একাধিক আঁচনি আছে। আঁচনিসমুহৰ দ্বাৰা ইতিমধ্যে উপকৃত হৈছে দেশৰ কেইবাহাজাৰো মহিলা। আজি তেনে এখন আঁচনিৰ কথাই ক’ব বিচাৰিছো। এই আঁচনিৰ জৰিয়তে আপুনি কেন্দ্ৰীয় চৰকাৰৰ পৰা ৩ হাজাৰ ৬ শ টকা আৰ্থিৰ সহায় পাব। আঁচনিখনৰ নাম হ’ল জননী সুৰক্ষা যোজনা। গৰ্ভৱতী মহিলা আৰু নৱজাতকৰ অৱস্থাৰ উন্নতিক সামৰি লয় এই আঁচনিখনে। দৰিদ্ৰসীমা ৰেখাৰ তলত থকা মহিলাসকলক ১৪ শ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। প্ৰসৱৰ আগত আৰু পাছত নিজা এলেকাৰ ‘আশাৰ জৰিয়তে দুবাৰ ৩ শ টকাকৈ মুঠ ৬ শ টকা লাভ কৰিব। একেদৰে চহৰৰ মহিলাসকলকো এই আঁচনিয়ে সামৰি লৈছে। চহৰৰ মহিলাসকলে ১০০০ টকাৰ আৰ্থিক সাহায্য লাভ কৰে। গাঁৱৰ দৰে ইয়াতো আশাৰ সহায়ত প্ৰসৱৰ আগে-পাছে মুঠ ৪ শ টকা লাভ কৰে।

এই আঁচনিৰ সুবিধা পাবলৈ আপোনাৰ প্ৰয়োজনীয় নথি-পত্ৰসমুহ হ’ল –
১. আধাৰ কাৰ্ড
২. বি পি এল ৰেচন কাৰ্ড
৩. আৱেদনকাৰীৰ ঠিকনা
৪. জননী সুৰক্ষা কাৰ্ড
৫. চৰকাৰী হাস্পতাল কৰ্তৃপক্ষৰ প্ৰসৱ প্ৰত্ৰ
৬. বেংক একাউণ্টৰ পাছবুক
৭. ম’বাইল নম্বৰ
৮. পাছপৰ্ট চাইজৰ ফটো

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom ive 24Best Assamese News Channeljanani suraksha yojananarandra modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!
বিনোদন

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

September 29, 2026
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ
অসম

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

September 29, 2026
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?
অসম

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

September 29, 2026
Next Post
অভিনেত্ৰী হ’ল অন্তঃসত্বা, খং উঠিল তছলিমা নাছৰিনৰ

অভিনেত্ৰী হ’ল অন্তঃসত্বা, খং উঠিল তছলিমা নাছৰিনৰ

আকৌ দেশত লকডাউন হ’ব নেকি? আজি বিয়লি হ’ব পাৰে ইয়াৰ সিদ্ধান্ত…

আকৌ দেশত লকডাউন হ’ব নেকি? আজি বিয়লি হ’ব পাৰে ইয়াৰ সিদ্ধান্ত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.