• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপাৰেচন সিন্দূৰ- ভাৰতৰ বিমানবন্দৰ বন্ধ, বিমান সংস্থাই বাতিল কৰে বিমান সেৱা

অপাৰেচন সিন্দূৰ- ভাৰতৰ বিমানবন্দৰ বন্ধ, বিমান সংস্থাই বাতিল কৰে বিমান সেৱা

11 months ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

5 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

6 hours ago
১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

6 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

7 hours ago
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

7 hours ago
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

8 hours ago
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

8 hours ago
প্ৰতিকী ছবি

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

9 hours ago
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

9 hours ago
৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

10 hours ago
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

10 hours ago
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অপাৰেচন সিন্দূৰ- ভাৰতৰ বিমানবন্দৰ বন্ধ, বিমান সংস্থাই বাতিল কৰে বিমান সেৱা

editor by editor
May 7, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
অপাৰেচন সিন্দূৰ- ভাৰতৰ বিমানবন্দৰ বন্ধ, বিমান সংস্থাই বাতিল কৰে বিমান সেৱা
0
SHARES
579
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপাৰেচন সিন্দূৰ- ভাৰতৰ বিমানবন্দৰ বন্ধ, বিমান সংস্থাই বাতিল কৰে বিমান সেৱা

পেহেলগাম ঘটনাৰ প্ৰথমটো প্ৰতিশোধ হিচাপে ভাৰতে আজি ৭ মে’ৰ মাজনিশা ২ৰ পৰা ৩ বজাৰ ভিতৰত পাকিস্তানৰ ৯টাকৈ সন্ত্ৰাসবাদী ঘাটিৰ ওপৰত বিমান আক্ৰমণ চলায়। ভাৰতীয় বায়ুসেনাই পাকিস্তান আৰু পাকিস্তান দখল জম্মু-কাশ্মীৰ (PoJK)ত প্ৰৱেশ কৰি ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰে। যাৰ মূল উদ্দেশ্য আছিল পাকিস্তান আৰু POKত থকা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰা।

অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতে পাকিস্তানৰ জইছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লৈছে। পাকিস্তানত ভাৰতৰ বিমান আক্ৰমণৰ মাজতে এয়াৰ ইণ্ডিয়াই নিজৰ যাত্ৰীসকলৰ বাবে এক জাননি জাৰি কৰিছে।

যাৰ অধীনত আজি দুপৰীয়া ১২ বজালৈকে সমগ্ৰ দেশতে এয়াৰ ইণ্ডিয়াৰ বিমান বাতিল কৰা হ’ব। ইণ্ডিগো আৰু স্পাইচ জেট এয়াৰলাইন্সেও বাতিল কৰিছে বিমান সেৱা। সমগ্ৰ উত্তৰ ভাৰতৰ বিমানবন্দৰসমূহ পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ থাকিব বুলি সদৰি।

পাকিস্তান আৰু পি অ’ কেৰ সন্ত্ৰাসবাদী শিবিৰত ভাৰতীয় সেনাবাহিনীৰ আক্ৰমণৰ পিছত এয়াৰ ইণ্ডিয়া, ইণ্ডিগো এয়াৰলাইন্স আৰু স্পাইচ জেটে যাত্ৰীসকলৰ বাবে জাননি জাৰি কৰিছে। ছ’চিয়েল মিডিয়াত এটা পোষ্ট লিখি বিমান সংস্থাটোৱে যাত্ৰীসকলক বিমানবন্দৰ পোৱাৰ পূৰ্বে এই জাননি পঢ়িবলৈ অনুৰোধ জনাইছে।

বিকানেৰ, শ্ৰীনগৰ, জম্মু, অমৃতসৰ, লেহ, চণ্ডীগড়, ধৰ্মশালাকে ধৰি বহু চহৰলৈ বিমান সেৱা বাতিল হৈ থাকিব। ভাৰতীয় সেনাই অপাৰেচন সিন্দুৰ আৰম্ভ কৰাৰ পিছতে জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত প্ৰচণ্ড গোলাবৰ্ষণ।

বিমান সংস্থাসমূহে যাত্ৰীসকলক জনাইছে যে ধৰ্মশালা (ডি এইচ এম), লেহ (আই এক্স এল), জম্মু (আই এক্স জে), শ্ৰীনগৰ (এছ এক্স আৰ) আৰু অমৃতসৰ (এ টি কিউ)কে ধৰি উত্তৰ ভাৰতৰ কিছু অংশৰ বিমানবন্দৰসমূহ পৰৱৰ্তী জাননী পৰ্যন্ত বন্ধ থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Flight CancelIndian AirLineOperation Sindoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?
জীৱনশৈলী

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

March 26, 2026
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?
বাণিজ্য

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

March 26, 2026
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?
জীৱনশৈলী

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

March 26, 2026
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ
জীৱনশৈলী

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

March 26, 2026
Next Post
এতিয়াহে পুত্ৰৰ আত্মাই শান্তি লাভ কৰিলে, অহৰহ বৈছে আনন্দৰ চকুলো

এতিয়াহে পুত্ৰৰ আত্মাই শান্তি লাভ কৰিলে, অহৰহ বৈছে আনন্দৰ চকুলো

সফল ‘সেন্দূৰ’, ভাৰতৰ প্ৰথমটো আক্ৰমণত শেষ ১০০ৰো অধিক পাকিস্তানী নিষিদ্ধ সংগঠনৰ সদস্য

সফল 'সেন্দূৰ', ভাৰতৰ প্ৰথমটো আক্ৰমণত শেষ ১০০ৰো অধিক পাকিস্তানী নিষিদ্ধ সংগঠনৰ সদস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.