• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যুৰ পাছতো ১২ গৰাকী ব্যক্তিক নতুন জীৱন দি গ’ল দুই বন্ধুৱে

মৃত্যুৰ পাছতো ১২ গৰাকী ব্যক্তিক নতুন জীৱন দি গ’ল দুই বন্ধুৱে

5 years ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

33 minutes ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

1 hour ago
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

2 hours ago
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

2 hours ago
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

3 hours ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

4 hours ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

5 hours ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

6 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

7 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

20 hours ago
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

21 hours ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মৃত্যুৰ পাছতো ১২ গৰাকী ব্যক্তিক নতুন জীৱন দি গ’ল দুই বন্ধুৱে

editor by editor
September 1, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, ভাৰত
0
মৃত্যুৰ পাছতো ১২ গৰাকী ব্যক্তিক নতুন জীৱন দি গ’ল দুই বন্ধুৱে
0
SHARES
573
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মৃত্যুৰ সিপাৰৰ পৰাও সহায়ৰ হাত৷ ১২ জন ব্যক্তিক নতুন জীৱন দান দি গ’ল গুজৰাটৰ ছুৰাটৰ দুই বন্ধুৱে৷ কিডনী, লিভাৰ, শ্বাসযন্ত্ৰ, চকু আদি দান দি নতুন জীৱন দি গ’ল ১২গৰাকীকৈ ব্যক্তিক৷ ২৪ আগষ্টৰ নিশা এক দুৰ্ঘটনাত পতিত হৈ ‘ব্ৰেইন ডেড’ হৈছিল দুই বাল্য বন্ধু ১৮ বছৰীয়া মীত পাণ্ডে আৰু ক্ৰীচ গান্ধীৰ৷ চিকিৎসকে দুই যুৱকৰ ‘ব্ৰেইন ডেড’ ঘোষণা কৰাৰ পাছতে পৰিয়ালৰ কাষ চাপে ছুৰাটৰ ডনেট লাইফ সংস্থা৷ তেওঁলোকৰ প্ৰস্তাৱৰ প্ৰতি সহাঁৰি জনাই পৰিয়ালৰ লোকেও অংগ দান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে৷ পৰিয়ালৰ অনুমতিৰ ভিত্তিত মৃত যুৱক দুজনৰ লিভাৰ, কিডনী, শ্বাসযন্ত্ৰ আৰু চকু আদি ১২ গৰাকী ব্যক্তিৰ শৰীৰত সংৰোপন কৰা হয়৷ ২৪ আগষ্টত মৃত ক্ৰীচ গান্ধীৰ জন্মদিন আছিল৷ জন্মদিন উদযাপন কৰিবলৈ গৈ ঘৰলৈ উভতি অহাৰ বাটতে এখন বাহনে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে দুয়োজন ছাত্ৰক৷ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত চিকিৎসকে দুয়োকে ‘ব্ৰেইন ডেড’ ঘোষণা কৰে৷ সম্প্ৰতি বাহনখনৰ চালকক আৰক্ষীয়ে আটক কৰিছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24brain dead boy gives new life of 12gujrat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ
উত্তৰ-পূব

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

July 30, 2026
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?
অপৰাধ

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

July 30, 2026
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ
ৰাজনীতি

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

July 30, 2026
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’
ৰাজনীতি

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

July 30, 2026
Next Post
ৰাজ্যত HIVৰ ভয়াৱহ সংক্ৰমণ, আক্ৰান্ত শিশুও

ৰাজ্যত HIVৰ ভয়াৱহ সংক্ৰমণ, আক্ৰান্ত শিশুও

চুৰীৰে হানি, পটাগুটিৰে থেতালি, প্ৰেচাৰ কুকাৰেৰে কোবাই নৃশংসভাৱে হত্যা

চুৰীৰে হানি, পটাগুটিৰে থেতালি, প্ৰেচাৰ কুকাৰেৰে কোবাই নৃশংসভাৱে হত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.