• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বহীদ বন্ধুৰ শেষ ইচ্ছা পুৰণ কৰিলে দুই ডজন সেনা জোৱানে। ভগ্নীৰ বিবাহত ভাতৃৰ ধৰ্ম পালন কৰিলে সেনা জোৱান সকলে

শ্বহীদ বন্ধুৰ শেষ ইচ্ছা পুৰণ কৰিলে দুই ডজন সেনা জোৱানে। ভগ্নীৰ বিবাহত ভাতৃৰ ধৰ্ম পালন কৰিলে সেনা জোৱান সকলে

5 years ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

10 minutes ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

50 minutes ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

2 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

2 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

3 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

3 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

4 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

5 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

5 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

6 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শ্বহীদ বন্ধুৰ শেষ ইচ্ছা পুৰণ কৰিলে দুই ডজন সেনা জোৱানে। ভগ্নীৰ বিবাহত ভাতৃৰ ধৰ্ম পালন কৰিলে সেনা জোৱান সকলে

editor by editor
December 15, 2021 - Updated on December 16, 2021
in বিবিধ, ভাৰত
0
শ্বহীদ বন্ধুৰ শেষ ইচ্ছা পুৰণ কৰিলে দুই ডজন সেনা জোৱানে। ভগ্নীৰ বিবাহত ভাতৃৰ ধৰ্ম পালন কৰিলে সেনা জোৱান সকলে
0
SHARES
347
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এটা মাত্ৰ “ভাল খবৰ”, এটা ভাল খবৰ বিছাৰি সমগ্ৰ দিনটো এজন সাংবাদিক হাবাথুৰি খাব লাগে। কিন্তু অপেক্ষাৰ অন্তত আহিল আকৌ এটা ভাল খবৰ। এই ভাল খবৰৰ স্থান উত্তৰ প্ৰদেশৰ ৰাইবেৰেলীৰ। ৰাইবেৰেলীৰ এখন বিবাহে এটা শিৰোনাম দখল কৰিছে দেশৰ সংবাদ মাধ্যমৰ।

কিয়নো উক্ত বিবাহখনত ভাতৃৰ অনুপস্থিতিত ভাতৃৰ পৰম ধৰ্ম পালন কৰিলে CRPFৰ বৃহৎ সেনা জোৱানে। শৈলেন্দ্ৰ প্ৰতাপ সিং আছিল ভাতৃৰ নাম। আৰু শৈলেন্দ্ৰ প্ৰতাপ সিং আছিল ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ এগৰাকী জোৱান। কিন্তু ২০২০ চনৰ ৫ অক্টোবৰত দক্ষিন কাশ্মীৰৰ লৌঠপুৰ নামৰ অঞ্চলত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি হত্যা কৰিছিল কেইবাজনো সেনা জোৱানৰ লগতে শৈলেন্দ্ৰ প্ৰতাপ সিঙকো।

এফালে দেশৰ বাবে শ্বহীদ হোৱা শৈলেন্দ্ৰৰ ৰাইবেৰেলীৰ ঘৰত আছিল পিতৃ মাতৃৰ সৈতে তিনি গৰাকী ভগ্নী। ইয়াৰে দুগৰাকী ভগ্নী পূবেই বিবাহ সম্পূৰ্ণ হোৱাৰ বিপৰীতে কনিষ্ঠ ভগ্নীৰ বিবাহ অনুষ্ঠিত হৈছিল মঙলবাৰে। কিন্তু সৰু ভগ্নীৰ বিবাহ অনুষ্ঠানত সকলোকে আচৰিত কৰি হঠাৎ উপস্থিত হৈছিল প্ৰায় বৃহৎ সংখ্যক এটা CRPF জোৱানৰ দল। হঠাৎ বিবাহ ঘৰত সেনাৰ এই দলটোক দেখি চুবুৰিয়াৰ মাজত হুৱাদুৱা লাগিছিল প্ৰথমতে।

কিন্তু যেতিয়া বিবাহ ঘৰত উপস্থিত হৈ সেনাৰ দলটোৱে শৈলেন্দ্ৰৰ ভগ্নী জ্যোতি সিঙক শ্বহীদ ভাতৃৰ শৈলেন্দ্ৰৰ অনুপস্থিতিত  সেনাৰ দলটোৱে শৈলেন্দ্ৰৰ হৈ ভাতৃ ধৰ্ম পালন কৰাৰ কথা কলে তেতিয়াই বিবাহ ঘৰত উপস্থিত থকা সকলো লোকৰ চকু চলচলীয়া হোৱাৰ ওপৰিও সেনা জোৱানসকলৰ এই মহানতাত অভিভূত হৈ পৰে শ্বহীদ শৈলেন্দ্ৰৰ পিতৃ মাতৃৰ লগতে উপস্থিত সকলো ৰাইজ।

সেনা জোৱানৰ দলটোৱে বিবাহ ঘৰৰ সকলো লোকৰ খোৱা-বোৱাত সহায় কৰাৰ লগতে ভগ্নী জ্যোতি সিঙক আদৰি নিয়ে বিবাহ ঘৰৰ মূল মণ্ডপলৈ। আৰু এনেদৰে সেনা জোৱানৰ দলটোৱে শ্বহীদ শৈলেন্দ্ৰ প্ৰতাপ সিঙৰ অনুপস্থিতিত অতি আদৰ আৰু সন্মানেৰে পালন কৰে নিজৰ ভাতৃ ধৰ্ম।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24indian army
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল
অপৰাধ

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

September 22, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন
অপৰাধ

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

September 22, 2026
Next Post
এলন মাস্কলৈ Person Of The Year সন্মান৷ কিয় এলন মাস্কলৈ টাইম মেগাজিনৰ বৰ্ষশ্ৰেষ্ঠ সন্মান?

এলন মাস্কলৈ Person Of The Year সন্মান৷ কিয় এলন মাস্কলৈ টাইম মেগাজিনৰ বৰ্ষশ্ৰেষ্ঠ সন্মান?

শ্বীনা বৰা জীৱিত! কাশ্মীৰত আছে শ্বীনা! CBIলৈ ইন্দ্ৰানী মুখাৰ্জীৰ পত্ৰ

শ্বীনা বৰা জীৱিত! কাশ্মীৰত আছে শ্বীনা! CBIলৈ ইন্দ্ৰানী মুখাৰ্জীৰ পত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.