• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বীনা বৰা জীৱিত! কাশ্মীৰত আছে শ্বীনা! CBIলৈ ইন্দ্ৰানী মুখাৰ্জীৰ পত্ৰ

শ্বীনা বৰা জীৱিত! কাশ্মীৰত আছে শ্বীনা! CBIলৈ ইন্দ্ৰানী মুখাৰ্জীৰ পত্ৰ

4 years ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

18 minutes ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

48 minutes ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

2 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

2 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

3 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

4 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

4 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

5 hours ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

5 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

22 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

23 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শ্বীনা বৰা জীৱিত! কাশ্মীৰত আছে শ্বীনা! CBIলৈ ইন্দ্ৰানী মুখাৰ্জীৰ পত্ৰ

editor by editor
December 16, 2021
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী, বিশ্ব, ভাৰত
0
শ্বীনা বৰা জীৱিত! কাশ্মীৰত আছে শ্বীনা! CBIলৈ ইন্দ্ৰানী মুখাৰ্জীৰ পত্ৰ
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ জীৱিত আছে শ্বীনা বৰা! কাশ্মীৰত আছে শ্বীনা! দেশ জোকাৰি যোৱা শ্বীনা বৰা হত্যাকাণ্ড সন্দৰ্ভত পুনৰ চাঞ্চল্যকৰ ভাষ্য হত্যাকাৰী ইন্দ্ৰানী মুখাৰ্জীৰ৷ CBIলৈ চাঞ্চল্যকৰ পত্ৰ প্ৰেৰণ শ্বীনা বৰাৰ মাতৃ হত্যাৰ অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীৰ৷ শ্বীনা বৰা সম্প্ৰতি কাশ্মীৰত থকাৰ কথা দাবী কৰিছে ইন্দ্ৰানী মুখাৰ্জীয়ে৷ ২০১২ চনত এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বলি হৈছিল শ্বীনা বৰা৷ মহাৰাষ্ট্ৰৰ এই চৰ্চিত হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ৷ ২০১২ চনত সংঘটিত হত্যাকাণ্ডৰ কথা পোহৰলৈ আহিছিল ২০১৫ চনত৷ বৰ্তমানেও CBIৰ অধীনত চলি আছে হত্যাকাণ্ডৰ গোচৰ৷ কাৰাগাৰত বন্দী হৈ আছে হত্যাকাৰী৷ কিন্তু হঠাৎ ইন্দ্ৰানী মুখাৰ্জীৰ ভাষ্যই পুনৰ বিপাঙত পেলাইছে তদন্তকাৰী সংস্থাক৷ শেহতীয়াকৈ চিবিআইৰ সঞ্চালকলৈ ইন্দ্ৰানী মুখাৰ্জীয়ে এখন পত্ৰ প্ৰেৰণ কৰিছে৷ জে’লত সাক্ষাৎ হোৱা এগৰাকী মহিলাৰ তথ্যৰ ভিত্তিত শ্বীনা বৰা কাশ্মীৰত থকাৰ কথা দাবী কৰিছে ইন্দ্ৰানী মুখাৰ্জীয়ে৷ লগতে কাশ্মীৰত CBIক তালাচী চলাবলৈও অনুৰোধ জনাইছে ইন্দ্ৰানী মুখাৰ্জীয়ে৷ কিন্তু ইন্দ্ৰানী মুখাৰ্জীৰ এই পত্ৰই উদঙাইছে আন এক ৰহস্য৷ যদি ইন্দ্ৰানী মুখাৰ্জীৰ কথা সচাঁ হয় তেন্তে ২০১২ চনৰ ২৩ মে’ত মহাৰাষ্ট্ৰৰ ঘন জংঘলত উদ্ধাৰ হোৱা শ্বীনা বৰা বুলি নিশ্চিত কৰা মৃতদেহটো কাৰ আছিল? ফৰেনচিকৰ ৰিপ’ৰ্টতো সেয়া শ্বীনা বৰাৰ মৃতদেহ বুলি নিশ্চিত হৈছিল৷ মুঠতে ইন্দ্ৰানী মুখাৰ্জীৰ পত্ৰই দেশজুৰি আন এক চাঞ্চল্যৰ সৃষ্টি কৰিলে৷ উল্লেখ্য, ১৬ নবেম্বৰত ইন্দ্ৰানী মুখাৰ্জীৰ জামিন আৱেদন নাকচ কৰিছিল বম্বে হাই ক’ৰ্টে৷ আৰু তাৰ পাছতেই এই চাঞ্চল্যকৰ পত্ৰ প্ৰেৰণ চিবিআইৰ সঞ্চালকলৈ৷ ২০১৭ চনৰ পৰা ইন্দ্ৰানী মুখাৰ্জীৰ ৫ খন জামিন আৱেদন নাকচ কৰিছে  আদালতে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam kanewsassam live 24axom live 24Best Assamese News Channelindrani mukharjisheena bora murder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!
অসম

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

April 29, 2026
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?
অসম

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

April 29, 2026
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?
অসম

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

April 29, 2026
Next Post
ভাৰতৰ ইতিহাসৰ সৰ্বকালৰ সৰ্ববৃহৎ প্ৰকল্প। নিৰ্মাণ সম্পূৰ্ণ হ’ব ২০৩০ত। কি এই বিশেষ প্ৰকল্প?

ভাৰতৰ ইতিহাসৰ সৰ্বকালৰ সৰ্ববৃহৎ প্ৰকল্প। নিৰ্মাণ সম্পূৰ্ণ হ’ব ২০৩০ত। কি এই বিশেষ প্ৰকল্প?

কেমেৰাত নহয়, ৰিয়েল লাইফত কান্দিলে স্পাইডাৰ মেনে

কেমেৰাত নহয়, ৰিয়েল লাইফত কান্দিলে স্পাইডাৰ মেনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.