• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ ইতিহাসৰ সৰ্বকালৰ সৰ্ববৃহৎ প্ৰকল্প। নিৰ্মাণ সম্পূৰ্ণ হ’ব ২০৩০ত। কি এই বিশেষ প্ৰকল্প?

ভাৰতৰ ইতিহাসৰ সৰ্বকালৰ সৰ্ববৃহৎ প্ৰকল্প। নিৰ্মাণ সম্পূৰ্ণ হ’ব ২০৩০ত। কি এই বিশেষ প্ৰকল্প?

5 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

53 minutes ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

1 hour ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

2 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

2 hours ago
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

2 hours ago
টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

4 hours ago
জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

5 hours ago
অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

6 hours ago
হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

7 hours ago
চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

8 hours ago
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভাৰতৰ ইতিহাসৰ সৰ্বকালৰ সৰ্ববৃহৎ প্ৰকল্প। নিৰ্মাণ সম্পূৰ্ণ হ’ব ২০৩০ত। কি এই বিশেষ প্ৰকল্প?

editor by editor
December 16, 2021
in গুৱাহাটী, প্ৰযুক্তি, বিজ্ঞান, বিশ্ব, ভাৰত
0
ভাৰতৰ ইতিহাসৰ সৰ্বকালৰ সৰ্ববৃহৎ প্ৰকল্প। নিৰ্মাণ সম্পূৰ্ণ হ’ব ২০৩০ত। কি এই বিশেষ প্ৰকল্প?
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰত স্বাধীন হোৱাৰে পৰা স্বাধীন ভাৰতত বিভিন্ন প্ৰকল্প বিভিন্ন সময়ত হাতত লোৱা হৈছে। ইয়াৰে কিছুমান প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে যদিও কিছুমান প্ৰকল্প বিভিন্ন সমস্যাৰ বাবে আধাতে সামৰিব লগা হৈছে ভাৰতে। বিভিন্ন সময়ত ভাৰতে সম্পূৰ্ণ কৰা খৰচি প্ৰকল্প সমূহৰ ভিতৰত আছে Bendra Worli Sea link যি প্ৰকল্প নিৰ্মাণৰ বাবে খৰচৰ পৰিমাণ আছিল প্ৰায় ২৫০ মিলিয়ন ডলাৰ। পৃথিৱীৰ ভিতৰতে সকলোতকৈ সু-উচ্চ মূৰ্তি statue of Unity। লৌহমানৱ বল্লৱ ভাই পেটেলৰ statue of unity ৰ মূৰ্তি নিৰ্মাণৰ বাবদ খৰচ হৈছিল প্ৰায় ৪২২ মিলিয়ন ডলাৰ। ইয়াৰ ওপৰিও ভাৰতৰ সকলোতকৈ উচ্চ আৰু ডাঙৰ বিদ্যুৎ উৎপাদন প্ৰকল্পটোৰ নিৰ্মাণৰ নামটো খৰচ হৈছিল ২ৰ পৰা ২.৫ বিলিয়ন ডলাৰ। এনেদৰে বিভিন্ন সময়ত বিভিন্ন বৃহৎ প্ৰকল্প নিৰ্মাণ কৰি আহিছে ভাৰতে। কিন্তু এইবাৰ ভাৰতে নিৰ্মাণৰ দিশে আগবাঢ়িছে ভাৰতৰ ইতিহাসৰ সৰ্বকালৰ সৰ্ববৃহৎ প্ৰকল্পটো। আৰু এই প্ৰকল্পৰ ক্ষেত্ৰত কিছুদিনৰ পূৰ্বে ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ৰাজহুৱাকৈ মন্তব্য ৰাখে। এই মন্তব্যত কোৱা হৈছে যে ২০৩০ চনত ভাৰতে সম্পূৰ্ণ কৰি উৎক্ষেপন কৰিব ভাৰতৰ প্ৰথমটো মহাকাশ কেন্দ্ৰ গগনিয়ানক।

এই মহাকাশ কেন্দ্ৰটোৰ ওজন চীনৰ মহাকাশ কেন্দ্ৰটোতকৈ এক তৃতীয়াংশ কম হ’ব। য’ত চীনৰ মহাকাশ কেন্দ্ৰটোৰ গৱেষকসলৰ মতে আনুমানিক খৰচৰ পৰিমান ১০০ পৰা ১১৮ বিলিয়ন ডলাৰ। অথাৎ ভাৰতৰ মহাকাশ কেন্দ্ৰটোৰ ওজন আৰু আকাৰ চীনৰ মহাকাশ কেন্দ্ৰতকৈ এক তৃতীয়াংশ হয় তেন্তে ইয়াৰ খৰচৰ পৰিমান হ’ব ৭ পৰা ১২ বিলিয়ন ডলাৰ যি মূল্য ভাৰতীয় টকাৰে হ’ব ৮০ হাজাৰ কোটি টকা। আৰু ২০৩০ চনত সম্পূৰ্ণ হ’ব লগা এই প্ৰকল্পই হ’ব ভাৰতৰ ইতিহাসৰ সৰ্বকালৰ সৰ্ববৃহৎ প্ৰকল্প।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelNASAspace station
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য
প্ৰযুক্তি

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

August 7, 2026
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?
বাণিজ্য

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

August 7, 2026
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?
বাণিজ্য

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

August 7, 2026
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে
নিয়োগ

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

August 7, 2026
Next Post
কেমেৰাত নহয়, ৰিয়েল লাইফত কান্দিলে স্পাইডাৰ মেনে

কেমেৰাত নহয়, ৰিয়েল লাইফত কান্দিলে স্পাইডাৰ মেনে

আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.